ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gen G I ‘জেন জি’ৰ সৃষ্টিশীলতাত আপ্লুত প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 13, 2026
Reading Time: 1 min read
A A
0
PM Modi Extends Support to Families Affected by Dholpur Tragedy, Announces Generous Ex-Gratia

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

‘বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়েলগ’ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) জেন জিৰ প্ৰশংসা কৰি কয় যে দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য।

IMG 20260113 132443 2 | ASSAM TIMES POST

Gen G I
‘জেন জি’ৰ সৃষ্টিশীলতাত আপ্লুত প্ৰধানমন্ত্ৰী মোদী:

পি টি আইৰ সূত্ৰ অনুসৰি, দেশৰ প্ৰায় ৫০ লাখ যুৱক-যুৱতীৰ সৈতে ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা হৈছে ইয়ং লিডাৰ্ছ ডায়েলগ অনুষ্ঠান।

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে জেন জিক সম্বোধন কৰি কয় যে তেওঁলোকৰ শক্তি, সৃষ্টিশীলতা, উদ্ভাৱনী চিন্তাধাৰাই ভৱিষ্যতে ভাৰতক আগুৱাই নিয়াত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত সময়ত দেশৰ এই যুৱ সমাজৰ কথা চিন্তা কৰি প্ৰকল্প আৰম্ভ কৰিছে, যিবোৰ ভৱিষ্যতে ফলপ্ৰসূ হ’ব।

যোৱা কেইবছৰমানৰ পৰা দেশত ষ্টাৰ্টআপে গতি লাভ কৰিছে। সেয়েহে ভৱিষ্যতে চৰকাৰে অধিক যুৱকেন্দ্ৰিক প্ৰকল্পৰ কথা চিন্তা কৰিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সংস্কৃতি, বিষয়বস্তু আৰু সৃষ্টিশীলতাত শিপাই থকা যুৱক-যুৱতীসকলৰ অৱদানৰ বাবেই ভাৰতে উল্লেখযোগ্য অৰ্থনৈতিক বিকাশ সাধন কৰিছে।

উল্লেখ্য যে প্ৰতিবছৰে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকীত দেশৰ কোনো এখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২৫ আৰু ২০২৬ চনত দিল্লীত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Tags: 'জেন জি'ৰ সৃষ্টিশীলতাত আপ্লুতপ্ৰধানমন্ত্ৰী মোদী
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT