ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme court of India : টিকাকৰণৰ পিছত হোৱা অসুস্থতাৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 11, 2026
Reading Time: 1 min read
A A
0
Supreme court of India : টিকাকৰণৰ পিছত হোৱা অসুস্থতাৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

টিকাকৰণ (Vaccination)ৰ ফলত অসুস্থ (Sick as a result) হৈছে নেকি? এইবাৰ এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ডাঙৰ নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে (Supreme court of India) কোভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত গুৰুতৰ পাৰ্শ্বক্ৰিয়া, আনকি মৃত্যুৰ দ্বাৰা আক্ৰান্তসকলৰ কাষত থিয় দিবলৈ কেন্দ্ৰক ডাঙৰ নিৰ্দেশ দিছে। মঙলবাৰে শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে চৰকাৰে এনে ঘটনাৰ বাবে নিৰ্দিষ্ট ‘ন’-ফল্ট’ ক্ষতিপূৰণ নীতি (‘No-Fault’ Compensation Policy) বা গাঁথনি প্ৰণয়ন কৰিব লাগিব।

সহজ ভাষাত ক’বলৈ গ’লে ভেকচিন লোৱাৰ ফলত যদি কোনোবাই অসুস্থ হৈ পৰে বা মৃত্যুমুখত পৰে তেন্তে তেওঁলোকৰ পৰিয়ালক আৰ্থিকভাৱে সহায় (Financially support) কৰিব লাগিব। ইয়াৰ বাবে কাৰো গাফিলতি বা দোষ প্রমাণ কৰাৰ প্রয়োজন নাথাকিব৷ ২০২১ চনত কভিশ্বিল্ডৰ প্ৰথম ড’জ গ্ৰহণ কৰাৰ পিছত দুগৰাকী যুৱতীৰ মৃত্যুৰ সন্দৰ্ভত কেইবাটাও গোচৰ ৰুজু হৈছিল। আবেদনকাৰীয়ে দাবী কৰা মতে, ভেকচিন গ্ৰহণ কৰি শাৰীৰিক অসুস্থতাৰ বাবে দুয়োগৰাকী যুৱতীৰ মৃত্যু হয়।

vac1 | ASSAM TIMES POST
টিকাকৰণৰ পিছত হোৱা অসুস্থতাৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আজি ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এটা কথা স্পষ্ট কৰি দিলে। আদালতে কয় যে ক্ষতিপূৰণ প্ৰদানৰ অৰ্থ এইটো নহয় যে কেন্দ্ৰীয় চৰকাৰ বা আন কোনো কৰ্তৃপক্ষই গাফিলতি স্বীকাৰ কৰিছে। ৰায়দানত কোৱা হৈছে, “এই গাঁথনি নিৰ্মাণক ভাৰত চৰকাৰ বা কোনো কৰ্তৃপক্ষৰ ফালৰ পৰা দায়বদ্ধতা বা দোষ স্বীকাৰ কৰা বুলি গণ্য কৰা নহ’ব।”

এই ঘটনাৰ তদন্তৰ বাবে এখন সুকীয়া বিশেষজ্ঞ সমিতি গঠনৰ বাবে আবেদন জনাইছিল। কিন্তু উচ্চতম ন্যায়ালয়ে সেই দাবী নাকচ কৰে। আদালতৰ মতে, ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ তদন্তৰ বাবে বৰ্তমানৰ বৈজ্ঞানিক ব্যৱস্থাই যথেষ্ট। সুকীয়া কমিটীৰ প্ৰয়োজন নাই। অৱশ্যে ন্যায়াধীশসকলে নিৰীক্ষণৰ তথ্যসমূহ নিয়মীয়াকৈ সাধাৰণ জনতাৰ বাবে উপলব্ধ কৰাৰ নিৰ্দেশ দিছে।

আদালতে লগতে কয় যে এই আদেশে ভুক্তভোগীসকলক অন্য কোনো আইনী পথ বাছি লোৱাত বাধা নিদিয়ে। ১৮ আৰু ২০ বছৰীয়া দুগৰাকী কন্যাৰ মৃত্যুত ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হোৱা ১৮ আৰু ২০ বছৰীয়া দুগৰাকী যুৱতীৰ পিতৃ-মাতৃৰ আবেদন আজি উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিছে।

Tags: SupremeCourt
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT