ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kerala blast I কেৰালাৰ ফটকা কাৰখানাত বিস্ফোৰণ, কমেও ১৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 22, 2026
Reading Time: 1 min read
A A
0
Kerala blast I কেৰালাৰ ফটকা কাৰখানাত বিস্ফোৰণ, কমেও ১৩ জনৰ মৃত্যু

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

কেৰালাত আতচবাজী কাৰখানা বিস্ফোৰণত (Kerala Blast) ১৩ জন লোকৰ মৃত্যু হয়। মঙলবাৰে বিয়লি থালাপিল্লীৰ মুণ্ডাথিক্কোডুৰ এটা গুদামত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণটো দ্ৰুতগতিত বিয়পি পৰে।

Kerala blast I
কেৰালাৰ ফটকা কাৰখানাত বিস্ফোৰণ, কমেও ১৩ জনৰ মৃত্যু:

জানিব পৰা মতে, গুদামত ত্ৰিশূৰ পূৰাম উৎসৱৰ বাবে আতচবাজী মজুত কৰা আছিল। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, পূৰাম মহোৎসৱৰ আয়োজনৰ দায়িত্ব দুটা মূল গোটৰ। তাৰে এটা হ’ল তিৰুবাম্বদী দেৱস্বম।

এই গোটটোক মহোৎসৱৰ বাবে আতচবাজী বনোৱাৰ দায়িত্ব দিয়া হৈছিল। জানিব পৰা মতে, মঙলবাৰৰ বিস্ফোৰণত বহু লোক আহত হয়। ইয়াৰে অধিকাংশই তিৰুভাম্বদী দেৱস্বমৰ কৰ্মচাৰী।

খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। ওচৰৰ চিকিৎসালয়ৰ পৰাও এখন এম্বুলেন্স প্ৰেৰণ কৰা হয়। আহতসকলক উদ্ধাৰ কৰি ত্ৰিশূৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক।

অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই কয়, “প্ৰায় ৩.৩০ বজাত আমি বিস্ফোৰণৰ খবৰ পাইছিলোঁ। ফটকা কাৰখানাটো ধাননি পথাৰত আছিল। অৱশ্যে বিস্ফোৰণৰ প্ৰভাৱ যথেষ্ট বৃহৎ আছিল। আমি খৰখেদাকৈ উক্ত অঞ্চলত উপস্থিত হ’বলগীয়া হয়।”

বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বিস্ফোৰণৰ বাবে ধাননি পথাৰত শৰীৰৰ বহু অংশ সিঁচৰতি হৈ পৰিছে। মৃত আটাইকেইজনৰ পৰিচয় এতিয়াও হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। কেৰালা দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। আহতসকলৰ আশু আৰোগ্যৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে। কিছুদিন পূৰ্বে ছত্তীশগড়ৰ শক্তি জিলাৰ বেদান্ত ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ তাপ শক্তি কেন্দ্ৰত বয়লাৰ বিস্ফোৰণত ২৩ জন লোকৰ মৃত্যু হৈছিল।

ঘটনা সন্দৰ্ভত বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, কোম্পানী মেনেজাৰ দেৱেন্দ্ৰ পেটেলকে ধৰি কেইবাগৰাকীও বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। উক্ত ঘটনাৰ পিছত কেৰালাৰ ত্ৰিশূৰত ফটকা কাৰখানাত বিস্ফোৰণ ঘটে।

Tags: কমেও ১৩ জনৰ মৃত্যুকেৰালাৰ ফটকা কাৰখানাত বিস্ফোৰণ
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT