ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

India Bangladesh ties I ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিব ৫ হাজাৰ টন ডিজেল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 11, 2026
Reading Time: 1 min read
A A
0
India Bangladesh ties I ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিব ৫ হাজাৰ টন ডিজেল

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত বিশ্বৰ এক বৃহৎ অংশত শক্তি সংকটৰ সম্ভাৱনা সৃষ্টি হৈছে। বহু দেশ নিজৰ তেলৰ মজুতক লৈ চিন্তিত। হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে সংশ্লিষ্ট দেশসমূহলৈ তেল পৰিবাহী জাহাজ যাব পৰা নাই আৰু ইয়াৰ ফলত সমস্যা বাঢ়িছে।

India Bangladesh ties I
ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিব ৫ হাজাৰ টন ডিজেল:

সেই পৰিবেশত ভাৰতে এইবাৰ চুবুৰীয়া বাংলাদেশলৈ সহায়ৰ (India Bangladesh Ties) হাত আগবঢ়াইছে। পাইপলাইনৰ জৰিয়তে পাঁচ হাজাৰ টন ডিজেল বাংলাদেশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
অসমৰ নুমলীগড় তেল শোধনাগাৰৰ পৰা পৰ্বতপুৰী সীমান্তৰে পাঁচ হাজাৰ টন ডিজেল বাংলাদেশলৈ যাব।

দেশখনৰ পেট্ৰ’লিয়াম কৰ্প’ৰেচনৰ (বিপিচি) অধ্যক্ষ মহম্মদ ৰেজানুৰ ৰহমানে কয়, “ডিজেলৰ সন্দৰ্ভত ভাৰতৰ সৈতে আমাৰ চুক্তি আছে। সেই চুক্তি অনুসৰি ভাৰতে প্ৰতি বছৰে ১ লাখ ৮০ হাজাৰ টন ডিজেল বাংলাদেশলৈ প্ৰেৰণ কৰিব। এতিয়া যি পাঁচ হাজাৰ টন ডিজেল আহি আছে সেয়া সেই চুক্তি অনুসৰিয়ে আহিব।”

ৰেজানুৰে লগতে কয়, “চুক্তি অনুসৰি বাংলাদেশে ছমাহৰ ভিতৰত কমেও ৯০ হাজাৰ টন ডিজেল আমদানি কৰিব। আমি আশা কৰিছোঁ যে অহা দুমাহৰ ভিতৰত ছমাহৰ বাবে ডিজেলৰ সমগ্ৰ আবণ্টন আনিব পাৰিম।”

মহম্মদ ইউনুছৰ যুগত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে নতুন দিল্লীয়ে ডিজেলৰ ৰপ্তানি বন্ধ কৰি দিছিল। তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দুয়োখন দেশৰ সম্পৰ্কই গতি লাভ কৰে। ইয়াৰ পিছত ভাৰতে পুনৰ বাংলাদেশলৈ ডিজেল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত আৰম্ভ হোৱাৰ পিছত ইৰাণে পাৰ্চী উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ সংকীৰ্ণ হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলোৱা বন্ধ কৰি দিছে। বিশ্বৰ দৈনিক তেল ৰপ্তানিৰ ২০ শতাংশ এই হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যায়। ইৰাণৰ আক্ৰমণৰ আশংকাত বিভিন্ন দেশৰ অসংখ্য জাহাজ আৰু তেল টেংকাৰ প্ৰণালীটোৰ দুয়োপাৰে থিয় হৈ আছে।

ইয়াৰ প্ৰভাৱ বিশ্বৰ বিভিন্ন দেশত পৰিছে। মূলতঃ শক্তি সংকটৰ বাবে দেশসমূহ পিছপৰি আছে। এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব, বিভিন্ন দেশে নিজৰ নিজৰ ধৰণেৰে সমাধান বিচাৰিছে। পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বাংলাদেশ চৰকাৰে ইতিমধ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

বাংলাদেশৰ সকলো বিশ্ববিদ্যালয়তে ঈদৰ বন্ধৰ দিন আগুৱাই অনাৰ সিদ্ধান্ত লোৱা হৈছে। সোমবাৰৰ পৰা বন্ধ হৈ আছে বিশ্ববিদ্যালয়সমূহ। বাংলাদেশ চৰকাৰে কয় যে বৰ্তমান সমগ্ৰ বিশ্বতে যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাত বিদ্যুৎ আৰু শক্তি ৰাহি কৰাটো অতি গুৰুত্বপূৰ্ণ।

বিশ্ববিদ্যালয় বন্ধ হ’লে বহু বিদ্যুতৰ ৰাহি হোৱাই নহয়, পথত যান-জঁটৰ সমস্যাও কমি যাব। আৰু যান-জঁট কমি গ’লে ইন্ধনৰো ৰাহি হ’ব। তদুপৰি প্ৰতিদিনে এখন বাইক বা গাড়ীত যোগান ধৰিব পৰা ইন্ধনৰ পৰিমাণো সীমিত কৰা হৈছে। বাংলাদেশ চৰকাৰে বাইকৰ বাবে সৰ্বাধিক দুই লিটাৰ ইন্ধন আৰু গাড়ীৰ বাবে ১০ লিটাৰ ইন্ধন যোগান ধৰা হ’ব বুলি জানিব পৰা গৈছে।

Tags: ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিব৫ হাজাৰ টন ডিজেল
Share4Tweet3Send

Related Posts

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT