ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Pradyut Bordoloi I তিনি দশকৰ হাত এৰি পদুমত ধৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 18, 2026
Reading Time: 1 min read
A A
0
Pradyut Bordoloi I তিনি দশকৰ হাত এৰি পদুমত ধৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

দুদিনৰ ৰাজনৈতিক নাটকৰ অন্তত অৱশেষত ৰং সলালে জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi) ।তিনিটা দশকজুৰি হাত শিবিৰত থকাৰ পিছত হঠাতে মোট সলাই গেৰুৱা হৈ পৰিল প্ৰদ্য়ুৎ বৰদলৈ৷

Pradyut Bordoloi I
তিনি দশকৰ হাত এৰি পদুমত ধৰিলে প্ৰদ্যুৎ বৰদলৈয়ে:

বুধবাৰে নতুন দিল্লীত ৰাজ্য়িক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰদ্য়ুৎ বৰদলৈয়ে৷

ইফালে প্ৰদ্য়ুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰাৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে দেৱব্ৰত শইকীয়া, ৰিপুণ বৰাকে ধৰি বহু জ্যেষ্ঠ কংগ্ৰেছ নেতাই সময়ত বিজেপিত যোগদান কৰিব৷

উল্লেখ্য় যে মঙলবাৰে নিশা কংগ্ৰেছৰ পৰা পদত্য়াগ কৰিছিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্য়ুৎ বৰদলৈয়ে। তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যা-পত্ৰ প্ৰেৰণ কৰে৷

পদত্য়াগৰ পিছত তেওঁ কয়, “মই আজি মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ নীতি পৰিত্যাগ কৰিছোঁ আৰু এই কথাটোত মই সুখী নহয় ৷ অৱশ্যে মই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ, কাৰণ কংগ্ৰেছ দলৰ ভিতৰতচ’ৰাত বিশেষকৈ অসম কংগ্ৰেছত লগ পোৱা প্ৰতিজন ব্যক্তিয়ে মোক বহুক্ষেত্ৰত অপমান কৰিছিল ৷”

Tags: তিনি দশকৰ হাত এৰি পদুমতধৰিলে প্ৰদ্যুৎ বৰদলৈয়ে
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
50
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ
National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx