ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

নিউজ ডেস্কঃ

News Desk by News Desk
April 10, 2026
Reading Time: 2 mins read
A A
0
Assam Assembly Election 2026 : অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

বৃহস্পতিবাৰে সম্পন্ন হোৱা অসম বিধানসভা নিৰ্বাচন (Assam Legislative Assembly Election)ৰ ভোটগ্ৰহণত ৰচিত হয় ইতিহাস (History in voting)। এই নিৰ্বাচনত অসমৰ নিৰ্বাচনী ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ হয়। নিৰ্বাচন আয়োগৰ তথ্যমতে, ৯ এপ্ৰিলত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণত সৰ্বাধিক ৮৫.৯১ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত (85.91 percent of voters validated) কৰে, যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল। নিৰ্বাচনৰ ভাটদানৰ কিছু তথ্য হৈছে :

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ তথ্য :
মুঠ ভোটাৰ ২,৫০,৫৪,৪৬৩ গৰাকী
পুৰুষ ভোটাৰ ১,২৫,৩১,৫৫২
মহিলা ভোটাৰ ১,২৫,২২,৫৯৩
তৃতীয় লিংগৰ ভোটাৰ ৩১৮
মুঠ ভোটদান ৮৫.৯১ শতাংশ
সৰ্বাধিক মহিলাৰ ভোটদান ৮৬.৫০ শতাংশ
পুৰুষৰ ভোটদান ৮৫.৩৩ শতাংশ

স্বাধীনতাৰ পাছত সৰ্বাধিক ভোটদান ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত
২০১৬ চনত ভোটদানৰ হাৰ ৮৪.৬৭ শতাংশ

২০০১ চনৰ পৰা লোকসভা-বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ
২০০১ চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ ৭৫.০৫ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৭৭.৬৮ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৭২.১৯ শতাংশ

২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৬৯.১১ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৭২.৫১ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৬৫.৩৬ শতাংশ

assam 2 | ASSAM TIMES POST
অসমৰ নিৰ্বাচনী ইতিহাসত সৰ্বকালৰ ইতিহাস ভংগ; ৮৫.৯১ শতাংশ ভোটদান

২০০৬ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৭৫.৭২ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৭৬.৪৯ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৭৪.৮৯ শতাংশ

২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৬৯.৫৪ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৭২.৫০ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৬৬.৭৫ শতাংশ

২০১১ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৭৬.০৪ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৭৬.৮৫ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৭৪.৯৪ শতাংশ

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৮০.১২ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৮০.৬৫ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৭৯.৪৫ শতাংশ

২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৮৪.৬৭ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৮৪.৩৩ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৮৪.৬৭ শতাংশ

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৮১.৬০ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৮১.৩৩ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৮১.৩৩ শতাংশ

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৮২.৪২ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৮১.৬০ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৮২.০১ শতাংশ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৮১.৮৭ শতাংশ
পুৰুষৰ ভোটদানৰ হাৰ ৮১.০১ শতাংশ
মহিলাৰ ভোটদানৰ হাৰ ৮১.৭১ শতাংশ

Tags: Assamelection2026
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx