ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Iran war : য’তেই নাথাকক, বিচাৰি উলিয়াই মাৰিম, মস্কো ভ্ৰমণৰ জল্পনা-কল্পনাৰ মাজতে ইৰাণৰ নতুন উচ্চতম নেতাক হত্যাৰ ভাবুকি ইজৰাইলৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 18, 2026
Reading Time: 1 min read
A A
0
Iran war : য’তেই নাথাকক, বিচাৰি উলিয়াই মাৰিম, মস্কো ভ্ৰমণৰ জল্পনা-কল্পনাৰ মাজতে ইৰাণৰ নতুন উচ্চতম নেতাক হত্যাৰ ভাবুকি ইজৰাইলৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

তেওঁ য’তেই নাথাকক কিয়, তেওঁক বিচাৰি উলিয়াই হত্যা কৰা হ’ব। ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনিৰ (Moztaba Khameini) মস্কো যাত্ৰাৰ জল্পনা-কল্পনাৰ মাজতে পুনৰ হত্যাৰ ভাবুকি (Threat of murder) দিছে ইজৰাইলে (Israel)। দেশখনৰ সেনাবাহিনী ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল এফি ডেফ্ৰিনে সকীয়াই দিয়ে যে আমি তেওঁক (মোজতাবা) বিচাৰি উলিয়াম।”

দ্য টাইমছ অব ইজৰাইলৰ এক প্ৰতিবেদন অনুসৰি, আই ডি এফৰ মুখপাত্ৰগৰাকীয়ে কয়, “তেওঁৰ (মোজতাবা) কোনো সন্ধান নাই। তেওঁক ক’তো দেখা পোৱা নাই। কি হৈছে নাজানো।” তাৰ পিছত তেওঁ সকীয়াই দিয়ে, “তেওঁ কিমান দিন লুকাই থাকিব? আমি তেওঁক বিচাৰি উলিয়াম, তাৰ পিছত আমি তেওঁক হত্যা কৰিম।” উল্লেখযোগ্য যে সোমবাৰে কুৱেইটৰ সংবাদ সংস্থা আল জাৰিদাৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে মোজতাবাক চিকিৎসাৰ বাবে মস্কোলৈ বিমানেৰে লৈ যোৱা হৈছে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেস্কোভে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতি মস্কোত মোজতাবাৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। অৱশ্যে এই তথ্য সন্দৰ্ভত ৰাছিয়াৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছক ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰেছ সচিব দিমিত্ৰী পেস্কোভে কয় যে আমি এনে বাতৰি সন্দৰ্ভত কোনো মন্তব্য নকৰো। মোজতাবা মস্কো যাত্ৰাৰ জল্পনা-কল্পনাৰ মাজতে ইজৰাইলে পুনৰ তেওঁক হত্যাৰ ভাবুকি দিছে।

i1 | ASSAM TIMES POST
মস্কো ভ্ৰমণৰ জল্পনা-কল্পনাৰ মাজতে ইৰাণৰ নতুন উচ্চতম নেতাক হত্যাৰ ভাবুকি ইজৰাইলৰ

ইফালে আই ডি এফৰ মুখপাত্ৰ ডেফ্ৰিনে কয় যে ইৰাণৰ প্ৰতি ইজৰাইলৰ মনোভাব সলনি নহ’ব। তেওঁ কয়, “ইজৰাইলৰ সাৰ্বভৌমত্বক বিপদত পেলাবলৈ চেষ্টা কৰাসকলৰ ভাগ্য আমি লিখিম। যিয়ে আমাৰ বিৰুদ্ধে হাত তুলিবলৈ চেষ্টা কৰিব, তাক উপযুক্ত উত্তৰ দিয়া হ’ব।” আই ডি এফৰ মুখপাত্ৰই ইংগিত দিয়ে যে তেওঁলোকৰ অভিযান কেৱল ইৰাণৰ শীৰ্ষ নেতাসকলৰ মাজতে সীমাবদ্ধ নাথাকিব। ইৰাণৰ সৈতে সহযোগিতা কৰা সকলো সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধেও এই অভিযান অব্যাহত থাকিব। তেওঁ কয়, “আমি সকলোকে বিচাৰি উলিয়াম। যিমানেই সময় নালাগক কিয়।” 

উল্লেখযোগ্য যে ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত মোজতাবা আহত হোৱা বুলি বিভিন্ন সূত্ৰই দাবী কৰিছে। আকৌ এই তথ্যও প্ৰচাৰ হৈ আছে যে মোজতাবা জীয়াই আছেনে? ২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাজহুৱা স্থানত মোজতাবাক দেখা পোৱা নাই। তাৰ পৰাই জল্পনা-কল্পনা অধিক শক্তিশালী হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে ইৰানে বাৰে বাৰে দাবী কৰি আহিছে যে মোজতাবা জীয়াই আছে আৰু সুস্থ হৈ আছে।

Tags: Iranwar
Share4Tweet3Send

Related Posts

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

by News Desk
July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

by News Desk
July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

by News Desk
July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
ADVERTISEMENT
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT