ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Asaduddin Owaisi : কংগ্ৰেছ হৈছে বিজেপিৰ এ-টীম : নিৰ্বাচনী প্ৰচাৰলৈ আহি কংগ্ৰেছক আক্ৰমণ আছাদুদ্দিন ওৱেইছিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 3, 2026
Reading Time: 1 min read
A A
0
Asaduddin Owaisi : কংগ্ৰেছ হৈছে বিজেপিৰ এ-টীম : নিৰ্বাচনী প্ৰচাৰলৈ আহি কংগ্ৰেছক আক্ৰমণ আছাদুদ্দিন ওৱেইছিৰ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

অসমত নিৰ্বাচনী (Assam Election) প্ৰচাৰ চলাবলৈ আহিছে (Coming to run a campaign) আছাদুদ্দিন ওৱেইছি (Asaduddin Owaisi)। এ আই ইউ ডি এফৰ (AIUDF) হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা ৱেইছিৰ এইবাৰ আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ। সৰ্বভাৰতীয় মজলিছ-এ-ইত্তেহাদুল মুছলিমীনৰ মুৰব্বীয়ে কংগ্ৰেছক বিজেপিৰ এ-টীম বুলি অভিহিত কৰে ওৱেইছিয়ে। ওৱেইছিৰ মতে, অসমত নিৰ্বাচনৰ পূৰ্বে বহু কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাৰ ফলত ভোটাৰৰ মাজত আত্মবিশ্বাসৰ সংকটৰ সৃষ্টি হৈছে।

এনডিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ওৱেইছিয়ে কয়, “কংগ্ৰেছ দশক দশক ধৰি ক্ষমতাত আছিল, কিন্তু ই বিজেপিক ৰুধিব নোৱাৰিলে। ইয়াৰ বহু নেতাই বিজেপিত যোগদান কৰিছে, গতিকে ৰাইজে তেওঁলোকক আৰু বিশ্বাস নকৰে। বিজেপিৰ বিৰুদ্ধে যুঁজখন কেৱল প্ৰতীকী হ’ব নোৱাৰে। এই যুঁজখন তৃণমূল পৰ্যায়ত নামি হ’ব লাগিব। আৰু ইয়াৰ বাবে এটা স্বতন্ত্ৰ কণ্ঠক শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে (কংগ্ৰেছ) আমাক কয় বিজেপিৰ ‘বি-টীম’, কিন্তু অসমৰ পৰিস্থিতিয়ে প্ৰমাণ কৰে যে প্ৰকৃততে কংগ্ৰেছ হৈছে বিজেপিৰ ‘এ-টীম’।”

‘পৰিচয়’ আৰু ‘প্ৰতিনিধিত্ব’কেন্দ্ৰিক ৰাজনীতি পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে অসমৰ নিৰ্বাচনী যুঁজত। বদৰুদ্দিন আজমলৰ দল এ আই ইউ ডি এফৰ সমৰ্থনত প্ৰচাৰ চলাই থকাৰ সময়তে ওৱেছিয়ে সংখ্যালঘু ভোটাৰৰ সমৰ্থন সুদৃঢ় কৰাৰ চেষ্টা চলাইছে। লগতে বিজেপিৰ শাসন ব্যৱস্থা আৰু কংগ্ৰেছৰ বিশ্বাসযোগ্যতা দুয়োটাকে তীব্ৰ সমালোচনা কৰিছে।

Aiudf | ASSAM TIMES POST
কংগ্ৰেছ হৈছে বিজেপিৰ এ-টীম : নিৰ্বাচনী প্ৰচাৰলৈ আহি কংগ্ৰেছক আক্ৰমণ আছাদুদ্দিন ওৱেইছিৰ

এ আই এম আই এমৰ মুৰব্বীগৰাকীয়ে কয়, “আমি ইয়ালৈ মৌলানা বদৰুদ্দিন আজমল আৰু তেওঁৰ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ আহিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা সভাত ভাষণ দিছোঁ। এ আই ইউ ডি এফে অসমৰ মুছলমান সম্প্ৰদায়ৰ স্বতঃস্ফূৰ্ত আৰু স্বতন্ত্ৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰে। আৰু সেয়ে ৰাইজে এই দলটোক শক্তিশালী কৰাটো বিচাৰে। বৰ্তমান সময়ত মুছলমানসকলক প্ৰান্তীয়কৰণ কৰা হৈছে, তেওঁলোকৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু তেওঁলোকৰ মৰ্যাদা আৰু সন্মানৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। এনে পৰিস্থিতিত স্বাধীন কণ্ঠৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ।”

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ওৱেইছিয়ে প্ৰশ্ন উত্থাপন কৰে যে কিয় উপযুক্ত পুনৰ্বাসনৰ ব্যৱস্থা অবিহনে মানুহক মাটিৰ পৰা উচ্ছেদ কৰা হৈছে। তেওঁ কয় যে যদি আমি প্ৰকৃত পৰিস্থিতিলৈ চাওঁ তেন্তে স্পষ্ট হৈ পৰে যে এই উচ্ছেদৰ বলি হোৱা অধিকাংশই দৰিদ্ৰ আৰু প্ৰান্তীয় মুছলমান সম্প্ৰদায়ৰ।

উল্লেখ্য যে চলিত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত মুঠ ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এ আই এম আই এমৰ প্ৰাৰ্থীয়ে। প্ৰতিখন আসনত মুছলমান ভোটাৰ, বিশেষকৈ বাংলাভাষী মুছলমান সংখ্যাগৰিষ্ঠ। তথাপিও ওৱেইছিয়ে সেই আসনসমূহৰ বাহিৰলৈও এই নিৰ্বাচনী যুদ্ধৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে।

ওৱেইছিয়ে কয়, “এতিয়া যিধৰণৰ ৰাজনীতি চলি আছে সেয়া বৈষম্যমূলক আৰু বহুলাংশে অসাংবিধানিক। এজন মুখ্যমন্ত্ৰীৰ কৰ্তব্য হ’ল সংবিধান অনুসৰি শাসন কৰা। অসমৰ মুছলমানসকলৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবেই মই ইয়ালৈ আহিছোঁ। মই এই বিষয়সমূহ উত্থাপন কৰিম আৰু আশা কৰিম যে মানুহে ন্যায়ৰ বাবে ভোট দিব। আমি সংবিধানৰ পৰিকাঠামোৰ ভিতৰতে ইয়াৰ বিৰোধিতা কৰিম আৰু এই নীতিসমূহৰ ওপৰত কথা ক’ম আৰু প্ৰশ্ন উত্থাপন কৰিম।”

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওৱেইছিক কোনো ধৰণৰ সাম্প্ৰদায়িক উচটনিমূলক মন্তব্য নকৰিবলৈ সকীয়াই দিছে। মুখ্যমন্ত্ৰীয়ে কয়, “আল্লাহু আকবৰ’ ধ্বনি দিয়াত মোৰ কোনো আপত্তি নাই। কিন্তু অসমৰ নিৰ্বাচনী সভাত যদি আছাদুদ্দিন ওৱেইছিয়ে কিবা সাম্প্ৰদায়িক মন্তব্য দিব বিচাৰে, তেন্তে তেওঁক কেনেধৰণৰ ‘আতিথ্য’ দিয়াৰ প্ৰয়োজন আছে মই ভালদৰেই জানো। তেওঁ ‘শ্ৰেষ্ঠ আতিথ্য’ পাব আৰু ৰাজনৈতিক মানচিত্ৰৰ পৰা মচি পেলোৱা হ’ব।”

Tags: AsaduddinOwaisi
Share4Tweet3Send

Related Posts

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

by News Desk
May 9, 2026
50
Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
50
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা
EDUCATION

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026
50
Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ
National-International

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

May 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx