ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

PM Modi Assam visit I আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক দিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 13, 2026
Reading Time: 1 min read
A A
0
PM Modi Assam visit I আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক দিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

চলিত বৰ্ষৰ তিনিটা মাহত দ্বিতীয়বাৰৰ বাবে শুকুৰবাৰে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi Assam Visit)। এই ভ্ৰমণত কাৰ্যতঃ বিজেপিৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাব প্ৰধানমন্ত্ৰীয়ে। কোকৰাঝাৰত অনুষ্ঠিত হ’বলগা মূল অনুষ্ঠানত প্ৰায় ২ লাখ লোকৰ সমাবেশৰ বাবে ইতিমধ্যে বিটিচি প্ৰশাসন আৰু অসম চৰকাৰে উঠি-পৰি লাগিছে।
PM Modi Assam visit I
আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীক দিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ:

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে অসমবাসীলৈ আগবঢ়াব প্ৰায় ৪৭ হাজাৰ কোটিৰ বিভিন্ন প্ৰকল্পৰ নিৰ্বাচনী উপহাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে দুপৰীয়া ১.৩০ বজাত কোকৰাঝাৰত উপস্থিত হ’ব।

IMG 20260313 WA0027 | ASSAM TIMES POST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন-শুভাৰম্ভণি কৰিবলগা প্ৰকল্পসমূহ

– ৩২০০ কোটিৰো অধিক ব্যয়ৰ অসম মালা ৩.০ আঁচনিৰ ভূমি পূজন

– প্ৰায় ১১০০ কোটি বিনিয়োগৰ বিটিচিৰ চাৰিখন উৰণ সেতু আৰু দুখন দলঙৰ পথ

IMG 20260313 WA0028 | ASSAM TIMES POST

আন্তঃগাঁথনি প্ৰকল্পৰ ভূমি পূজন
– বাশবাৰীত এখন পি অ’ এইচৰ আধাৰশিলা স্থা

– তিনিটা নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ

– বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটিৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন-শিলান্যাস

– চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণ

– দেশৰ ৯.৩ কোটিৰো অধিক কৃষকক পি এম-কিষাণ আঁচনিৰ ২২ সংখ্যক কিস্তি মুকলি

– ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত অৱস্থিত কপিলী জলবিদ্যুৎ প্ৰকল্প মুকলি

– নুমলীগড়-শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ সামৰ্থ্য বৃদ্ধি প্ৰকল্প মুকলি

– গুৱাহাটীক নুমলীগড়-গহপুৰ-ইটানগৰৰ সৈতে সংযোগ কৰা পাইপলাইন প্ৰকল্প উদ্বোধন

– কেইবাটাও ডাঙৰ ৰে’লপথ বিদ্যুৎ প্রকল্প মুকলি

– ৩৬০০ কোটিৰো অধিক ব্যয়সাপেক্ষ ফৰকাটিং-তিনচুকীয়া দ্বৈত ৰে’ল লাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন

– বিশ্বনাথ ঘাট আৰু নিমাতীত ক্ৰুজ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন

– ডিব্ৰুগড়ৰ বগীবিলত আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন

-পাণ্ডু ঘাট-২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এপ্ৰ’চ ৰোড উদ্বোধন

– গুৱাহাটীত একতা মল উদ্বোধন
১৪ মাৰ্চৰ কাৰ্যসূচী
– পুৱা প্ৰায় ১০.৪৫ বজাত শিলচৰত প্ৰায় ২৩,৫৫০ কোটিৰ বিভিন্ন প্ৰকল্পৰ ভূমি পূজন

– শিলচৰত চাৰিলেনযুক্ত হাইস্পীড কৰিড’ৰ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ কৰিড’ৰৰ ভূমি পূজন

– ট্ৰাংক ৰোডৰ পৰা ৰংগীৰখাৰী পইণ্টলৈ এলিভেটেড কৰিড’ৰৰ ভূমি পূজন

– কৰিমগঞ্জ জিলাৰ পথাৰকান্দিত এখন নতুন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
–

Tags: আজি প্ৰধানমন্ত্ৰীয়ে অসমবাসীকদিব ৪৭ হাজাৰ কোটিৰ নিৰ্বাচনী উপহাৰ
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx