ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

নিউজ ডেস্কঃ

News Desk by News Desk
July 6, 2026
Reading Time: 1 min read
A A
0
WhatsApp : ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

মেটাই (Meta) ‘ইউজাৰ নেম’ (User Name) ব্যৱস্থাত নিজৰ ব্যাখ্যা দিবলৈ আৰু কিছু সময় পালে। কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে তেওঁলোকক এই বিষয়ত ৬ জুলাইৰ ভিতৰত সঁহাৰি দিবলৈ কৈছিল। এই সময়সীমা ৯ জুলাইলৈ বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰালয়ৰ এজন বিষয়াই জনায়। কেন্দ্ৰই মেটাক ফোন নম্বৰ অবিহনে কেৱল নাম (ইউজাৰনেম) ব্যৱহাৰ কৰি ৱাটছএপত বাৰ্তা প্ৰেৰণৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনাৰ বিষয়ে বুজাবলৈ কয়। এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি তেওঁলোকক এখন জাননীও প্ৰেৰণ কৰা হয়। আলোচনাৰ সময় শেষ নোহোৱালৈকে ভাৰতত ‘ইউজাৰ নেম’ ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰিব বুলিও জনোৱা হয়।

meta1 | ASSAM TIMES POST
ফোন নম্বৰ অবিহনে ৱাটছএপ ব্যৱহাৰৰ নীতি বুজাবলৈ আৰু তিনিদিন দিলে মেটাক

সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি, কেন্দ্ৰই ইতিমধ্যে প্ৰস্তাৱিত ‘ইউজাৰ নেম’ সম্পৰ্কে আইনী কাঠামো আৰু আইনৰ বিভিন্ন ধাৰা পুনৰীক্ষণ কৰিছে। আলোচনাৰ সময় শেষ নোহোৱালৈকে ভাৰতত ‘ইউজাৰ নেম’ ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰিব বুলিও জনোৱা হয়। সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি, কেন্দ্ৰই ইতিমধ্যে প্ৰস্তাৱিত ‘ইউজাৰ নেম’ সন্দৰ্ভত আইনী কাঠামো আৰু আইনৰ বিভিন্ন ধাৰা পুনৰীক্ষণ কৰিছে। মেটাৰ প্ৰস্তাৱিত নতুন বৈশিষ্ট্যই কোনো সংকটৰ সৃষ্টি কৰিব নেকি সেয়া নিশ্চিত হোৱাৰ পিছতহে ইয়াক ভাৰতত ব্যৱহাৰৰ অনুমতি দিয়া হ’ব।

Tags: MetaUserName
Share4Tweet3Send

Related Posts

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

by News Desk
July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
National-International

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

by News Desk
July 6, 2026
50
Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ
National-International

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

by News Desk
July 6, 2026
50
Mumbai hits rain : ধাৰাসাৰ বৰষুণ-বানত বিধ্বস্ত মায়ানগৰী, মহাৰাষ্ট্ৰত মৃত্যুৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

by Staff Reporter
July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
National-International

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

July 6, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

July 6, 2026
50
Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ
National-International

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

July 6, 2026
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT