ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : নিৰ্যাতিতাৰ নাম-পৰিচয় গোপনীয় কৰি ৰখাৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰিব লাগিব, প্ৰতিখন উচ্চ ন্যায়ালয়লৈ বাৰ্তা উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 26, 2026
Reading Time: 1 min read
A A
0
Supreme Court of India : নিৰ্যাতিতাৰ নাম-পৰিচয় গোপনীয় কৰি ৰখাৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰিব লাগিব, প্ৰতিখন উচ্চ ন্যায়ালয়লৈ বাৰ্তা উচ্চতম ন্যায়ালয়ৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে (Supreme Court) ধৰ্ষণৰ গোচৰত ভুক্তভোগীৰ (Victim in a rape case) নাম আৰু পৰিচয় (Name and Identity) গোপনে ৰখাৰ বাবে ‘নিৰ্দেশনা’ (‘Instructions’ to keep secret) নিৰ্ধাৰণ কৰিছে। কিন্তু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে সকলো গোচৰতে এই নিৰ্দেশ ধাৰাবাহিকভাৱে পালন কৰা হোৱা নাই। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পূৰ্বৰ নিৰ্দেশ যাতে কঠোৰভাৱে পালন কৰা হয় সেয়া নিশ্চিত কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে এতিয়া দেশৰ প্ৰতিখন উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক অৱগত কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠত ধৰ্ষণৰ গোচৰৰ শুনানি চলি আছিল ।

যোৱা মঙলবাৰে আদালতে এই গোচৰৰ ৰায় দিয়ে। বৃহস্পতিবাৰে ৰাজহুৱা কৰা হয় এই ৰায়। নাবালিকাক ধৰ্ষণ কৰাৰ গোচৰত এজন অভিযুক্তক দোষমুক্ত কৰিলে উচ্চতম ন্যায়ালয়ে। একে সময়তে ন্যায়াধীশ দুগৰাকীয়ে ৰায়দানৰ একেবাৰে শেষত ধৰ্ষণৰ গোচৰত ভুক্তভোগীৰ নাম আৰু পৰিচয় গোপনে ৰখা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ বিষয়েও লিখে। তেওঁলোকে লিখিছে, “এইটো আইনত বহুদিনৰ পৰাই প্ৰতিষ্ঠিত। অৱশ্যে বাস্তৱত ইয়াক সঠিকভাৱে পালন কৰা হোৱা নাই।”

sc1 | ASSAM TIMES POST
নিৰ্যাতিতাৰ নাম-পৰিচয় গোপনীয় কৰি ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰায়দানৰ শেষৰ অনুচ্ছেদত দুজন ন্যায়াধীশৰ বিচাৰপীঠে লিখিছে, “আমি নিৰ্দেশ দিওঁ যে এই ৰায়ৰ প্ৰতিলিপি সকলো উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কলৈ প্ৰেৰণ কৰা হওক।” এই প্ৰসংগত তেওঁলোকে নিপুন ছাক্সেনা বনাম ভাৰত চৰকাৰৰ গোচৰৰ পূৰ্বৰ ৰায়ৰ কথাও উল্লেখ কৰে। সেই গোচৰৰ ৰায়দানত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ নকৰাৰ সন্দৰ্ভত কিছুমান বাধ্যবাধকতাৰ কথা উল্লেখ কৰা হৈছে বুলি ন্যায়াধীশ দুগৰাকীয়ে কয়। সেই আদেশ কঠোৰভাৱে পালন কৰিব লাগিব। সেইটো নিশ্চিত কৰিবলৈ সকলো উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক মঙলবাৰৰ ৰায়দানৰ প্ৰতিলিপি প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।

উচ্চতম ন্যায়ালয়ে ৰায়দানত আৰু লিখিছে, “যদিও দীৰ্ঘদিন ধৰি ভুক্তভোগীৰ পৰিচয় বেনামী কৰি ৰখাৰ নীতি আইনত প্ৰতিষ্ঠিত হৈ আহিছে, তথাপিও কাৰ্যক্ষেত্ৰত ইয়াক সঠিকভাৱে পালন কৰা হোৱা নাই। ধৰি লোৱা হৈছে যে ইয়াৰ মূল কাৰণ হ’ল নিম্ন আদালতৰ উদাসীনতা আৰু এই অপৰাধৰ ফলত ভুক্তভোগীয়ে সহ্য কৰিবলগীয়া হোৱা সামাজিক কলংকৰ বোজা বহন কৰিব লগীয়া হয়, সেই বিষয়ে সজাগতাৰ অভাৱ।”

Tags: SupremeCourt
Share4Tweet3Send

Related Posts

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

by News Desk
May 11, 2026
50
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

by News Desk
May 11, 2026
50
HMPV Virus : কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটৰ দুমহীয়া শিশু এইচ এম পি ভি ভাইৰাছত সংক্ৰমিত
National-International

Hantavirus I এইবাৰ হাণ্টা ভাইৰাছ, আটলাণ্টিক ক্ৰুজত আক্ৰান্ত দুজন ভাৰতীয়

by Staff Reporter
May 11, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Chandranath murder case I শুভেন্দুৰ সহায়কক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তিনি অভিযুক্ত

by Staff Reporter
May 11, 2026
50
Modi’s Political attack : চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ : মোদীৰ বিৰুদ্ধে আয়োগক পত্ৰ আমোলা, সমাজকৰ্মীসহ ৭০০ নাগৰিকৰ
National-International

PM Modi I দেশত জৰুৰী অৱস্থা? ইন্ধন আৰু খোৱা তেলৰ ব্যৱহাৰ কমাবলৈ, সোণৰ গহনা কিনা বন্ধ কৰিবলৈ মোদীৰ আহ্বান

by Staff Reporter
May 11, 2026
50
ADVERTISEMENT
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

May 11, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

May 11, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

May 11, 2026
50
Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas
National-International

Supreme Court Orders High Courts : Speedy Disposal of Bail Pleas

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

May 11, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

May 11, 2026
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx