ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Defence Ministry I ৪৫০-৮০০ কিলোমিটাৰলৈ বৃদ্ধি ব্ৰহ্মছ মিছাইলৰ পৰিসৰ, ৰাছিয়াৰ সৈতে চুক্তিত অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 28, 2026
Reading Time: 1 min read
A A
0
Indian Defence Ministry I ৪৫০-৮০০ কিলোমিটাৰলৈ বৃদ্ধি ব্ৰহ্মছ মিছাইলৰ পৰিসৰ, ৰাছিয়াৰ সৈতে চুক্তিত অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ব্ৰহ্মছৰ (Brahmos) পৰিসৰ দুগুণ পাবলৈ ওলাইছে। ইয়াৰ লগতে ভাৰত আৰু ৰাছিয়াই যৌথভাৱে নিৰ্মাণ কৰা এই ‘ছুপাৰছনিক’ (শব্দৰ গতিতকৈ বেছি দ্ৰুত) ক্ৰুজ মিছাইলটো হাইপাৰছনিকলৈ (শব্দৰ গতিতকৈ পাঁচগুণ বেছি দ্ৰুত) উন্নীত কৰা হ’ব।

Indian Defence Ministry I
৪৫০-৮০০ কিলোমিটাৰলৈ বৃদ্ধি ব্ৰহ্মছ মিছাইলৰ পৰিসৰ:

শেহতীয়াকৈ কিছুমান বাতৰিত দাবী কৰা হৈছে যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ব্ৰহ্মছৰ দক্ষতা বৃদ্ধিৰ বাবে মস্কোৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰাৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। ‘দ্য ইকন’মিক টাইমছ’ৰ বাতৰি অনুসৰি, এই সন্দৰ্ভত অতি সোনকালে আনুষ্ঠানিক চুক্তি হ’ব পাৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয় যে শেহতীয়াকৈ পশ্চিম এছিয়াত সংঘটিত হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ ফলপ্ৰসূতা পুনৰ প্ৰমাণিত হৈছে। এনে পৰিস্থিতিত সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখা (স্থল, নৌসেনা আৰু বায়ুসেনা)ৰ বাবে বৰ্ধিত দূৰত্ব আৰু গতিবেগ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ প্ৰদানৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া হৈছে।

ইতিমধ্যে ৰাছিয়াৰ সেনাই নতুন হাইপাৰছনিক ‘ব্ৰহ্মছ মাৰ্ক-২’ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। নতুন দিল্লীয়েও মস্কোৰ সৈতে যৌথ উদ্যোগত ইয়াক বিকশিত কৰিব বিচাৰিছে। ব্ৰহ্মছৰ নতুন সংস্কৰণটো হয়তো প্ৰথম অৱস্থাত ভাৰতীয় সেনাবাহিনীক গতাই দিয়া হ’ব।

নতুন পৰিকল্পনা কাৰ্যকৰী হ’লে ব্ৰহ্মছে কেৱল লাহোৰ, ইছলামাবাদ বা ৰাৱালপিণ্ডিত নহয়, এইবাৰ চীনৰ অধিকাংশ গুৰুত্বপূৰ্ণ সামৰিক আন্তঃগাঁথনিত আক্ৰমণ কৰিবলৈ সক্ষম হ’ব। যোৱা বছৰ অপাৰেচন সিন্দুৰত ব্ৰহ্মছৰ সফলতাৰ পিছত স্থল, নৌসেনা আৰু বায়ুসেনাৰ সংশ্লিষ্ট বিষয়াসকলে ক্ষেপণাস্ত্ৰক আৰু অধিক শক্তিশালী কৰাৰ বাবে পাঁচ দফীয়া কাৰ্যসূচীৰ প্ৰস্তাৱ আগবঢ়ায়। স্থল বা যুদ্ধ জাহাজৰ পৰা উৎক্ষেপণ কৰিব পৰা ব্ৰহ্মছৰ ৰেঞ্জ প্ৰায় ৪৫০ কিলোমিটাৰ।

বিমান বা ছাবমেৰিনত ব্যৱহাৰ কৰা সংস্কৰণতকৈ ই অলপ কম। নতুন পাঁচ দফীয়া পৰিকল্পনাত ব্ৰহ্মছৰ ৰেঞ্জ আৰু গতি দুয়োটাই বৃদ্ধি কৰা হৈছে। স্থল বা যুদ্ধ জাহাজৰ পৰা উৎক্ষেপণ কৰিব পৰা ব্ৰহ্মছৰ নতুন সংস্কৰণৰ পৰিসৰ ৮০০ কিলোমিটাৰ হ’ব।

Tags: প্ৰতিৰক্ষা মন্ত্ৰালয়ৰব্ৰহ্মছ মিছাইলৰ পৰিসৰ৪৫০-৮০০ কিলোমিটাৰলৈ বৃদ্ধিৰাছিয়াৰ সৈতে চুক্তিত অনুমোদন
Share4Tweet3Send

Related Posts

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

by Staff Reporter
July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

by Staff Reporter
July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

by News Desk
July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

ADVERTISEMENT
মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!
National-International

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
50
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?
National-International

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
50
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

মাৰাডোনাৰ পূৰ্বৰ ক্লাবত যোগদান কৰিব ৰোনাল্ডোৱে!

Christiano Ronaldo I ভেনিজুৱেলা ভূমিকম্পত ভৰি হেৰুওৱা অনুৰাগীৰলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ ৰোনাল্ডোৰ, স্বাক্ষৰিত জাৰ্চি প্ৰেৰণ

July 4, 2026
Ayatollah Khamenei Funeral I খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতৰ আৰু কোন কোন নেতা উপস্থিত থাকিব?

Ayatollah Khamenei funeral । অশ্ৰুসিক্ত নয়নেৰে খামেইনীক অন্তিম বিদায় ইৰাণৰ; পাক প্ৰধানমন্ত্ৰী-সেনাপ্ৰধান, দিল্লীৰ দুই প্ৰতিনিধি উপস্থিত

July 4, 2026
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT