ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

LPG crisis I গেছ চিলিণ্ডাৰৰ আতংক বিয়পালে কঠোৰ ব্যৱস্থা লোৱাৰ সতৰ্কবাণী মোদীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 13, 2026
Reading Time: 1 min read
A A
0
Middle East Crisis : যুদ্ধৰ জুইৱে সমস্যাত পেলাইছে ভাৰতৰ পাকঘৰ : শ্বাহৰ নেতৃত্বত সমিতি গঠন মোদী চৰকাৰৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

এল পি জিক লৈ দেশজুৰি (LPG Crisis) উদ্বেগৰ মাজতে এইবাৰ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰিস্থিতিৰ সুযোগ লৈ একাংশ লোকে অপ্ৰয়োজনীয় আতংক বিয়পাইছে বুলিও তেওঁ কয়।

LPG crisis I
গেছ চিলিণ্ডাৰৰ আতংক বিয়পালে কঠোৰ ব্যৱস্থা লোৱাৰ সতৰ্কবাণী মোদীৰ:

ই দেশৰ ক্ষতি কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ক’লা বজাৰলৈও সুকীয়া বাৰ্তা দিছে।

ৰাজনীতিৰ ঊৰ্ধ্বত উঠি সংকটৰ মোকাবিলা কৰিব লাগে বুলি মোদীয়ে কয়। তেওঁ ৰাজ্য চৰকাৰসমূহক ক’লা বজাৰ ৰোধ কৰিবলৈ সক্ৰিয় হ’বলৈ কয়। আনহাতে, বৃহস্পতিবাৰে তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতেও পশ্চিম এছিয়াত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে কথা পাতে।

বৃহস্পতিবাৰে দিল্লীত এখন সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে। তাত তেওঁ এল পি জিৰ উদ্বেগৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিয়ে সকলো দেশকে প্ৰভাৱিত কৰিছে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে।

মোদীয়ে কয়, “একাংশ লোকে এল পি জিক লৈ আতংক বিয়পাবলৈ চেষ্টা কৰিছে। মই কোনো ৰাজনৈতিক মন্তব্য কৰিব নিবিচাৰো। মই মাত্ৰ ক’ম যে তেওঁলোকে জনসাধাৰণৰ সন্মুখত নিজৰ প্ৰকৃত ৰং উদঙাই দিছে আৰু সামগ্ৰিকভাৱে দেশৰ ক্ষতি কৰিছে।” ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ক’লা বজাৰৰ ওপৰত মন্তব্য কৰে।

তেওঁ কয় যে একাংশ লোকে পৰিস্থিতিৰ সুযোগ লৈ ক’লা বজাৰত কিছুমান সামগ্ৰী বিক্ৰী কৰি আছে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাকো ৰেহাই দিয়া নহ’ব। ইয়াৰ পিছত তেওঁ কয়, “ৰাষ্ট্ৰসমূহে ক’লা বজাৰকৰ্তা আৰু জমাকাৰীক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’ব লাগিব। মই আপোনালোকক অনুৰোধ কৰিছো যে তদাৰকী বৃদ্ধি কৰক।”

প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ বাবে এক কঠিন আৰু জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। একেলগে ইয়াৰ সন্মুখীন হ’ব লাগিব। বিভিন্ন ৰাজনৈতিক দল, সংবাদ মাধ্যম, দেশৰ যুৱক-যুৱতী, চহৰ-গাঁৱৰ সাধাৰণ ৰাইজ, ইয়াত সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেওঁ কয়, “পৃথিৱীখন এতিয়া এক কঠিন সময়ৰ মাজেৰে পাৰ হৈ আছে। অৱশ্যে ভাৰতে নিজস্ব ছন্দ বজাই ৰাখিছে। সমগ্ৰ বিশ্বই জানে যে যদি আমি ভৱিষ্যতৰ ফালে চাব বিচাৰো তেন্তে ভাৰতৰ ফালে চাব লাগিব। আমি ভাৰতৰ সৈতে সংস্পৰ্শত থাকিব লাগিব। আমাৰ মাত্ৰ এটাই লক্ষ্য, এটাই উদ্দেশ্ আছে- এখন উন্নত ভাৰত।

দেশখন কেৱল আগবাঢ়ি যোৱাই নহয়, দেশখনে পৰৱৰ্তী পৰ্যায়ত ভৰি দিবলৈ ওলাইছে। দেশৰ বহু নেতাই ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিছে।” লগতে তেওঁ কয়, “আমাৰ উদ্দেশ্য স্পষ্ট যে বিশ্বৰ সিটো পাৰে হোৱা যুদ্ধৰ বাবে দেশৰ জনসাধাৰণ সমস্যাৰ সন্মুখীন হ’ব নালাগিব।

১.৪০ কোটি ভাৰতীয়ৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে। কোভিড কালৰ দৰেই আমি এই সংকটো সফলতাৰে অতিক্ৰম কৰিম।” আনহাতে, প্ৰধানমন্ত্ৰীয়ে গভীৰ নিশা ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে তেওঁ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে ফোনত বাৰ্তালাপ কৰে।

উল্লেখ্য যে যুদ্ধ আৰম্ভ হোৱাৰ পিছত দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ এইটো প্ৰথম ফোনযোগে বাৰ্তালাপ। বৰ্ধিত উত্তেজনা, অসামৰিক লোকৰ জীৱন হানি আৰু অসামৰিক আন্তঃগাঁথনিৰ ক্ষতিক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

এই অশান্ত পৰিস্থিতিত নতুন দিল্লীয়ে বৰ্তমান দেশখনত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সামগ্ৰী আৰু শক্তিৰ প্ৰবাহ নিৰৱচ্ছিন্ন কৰি ৰখাৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। ভাৰতে শান্তি আৰু স্থিতিশীলতাৰ পক্ষত বুলি পুনৰবাৰ স্পষ্ট কৰি দিছে। যুদ্ধৰ জৰিয়তে নহয়, আলোচনা আৰু কূটনীতিৰ জৰিয়তে এই সংকটৰ সমাধানৰ আহ্বান কৰে মোদীয়ে।

Tags: কঠোৰ ব্যৱস্থা লোৱাৰ সতৰ্কবাণী মোদীৰগেছ চিলিণ্ডাৰৰ আতংক বিয়পালে
Share4Tweet3Send

Related Posts

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
National-International

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

by News Desk
July 6, 2026
50
Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ
National-International

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

by News Desk
July 6, 2026
50
ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx