ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pahalgam attack anniversary I  পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকী উপলক্ষে বৈছাৰণকে ধৰি ৩৯ পৰ্যটনস্থলী মুকলি, প্ৰধানমন্ত্ৰীৰ কঠোৰ বাৰ্তা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 22, 2026
Reading Time: 1 min read
A A
0
Pahalgam attack anniversary I  পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকী উপলক্ষে বৈছাৰণকে ধৰি ৩৯ পৰ্যটনস্থলী মুকলি, প্ৰধানমন্ত্ৰীৰ কঠোৰ বাৰ্তা

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ (Pehelgam Attack) বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত পৰ্যটকসকলক স্মৰণ কৰি তেওঁ বুধবাৰে ছ’চিয়েল মিডিয়াত লিখিছে, “যোৱা বছৰৰ আজিৰ দিনটোতে পহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক স্মৰণ কৰিছোঁ। এইবোৰ কেতিয়াও পাহৰিব নোৱাৰি। এই যন্ত্ৰণাৰ সৈতে যুঁজি থকা শোকসন্তপ্ত পৰিয়ালবোৰৰ বাবে মোৰ চিন্তা আছে।”

Pahalgam attack anniversary I 
পহেলগাম বাৰ্ষিকীত বৈছাৰণকে ধৰি ৩৯ পৰ্যটনস্থলী মুকলি:

উল্লেখ্য যে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহেলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন পৰ্যটক আৰু স্থানীয় লোক নিহত হৈছিল।

উক্ত ঘটনাৰ কথা উল্লেখ কৰি মোদীয়ে লিখিছে, “এটা জাতি হিচাপে আমি শোক আৰু দৃঢ়তাৰে একত্ৰিত হৈ আছোঁ। ভাৰতে কেতিয়াও কোনো ধৰণৰ সন্ত্ৰাসবাদৰ আগত শিৰ নত নকৰে। সন্ত্ৰাসবাদীৰ জঘন্য পৰিকল্পনা কেতিয়াও সফল নহ’ব।” ইফালে বুধবাৰে জম্মু-কাশ্মীৰৰ বৈছাৰণ উপত্যকাৰ কিছু অংশকে ধৰি ৩৯টা পৰ্যটনস্থলী মুকলি কৰা হয়। সেইবোৰ পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা বন্ধ হৈ আছিল।

অনন্তনাগ জিলাৰ পহেলগাম চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত বৈছাৰণৰ এই সেউজীয়া বিশাল ঘাঁহনিলৈ খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। যাক ভ্ৰমণকাৰীয়ে মৰমেৰে ‘মিনি ছুইজাৰলেণ্ড’ বুলি কয়।

যোৱা বছৰৰ ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উপত্যকাটোৰ ৫০টাতকৈও অধিক পৰ্যটনস্থলী বন্ধ হৈ পৰে। ২০২৬ চনৰ মাৰ্চ মাহত কটকটীয়া নিৰাপত্তাৰ অধীনত টিউলিপ বাগিচাকে ধৰি ১২টা পৰ্যটনস্থলী মুকলি কৰা হয়। বুধবাৰে আৰু ৩৯ টা পৰ্যটনস্থলী পৰ্যটকৰ বাবে মুকলি কৰা হয়।

বুধবাৰে পহেলগামৰ পৰা বৈছাৰণ উপত্যকালৈ খোজকাঢ়ি যোৱা পথত একাংশ পৰ্যটক যায়। তেওঁলোকৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰে। নিৰ্দিষ্ট এলেকাৰ বাহিৰলৈ যোৱা পৰ্যটকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হয়।

Tags: উপলক্ষে বৈছাৰণকে ধৰি ৩৯ পৰ্যটনস্থলী মুকলিপহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰপ্ৰধানমন্ত্ৰীৰ কঠোৰ বাৰ্তা
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT