ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

নিউজ ডেস্কঃ

News Desk by News Desk
July 6, 2026
Reading Time: 1 min read
A A
0
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ (Pahalgam terrorist attack)ত হাফিজ ছয়ীদ জড়িত (Hafiz Saeed involved) থকাৰ কথা ইতিমধ্যে পোহৰলৈ অহাৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (National Investigation Agency)ই এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে পহেলগাম আক্ৰমণৰ লগত জড়িত আছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছয়ীদ। শেহতীয়াকৈ পহেলগাম হত্যাকাণ্ডৰ গোচৰত নিয়াই অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে। ইয়াত অভিযুক্ত হিচাপে উল্লেখ আছে লস্কৰ প্ৰধানৰ নাম।

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী হৈছে হাফিজ। এইবাৰ পহেলগাম হত্যাকাণ্ডত লস্কৰৰ মুৰব্বীৰ নামো পোহৰলৈ আহিছে। তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। পিটিআইৰ মতে, ভাৰতৰ বিৰুদ্ধে ‘যুদ্ধ ঘোষণা’ আৰু সীমান্তৰ সিপাৰৰ পৰা ষড়যন্ত্ৰ কৰাৰ অভিযোগতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

haf | ASSAM TIMES POST
২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

বিগত বৰ্ষৰ ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে পহেলগামৰ বৈসাৰণ উপত্যকাত আক্ৰমণ চলাইছিল। ইয়াৰ পিছত লস্কৰ-ই-তৈবাৰ ছায়া সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টিআৰএফ)-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। কিন্তু পিছত তেওঁলোকে নিজৰ স্থিতি প্ৰত্যাহাৰ কৰে। পহেলগাম আক্ৰমণৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে। ইতিমধ্যে পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত পাকিস্তানী সন্ত্ৰাসবাদী ছাইফুল্লাহ ওৰফে চাজিদ জাট ওৰফে ‘লাংৰা’ৰ নাম আহিছিল। তেওঁ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন টিআৰএফৰ অন্যতম নেতা বুলি সন্দেহ কৰা হৈছে। ইয়াৰ পূৰ্বে এখন চাৰ্জশ্বীটত নিয়াই এইজন ছাইফুল্লাক আক্ৰমণৰ ‘মূল অভিযুক্ত’ বুলি উল্লেখ কৰিছিল। অভিযোগ কৰা হৈছে যে তেওঁ আগতে লাহোৰৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল।

তদন্তকাৰীয়ে এই আক্ৰমণত লস্কৰৰ সৈতেও লিংক উদ্ধাৰ কৰে। পহেলগামত সংঘটিত আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ হাতত আছিল উন্নত প্ৰযুক্তিৰ কেমেৰা। তদন্তত প্ৰকাশ পাইছে যে কেমেৰাটো আমেৰিকাৰ পৰা চীনলৈ গৈছিল। তাৰ পৰাই হয়তো কেমেৰা পাকিস্তানী সেনাবাহিনীৰ ওচৰ পায়গৈ। তাৰ পৰাই পুনৰ হাত সলনি কৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হাত পায়হি।

ইয়াৰ পূৰ্বে প্ৰকাশিত অভিযোগনামাত নিয়াই কৈছিল যে আক্ৰমণৰ পূৰ্বে তিনিজন সন্ত্ৰাসবাদী ফৈজল জাট ওৰফে চুলেমান, হাবিব তাহিৰ ওৰফে ছোটু আৰু হামজা আফগানিয়ে যোৱা বছৰৰ ১৫-১৬ এপ্ৰিলত অঞ্চলটোত গোপন অভিযান চলাইছিল। পাকিস্তানত বহি থকা ছাইফুল্লাই তেওঁলোকক উক্ত অঞ্চলত চোৰাংচোৱাগিৰি চলাবলৈ পঠিয়াইছিল।

Tags: HafizSaeedPahalgamattack
Share4Tweet3Send

Related Posts

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT