
অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত প্ৰকাশ পালে অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৮৮ জনীয়া প্ৰাৰ্থী তালিকা (Assam Election)। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে এই প্ৰাৰ্থী তালিকাত বহুকেইটা পৰিৱৰ্তন দেখা গৈছে। প্ৰথমটো হৈছে মাত্ৰ তিনিদিন পূৰ্বে গেৰুৱা বসন পিন্ধা প্ৰদ্যুৎ বৰদলৈক প্ৰদান কৰা হৈছে দিছপুৰ সমষ্টিৰ টিকট।

ফলত পাখি কটা গ’ল জ্যেষ্ঠ বিজেপি নেতা তথা চাৰিবাৰৰ বিধায়ক অতুল বৰাৰ । আনহাতে, নিউ গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঠাইত প্ৰাৰ্থিত্ব লাভ কৰিছে দিপ্লুৰঞ্জন শৰ্মাই।
বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা-
গোলকগঞ্জ: অশ্বিনী ৰায় সৰকাৰ
ধুবুৰী: উত্তম প্ৰসাদ
বীৰসিং জৰুৱা: মাধৱী দাস
গোৱালপাৰা পশ্চিম: পবিত্ৰ ৰাভা
দুধনৈ: টংকেশ্বৰ ৰাভা
অভয়াপুৰী: ভূপেন ৰায়
বিজনী: অৰূপ কুমাৰ দে’
ভৱানীপুৰ-সৰভোগ: ৰণজিৎ কুমাৰ দাস
মন্দিয়া: বাদল চন্দ্ৰ আৰ্য
চমৰীয়া: জ্যোৎস্না কলিতা
বকো-ছয়গাঁও: ৰাজু মেচ
পলাশবাৰী: হিমাংশু শেখৰ বৈশ্য
ৰঙিয়া: ভৱেশ কলিতা
কমলপুৰ: দিগন্ত কলিতা
দিছপুৰ: প্ৰদ্যুৎ বৰদলৈ
নিউ গুৱাহাটী: দিপ্লু ৰঞ্জন শৰ্মা
গুৱাহাটী চেণ্ট্ৰেল: বিজয় কুমাৰ গুপ্তা
জালুকবাৰী: হিমন্ত বিশ্ব শৰ্মা
বৰক্ষেত্ৰী: নাৰায়ণ ডেকা
নলবাৰী: জয়ন্ত মল্লবৰুৱা
টিহু: চন্দ্ৰমোহন পাটোৱাৰী
তামুলপুৰ: বিশ্বজিৎ দৈমাৰী
গোৰেশ্বৰ: ভিক্টৰ কুমাৰ দাস
টংলা: বিকন চন্দ্ৰ ডেকা
ছিপাঝাৰ: পৰমানন্দ ৰাজবংশী
মঙলদৈ: নীলিমা দেৱী
জাগীৰোড: পীযুষ হাজৰীকা
মৰিগাঁও: ৰমাকান্ত দেউৰী
ধিং: ডাঃ মুকুট কুমাৰ দেৱনাথ
চামগুৰি: অনিল শইকীয়া
বঢ়মপুৰ: জিতু গোস্বামী
নগাঁও-বটদ্ৰৱা: ৰূপক শৰ্মা
ৰহা: শশীকান্ত দাস
হোজাই: শিলাদিত্য দেৱ
লামডিং: শিবু মিশ্ৰ
ঢেকীয়াজুলি: অশোক সিংহল
বৰচলা: ৰিতু বৰণ শৰ্মা
ৰঙাপৰা: কৃষ্ণকমল তাঁতী
নদুৱাৰ: পদ্ম হাজৰিকা
বিশ্বনাথ: পল্লৱ লোচন দাস
বিহালী: মুনীন্দ্ৰ দাস
গহপুৰ: উৎপল বৰা
বিহপুৰীয়া: ভূপেন বৰা
ৰঙানদী: ঋষিৰাজ হাজৰিকা
লখিমপুৰ: মানৱ ডেকা
ঢকুৱাখনা: নৱকুমাৰ দলে
ধেমাজি: ডাঃ ৰণোজ পেগু
জোনাই: ভুবন পেগু
শদিয়া: বলিন চেতিয়া
ডুমডুমা: ৰূপেশ গোৱালা
মাৰ্ঘেৰিটা: ভাস্কৰ শৰ্মা
ডিগবৈ: সুৰেন ফুকন
মাকুম: সঞ্জয় কিষাণ
তিনিচুকীয়া: পুলক গোঁহাই
চাবুৱা-লাহোৱাল: বিনোদ হাজৰিকা
ডিব্ৰুগড়: প্ৰশান্ত ফুকন
খোৱাং: চক্ৰধৰ গগৈ
দুলীয়াজান: ৰামেশ্বৰ তেলী
টিংখাং: বিমল বড়া
নাহৰৰকটীয়া: তৰংগ গগৈ
সোণাৰি: ধৰ্মেশ্বৰ কোঁৱৰ
মাহমৰা: সুৰুজ দিহিঙীয়া
ডিমৌ: সুশান্ত বৰগোহাঁই
নাজিৰা: ময়ুৰ বৰগোহাঁই
মাজুলী: ভুবন গাম
যোৰহাট: হিতেন্দ্ৰনাথ গোস্বামী
মৰিয়নী: ৰূপজ্যোতি কুৰ্মী
তিতাবৰ: ধীৰাজ গোৱালা
গোলাঘাট: অজন্তা নেওগ
দেৰগাঁও: মৃদুল কুমাৰ দত্ত
খুমটাই: মৃণাল শইকীয়া
সৰুপথাৰ: বিশ্বজিৎ ফুকন
বোকাজান: সূৰ্য ৰংফাৰ
হাওৰাঘাট: লুনচিং তেৰণ
ডিফু: নিছো তেৰংপী
ৰংখাং: তুলিৰাম ৰংহাং
আমৰি: ডাঃ হাবে তেৰণ
হাফলং: ৰুপালী লাংঠাছা
লক্ষীপুৰ: কৌশিক ৰায়
উধাৰবন্দ: ডাঃ ৰাজদ্বীপ গোৱালা
কাটিগড়া: কমলাক্ষ দে’ পুৰকায়স্থ
বৰখলা: কিশোৰ নাথ
শিলচৰ: ডাঃ ৰাজদ্বীপ ৰায়
ধলাই: অমিয় কান্তি দাস
হাইলাকান্দি: ডাঃ মিলন দাস
কৰিমগঞ্জ উত্তৰ: সুব্ৰত ভট্টাচাৰ্য
পাথাৰকান্দি: কৃষ্ণেন্দু পাল
ৰামকৃষ্ণ নগৰ: বিজয় মালাকাৰ













