ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel attack on Lebanon I বোমা-গুলী নহয়, মাত্ৰ প্ৰচাৰ পত্ৰিকাৰে লেবাননৰ আকাশত ইজৰাইলী যুদ্ধবিমানৰ আক্ৰমণ, কিয় এই কৌশল?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 14, 2026
Reading Time: 1 min read
A A
0
Fire at Colour factory : হাৰিয়ানাৰ আবিৰৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৫

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

লেজাৰ গাইডেড বোমা বা এয়াৰ-টু-ছাৰফেছ ক্ষেপণাস্ত্ৰ নহয় (Israel Attack)। নাইবা অটোকেননৰ পৰা ওলোৱা জাক জাক গুলীও নহয়। শুকুৰবাৰৰ নামাজৰ পূৰ্বে লেবাননৰ ৰাজধানী বেহৰুটৰ আকাশ ইজৰাইলৰ যুদ্ধবিমানে পেলোৱা প্ৰচাৰ পত্ৰিকাৰে ভৰি পৰে।

Israel attack on Lebanon I
বোমা-গুলী নহয়, মাত্ৰ প্ৰচাৰ পত্ৰিকাৰে লেবাননৰ আকাশত ইজৰাইলী যুদ্ধবিমানৰ আক্ৰমণ:

এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, ইজৰাইলৰ যুদ্ধবিমানৰ অভিযানৰ সময়ত চাৰিটাকৈ তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল। লগে লগে স্থানীয় বাসিন্দাৰ মাজত আতংক বিয়পি পৰে। ইয়াৰ পিছত যুদ্ধবিমানবোৰে প্ৰচাৰ পত্ৰিকা নিক্ষেপ কৰিবলৈ ধৰে।

লেবাননৰ চৰকাৰী টিভি চেনেলে প্ৰকাশ কৰা অনুসৰি, ইজৰাইলৰ যুদ্ধবিমান পশ্চিম বেহৰুটৰ ভাৰ্ডুন, হামৰা আৰু আইন আল-ম্ৰাইছ অঞ্চলৰ ওপৰেৰে অতি নিম্ন উচ্চতাৰে উৰি গৈছিল আৰু তাৰ পৰা অসংখ্য প্ৰচাৰ পত্ৰিকা নিক্ষেপ কৰে। প্ৰচাৰ পত্ৰিকাত লেবাননৰ জনসাধাৰণৰ বাবে লিখা আছিল, “ইৰাণৰ মিত্ৰ হিজবুল্লাক নিৰস্ত্ৰ কৰিব লাগিব। লেবাননে যি পথ ল’ব সেয়া তোমালোকৰ ওপৰত নিৰ্ভৰশীল— আন কাৰো ওপৰত নহয়।”

ইয়াৰ উপৰি প্ৰচাৰ পত্ৰিকাখনত QR ক’ড আছে। তাৰ তলত লিখা আছে যে ইজৰাইলৰ সামৰিক চোৰাংচোৱা ইউনিট ‘ইউনিট-৫০৪’-এ লেবানন আৰু ইয়াৰ জনসাধাৰণৰ ভৱিষ্যত ৰক্ষাৰ বাবে কাম কৰি আছে।

কিন্তু কিয় টেল আভিভে লেবাননৰ জনসাধাৰণক হিজবুল্লাক নিৰস্ত্ৰ কৰিবলৈ পোনপটীয়াকৈ আবেদন জনাইছে? সামৰিক পৰ্যবেক্ষকৰ এটা অংশৰ মতে, ইৰাণৰ সমৰ্থিত ছিয়া সশস্ত্ৰ বাহিনীটোও লেবাননৰ গণতান্ত্ৰিক ৰাজনীতিৰ অংশীদাৰ।

লেবাননৰ মিত্ৰজোঁটৰ চৰকাৰৰ অধিকাংশই হিজবুল্লাৰ ৰাজনৈতিক শাখা ‘ল’য়েলিটি টু দ্য ৰেজিষ্টেন্স’ৰ সংসদৰ সদস্যসকলৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল। এই পৰিস্থিতিত ইজৰাইলে লেবাননৰ চুন্নী জনসাধাৰণক হিজবুল্লাৰ সৈতে মুখামুখি হ’বলৈ নিজৰ পক্ষত ৰখাৰ ক্ষেত্ৰত সক্ৰিয় হৈ পৰিছে।

উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত ইজৰাইলৰ সেনাই ইৰাণৰ মাটিত আক্ৰমণ কৰাৰ পিছত তেহৰাণ সমৰ্থিত হিজবুল্লাই প্ৰতিশোধ লয়। তাৰ প্ৰতিক্ৰিয়া স্বৰূপে টেল আভিভে ৰাজধানী বেহৰুটকে ধৰি লেবাননৰ বহল অঞ্চলত ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণ চলাইছে।

ইয়াৰ বাবেই এতিয়ালৈকে কমেও ৮ লাখ লোক স্থানচ্যুত হৈছে। তাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ সুৰক্ষাৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছে। ইতিমধ্যে ভাৰতকে ধৰি ৩০খন দেশে এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

Tags: আকাশত ইজৰাইলী যুদ্ধবিমানৰ আক্ৰমণকিয় এই কৌশল?বোমা-গুলী নহয়মাত্ৰ প্ৰচাৰ পত্ৰিকাৰে লেবাননৰ
Share4Tweet3Send

Related Posts

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

Microsoft : দেউতাই মোৰ পঢ়াৰ বাবে মাৰ সোণ বিক্ৰী কৰিছিল, ১.৯ কোটি টকা দৰমহাৰ চাকৰি পালো : বেংগালুৰু মাইক্ৰ’ছফ্ট প্ৰযুক্তিবিদ

ADVERTISEMENT
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT