ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰৰে কংগনা ৰাণাওঁটঃ

Staff Reporter by Staff Reporter
February 18, 2020
Reading Time: 1 min read
A A
0
ভাৰতীয় বায়ুসেনাৰ পাইলটৰ চৰিত্ৰৰে কংগনা ৰাণাওঁটঃ

কিছুদিন পূৰ্বেই কংগনা ৰাণাওঁটে ঘোষণা কৰিছিল তেওঁৰ আগন্তুক ছবিত কৰিবলগীয়া চৰিত্ৰটিৰ বিষয়ে। কংগনাৰ আহিবলগীয়া ছবি “তেজস” ত তেওঁ ভাৰতীয় বায়ু সেনাৰ পাইলটৰ চৰিত্ৰ ৰূপায়ন কৰিব। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰে মুক্তি লাভ কৰিছে; য’ত কংগনাক বায়ুসেনাৰ ইউনিফৰ্ম পৰিধান কৰা দেখিবলৈ পোৱা গৈছে।

RELATED POSTS

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

View this post on Instagram

A post shared by Kangana Ranaut (@kanganaranaut)

উল্লেখ্য যে, ভাৰতীয় বায়ু সেনা; প্ৰথম ভাৰতীয় সেনা আছিল য’ত পোন প্ৰথমবাৰৰ বাবে ২০১৬ চনৰ মহিলাক অন্তৰ্ভূক্ত কৰা হৈছিল। উক্ত ছবি সন্দৰ্ভত যেতিয়া কংগনা ৰাণাওঁটে কয় যে, “বহুত বাৰ সেনাত কৰ্মৰত বহু সাহসী মহিলাই নিজ দিন-ৰাতি দেশৰ বাবে উৰ্চগিত কৰিছে কিন্তু এওঁলোকক কেতিয়াবা বিভিন্নজনে উপেক্ষাও কৰিছে।”

82366041 155493489202667 780416563220864573 n1 | ASSAM TIMES POST

ইয়াৰ উপৰিও, আগন্তুক “তেজস” ছবিখনৰ চৰিত্ৰটো বাবে উৎসাহিতও হৈ আছে বুলি প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে। চলিত বৰ্ষৰে বাৰিষাত শ্বুটিং হ’বলগীয়া এই ছবিখন মুক্তি লাভ কৰিব ২০২১ বৰ্ষত। সৰ্বেশ মেৱাড়াৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ ৰোনী স্ক্ৰুৱালাই প্ৰযোজনা কৰিছে।

SOURCE:https://rupaliparda.com/archives/10422

Tags: bollywood actressbollywood cinemabollywood filmKangana RanautTejas
Share9Tweet3Send

Related Posts

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

by Staff Reporter
June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

by News Desk
June 16, 2026
50
Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি
National-International

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

by News Desk
June 16, 2026
50
ADVERTISEMENT
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

June 17, 2026
50
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

June 17, 2026
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx