ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gold smuggling : মহিলাৰ ব্যক্তিগত অংগত সোণ সৰবৰাহ, আটক ২৪ বিদেশী

নিউজ ডেস্কঃ

News Desk by News Desk
April 11, 2026
Reading Time: 1 min read
A A
0
Gold smuggling : মহিলাৰ ব্যক্তিগত অংগত সোণ সৰবৰাহ, আটক ২৪ বিদেশী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

ভাৰতত সোণ সৰবৰাহ (Gold supply in India)ৰ বিৰুদ্ধে অভিযান চলাই ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে এক বৃহৎ সফলতা লাভ (Achieve great success) কৰিছে। ‘অপাৰেচন ধাহাবু ব্লিটজ’ নামৰ এক বিশেষ অভিযানত জব্দ কৰা হয় ২৯.৩৭ কেজি সোণ (29.37 kg of gold seized)। ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩৭.৭৪ কোটি টকা। এই ঘটনাত মুঠ ২৪ গৰাকী মহিলাক গ্ৰেপ্তাৰ (24 women arrested) কৰা হৈছে বুলি বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰি, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ৮ এপ্ৰিলত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Chhatrapati Shivaji Maharaj International Airport)ত এটা বিশেষ দলে চোৰাংচোৱাগিৰি চলাইছিল। তাত নাইৰোবিৰ পৰা অহা মহিলা যাত্ৰীৰ এটা দল সন্দেহযুক্ত হিচাপে চিনাক্ত কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে তেওঁলোক সকলোৱেই এটা সংগঠিত চোৰাংচোৱা চক্ৰৰ ‘কেৰিয়াৰ’ হিচাপে কাম কৰি আছিল আৰু দেশলৈ বৃহৎ পৰিমাণৰ সোণ আনিবলৈ চেষ্টা কৰিছিল।

mumbai | ASSAM TIMES POST
মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মহিলাৰ ব্যক্তিগত অংগত সোণ সৰবৰাহ, আটক ২৪ বিদেশী

বিত্ত মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে অভিযানৰ সময়ত ২৪ গৰাকী বিদেশী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ পৰা মুঠ ২৫.১০ কেজি সোণৰ দণ্ড আৰু ৪.২৭ কেজি সোণৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে। মুঠতে ২৯.৩৭ কেজি সোণ জব্দ কৰা হৈছে, যিটো এনে অভিযানত উল্লেখযোগ্য সফলতা বুলি বিবেচিত হৈছে। তদন্তকাৰী বিষয়াসকলৰ মতে, এই গেংটো অতি সুসংগঠিত আৰু পৰিকল্পিত আছিল। ধৃত মহিলাসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল, যাতে তেওঁলোকে নিপুণভাৱে সোণ লুকুৱাই ৰাখিব পাৰে আৰু বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ পৰা হাত সাৰিব পাৰে।

জানিব পৰা মতে, সোণখিনি অতি চতুৰতাৰে তেওঁলোকৰ শৰীৰ আৰু বয়বস্তুৰ বিভিন্ন অংশত লুকুৱাই ৰখা হৈছিল। এজন বিষয়াই কয়, “এই মহিলাসকলক কেৱল কেৰিয়াৰ হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকক নিৰাপত্তাৰক্ষীৰ পৰীক্ষা কেনেকৈ এৰাই চলিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হৈছিল। এইটোৱে এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱা চক্ৰৰ ইংগিত দিয়ে, যিয়ে এই ব্যৱসায় সংগঠিতভাৱে চলাই আছে।” গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত হাজিৰ কৰোৱা হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ উপৰি এই গেঙৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

Tags: GoldSmuggling
Share4Tweet3Send

Related Posts

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

by News Desk
July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

by News Desk
July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

by News Desk
July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

Bus accident in Pakistan : পাকিস্তানত খাদত বাগৰি পৰিল যাত্ৰীবাহী বাছ, মৃত্যু ৪০

Ram Mandir pran pratistha : সোমবাৰে খোল খাব ৰাম মন্দিৰৰ দুৱাৰ, কি কি কাৰ্যসূচী থাকিব
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ ধন চুৰি গোচৰত প্ৰাক্তন ট্ৰাষ্ট মুৰব্বীৰ বিৰুদ্ধে এজাহাৰ দাখিল

by Staff Reporter
July 3, 2026
50
ADVERTISEMENT
Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে
National-International

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
50
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ
National-International

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
50
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম
National-International

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ ৮ দিনৰ পাছত ধ্বংসস্তুপৰ পৰা ওলাল জীয়াই থকা ব্যক্তি

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

Bombay High Court : মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ মন্তব্য বোম্বে উচ্চ ন্যায়ালয়ৰ : ৰাজ্যত মুকলি হৰ্ছ ট্ৰেডিং, এজাহাৰ পৰিলেই দল সলনি কৰিলেই হ’ল, এটা উৎকৃষ্ট ৱাছিং মেচিন আছে

July 3, 2026
Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

Centre on Telegram App : ৱাটছএপৰ পিছত এইবাৰ কেন্দ্ৰৰ লক্ষ্যত টেলিগ্ৰাম আৰু ছিগনেল, ‘ইউজাৰনেম’ সন্দৰ্ভত জাননী প্ৰেৰণ

July 3, 2026
Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

Trump’s company : ভাৰতৰ পৰা বৃহৎ উপাৰ্জন ট্ৰাম্পৰ কোম্পানীৰ : ধনৰ খনিত পৰিণত গুৰুগ্ৰাম

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT