ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Women reservation bill : লোকসভাত নাকচ হ’ল মহিলা সংৰক্ষণ বিধেয়ক, সংবিধান সংশোধনী বিধেয়কত প্ৰয়োজনীয় সমৰ্থন লাভ কৰাত ব্যৰ্থ

নিউজ ডেস্কঃ

News Desk by News Desk
April 17, 2026
Reading Time: 1 min read
A A
0
Women reservation bill : লোকসভাত নাকচ হ’ল মহিলা সংৰক্ষণ বিধেয়ক, সংবিধান সংশোধনী বিধেয়কত প্ৰয়োজনীয় সমৰ্থন লাভ কৰাত ব্যৰ্থ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে মহিলা সংৰক্ষণ (Women reservation) আৰু লোকসভাৰ আসন বৃদ্ধিৰ সন্দৰ্ভত ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক (Constitutional Amendment Bill) লোকসভাত গৃহীত কৰিব নোৱাৰিলে (Not passed in the Lok Sabha)। দুদিনীয়া বিতৰ্কৰ অন্তত শুকুৰবাৰে বিয়লি বিধেয়কখনত ভোটগ্ৰহণ হয়। বিধেয়কখনৰ সপক্ষে ২৯৮টা ভোট পৰাৰ বিপৰীতে বিৰুদ্ধে পৰে ২৩০ টা। মুঠ ৫২৮ গৰাকী সাংসদে ভোটদানত অংশগ্ৰহণ কৰে। সংবিধান সংশোধনী সন্দৰ্ভত বিধেয়কখন গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। কিন্তু সেয়া লাভ কৰাত ব্যৰ্থ হয় মোদী চৰকাৰ।

bill | ASSAM TIMES POST
লোকসভাত নাকচ হ’ল মহিলা সংৰক্ষণ বিধেয়ক, সংবিধান সংশোধনী বিধেয়কত প্ৰয়োজনীয় সমৰ্থন লাভ কৰাত ব্যৰ্থ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ তিনিদিনীয়া বিশেষ অধিৱেশনত তিনিখন বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ সক্ৰিয় হৈ পৰিছিল। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰা তিনিখন বিধেয়কৰ ভিতৰত প্ৰথমখন হৈছে ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক (আনুষ্ঠানিকভাৱে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ নামেৰে জনাজাত) লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ বাবে (লোকসভাত সাংসদৰ সংখ্যা ৮৫০লৈ বৃদ্ধি কৰাৰ বিষয়টো ইয়াত অন্তৰ্ভুক্ত), দ্বিতীয়খন হৈছে লোকসভা সভাৰ আসন সীমা নিৰ্ধাৰণ বিধেয়ক। তৃতীয়খন হ’ল কেন্দ্ৰীয়শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক (কেন্দ্ৰীয়শাসিত অঞ্চলত আসন বৃদ্ধিৰ বাবে)। ইয়াৰ লগে লগে কেন্দ্ৰই উত্থাপন কৰা আন দুখন বিধেয়কো উঠাই লয়।

Tags: WomenReservationbill
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT