ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Elections 2026 : কংগ্ৰেছৰ কোন কোন তাৰকা প্ৰচাৰকে অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাব

নিউজ ডেস্কঃ

News Desk by News Desk
March 24, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : কংগ্ৰেছৰ কোন কোন তাৰকা প্ৰচাৰকে অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাব

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

নিৰ্বাচনলৈ (Election) মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ইতিমধ্যে সোমবাৰে মনোনয়ন দাখিলৰ অন্ত পৰিছে আৰু আজি ৰাজ্যিক নিৰ্বাচন আয়োগে বৈধ প্ৰাৰ্থী ঘোষণা কৰিছে। তাৰ মাজতে শাসক-বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

আজি কংগ্ৰেছে ঘোষণা কৰিছে অসম বিধানসভা নিৰ্বাচনৰ বাবে ষ্টাৰ কেম্পেইনাৰ (Star Campaigner) অৰ্থাৎ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা। কংগ্ৰেছৰ তাৰকা প্ৰচাৰকসকল হৈছে :
ৰাহুল গান্ধী

প্ৰিয়ংকা গান্ধী

মল্লিকাৰ্জুন খাৰ্গে

কে চি বেণুগোপাল

শচীন পাইলট

জীতেন্দ্ৰ সিং

অলকা লাম্বা

শিল্পী তিৰ্কী

কনহাইয়া কুমাৰ

ৰেৱন্ত ৰেড্ডী

সিদ্দাৰামাইয়া

সুখবিন্দৰ সিং সুকখু,

cong | ASSAM TIMES POST
কংগ্ৰেছৰ তাৰকা প্ৰচাৰকে অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাব

গৌৰৱ গগৈ

দেৱব্ৰত শইকীয়া

ডি কে শিৱকুমাৰ

ভূপেশ বাঘেল

বন্ধু তীৰ্কি

অশোক গেহলট

ড৹ চৈয়দ নাছিৰ হুছেইন

দীপেন্দ্ৰ সিং হুদা

বিজয় ইন্দৰ সিংলা

এছ এ ছাংমা

আলফ্ৰেড কে আৰ্টহুৰ

বাইনাল আকুয়ান

সুখদেউ ভগত

ৰকিবুল হুছেইন

ইমৰান প্ৰতাপঘড়ী

নাদীম জাভেদ

পৃথ্বিৰাজ প্ৰভাকৰ শেঠ

মনোজ চৌহান

বিকাশ উপাধ্যায়

দীপিকা পাণ্ডে সিং,

সুদীপ ৰয় বৰ্মন

বিক্ৰান্ত ভুৰীয়া

উদয় ভানু শিৱ

বিনোদ জাকহাৰ

পৱন সিং ঘাটোৱাৰ

দীপ বায়ন

ৰামান্না বৰুৱা

প্ৰদ্যুৎ কুমাৰ ভূঞা

Tags: congressCampaing
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
ADVERTISEMENT
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026
50
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx