ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

World Records India : ১,১১১ ই-গ্ৰন্থ উন্মোচনেৰে ‘ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া’ৰ অভিলেখ সৃষ্টি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ

অজন্তা তালুকদাৰ : বোকাখাত :

News Desk by News Desk
March 20, 2026
Reading Time: 1 min read
A A
0
World Records India : ১,১১১ ই-গ্ৰন্থ উন্মোচনেৰে ‘ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া’ৰ অভিলেখ সৃষ্টি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

একেদিনাই ৭৯৬ লেখিকাৰ ১,১১১ ই-গ্ৰন্থ উন্মোচনেৰে (E-book launch) ‘ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া’ৰ (World Records India) অভিলেখ সৃষ্টি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ (All Assam Women Writers’ Association)। অসমীয়া লেখিকাক উৎসাহিত কৰা আৰু অসমীয়া সাহিত্যক আগবঢ়োৱা নিয়াৰ উদ্দেশ্যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা এক ঐতিহাসিক ডিজিটেল প্ৰকাশনৰ উদ্যোগ গ্ৰহণ কৰি লেখিকা সকলক স্বৰচিত গ্ৰন্থ জমা দিবলৈ আহ্বান জনাইছিল তদানীন্তন সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈৰ নেতৃত্বত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে। সংগঠনটোৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ মুঠ ৭৯৬ গৰাকী লেখিকাই স্বৰচিত ই-গ্ৰন্থ জমা দিয়ে।

উল্লেখযোগ্য যে সকলোবোৰ ই-গ্ৰন্থ একে দিনতে ‘ত্ৰাত্ৰী’ৰ উদ্যোগত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰি উন্মোচন কৰা হয়। যোৱা ২ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ নগাঁও জিলাৰ কলিয়াবৰত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ত্ৰিংশতিতম দ্বিবাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী অনুষ্ঠানৰ অন্তিম দিনা, অৰ্থাৎ ৫ জানুৱাৰীত সমগ্ৰ ৰাজ্যৰ যথেষ্ট সংখ্যক লেখিকাৰ স্বৰচিত গ্ৰন্থৰ লগতে ব্যতিক্ৰমী প্ৰচেষ্টাৰে সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী আৰু বিষয় ববীয়া সকলৰ সহযোগত একেলগে বিশেষ প্ৰযুক্তি ব্যৱস্থা যোগে ৭৯৬ গৰাকী লেখিকাৰ ১,১১১ খন ই-গ্ৰন্থৰ উন্মোচন হৈছিল। এই অসাধাৰণ কৃতিত্বৰ বাবে কলিয়াবৰ অধিৱেশনতে ‘ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া’ত এক নতুন অভিলেখ স্থাপন হয় সংগঠনটোৰ।

book2 | ASSAM TIMES POST
১,১১১ ই-গ্ৰন্থ উন্মোচনেৰে ‘ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া’ৰ অভিলেখ সৃষ্টি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ

উল্লেখযোগ্য যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিদায়ী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈৰ দ্বিতীয়টো কাৰ্যকালৰ সমাপ্তি হয় উক্ত অধিৱেশনতে। বৰদলৈৰ প্ৰথমটো কাৰ্যকালৰ আৰম্ভণিতে বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ কেউটা সাংবাদিক সংগঠনৰ লগতে বোকাখাতৰ ৰাইজে আদৰণি সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তত তদানীন্তন নৱ নিৰ্বাচিত সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে ব্যক্ত কৰিছিল এনে এক পৰিকল্পনা তথা হাবিয়াসৰ কথা।

সভানেত্ৰী বৰদলৈৰ নেতৃত্বত সংগঠনটোয়ে লোৱা এনে ব্যতিক্ৰমী পদক্ষেপৰ লগতে অভিলেখ স্থাপনৰ বাবে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে বোকাখাতৰ কেউটা সাংবাদিক সংগঠন, বোকাখাতৰ বিভিন্ন দল সংগঠন, ব্যক্তিয়ে বিদায়ী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিলৈ আন্তৰিক অভিনন্দন আৰু অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছে। এয়া অসমীয়া সাহিত্যত মহিলা লেখকৰ ভূমিকাৰ এক অভূতপূৰ্ব মাইলৰ খুঁটি বুলি সচেতন মহলত চৰ্চিত হৈছে।

Tags: E-booklaunch
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
50
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ
National-International

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
50
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা
National-International

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ

PM Modi I আবুধাবিত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতৰ নিৰাপত্তা, শক্তি সংকটৰ ওপৰত গুৰুত্ব

May 15, 2026
Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

Dentist I আদিম মানুহেও জানিছিল নেকি দন্ত চিকিৎসাৰ কথা ? ৫৯ হাজাৰ বছৰ পুৰণি জীৱাশ্মৰ গৱেষণাত নতুন সূত্ৰ

May 15, 2026
NEET-UG 2026 বাতিল I প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ, অনুষ্ঠিত হ’ব নতুন পৰীক্ষা

সৰিয়হৰ তলিতে ভূত ! ভিতৰৰ পৰাই এনইইটি প্ৰশ্নকাকত ফাদিল হৈছে, দিল্লী আদালতত দাবী চিবিআইৰ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx