ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi I এইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰে, পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা

Staff Reporter by Staff Reporter
April 27, 2026
Reading Time: 1 min read
A A
0
Assam Elections 2026 : নিৰ্বাচনী প্ৰচাৰৰ বাবে দুবাৰকৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

৪ মাৰ্চত বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পিছত পুনৰ পশ্চিমবংগলৈ আহিব বুলি আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi)। ৰাজ্যখনৰ প্ৰথমখন বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব।

PM Modi I
পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তত মোদীৰ বাৰ্তা:

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰৰ অন্তিম পৰ্যায়ত এই কথা ঘোষণা কৰে। ইয়াৰ পাছতে এ আইৰ সহায়ত দিয়া এক অডিঅ’ বাৰ্তাত তেওঁ পশ্চিমবংগৰ ৰাইজক কয়, “গণতন্ত্ৰৰ মন্দিৰত বিজয় ধ্বজা উত্তোলন কৰাৰ এক আচৰিত সুযোগ আপোনালোকৰ সন্মুখত আহিছে।”

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা অডিঅ’ বাৰ্তাটোত মোদীয়ে আৰম্ভণিতে লিখিছে, “পশ্চিমবংগৰ মোৰ মৰমৰ পৰিয়াল, গণতন্ত্ৰৰ এই উৎসৱে আপোনালোকৰ বাবে বিজেপিৰ বিজয়ৰ পতাকা উত্তোলনৰ এক সোণালী সুযোগ কঢ়িয়াই আনিছে। মই নিশ্চিত যে ২৯ এপ্ৰিলত আপোনালোকে ভোটদানৰ এক নতুন অভিলেখ গঢ়িব। এই ঐতিহাসিক মুহূৰ্তত মই এটা অডিঅ’ বাৰ্তাৰ জৰিয়তে মোৰ অনুভৱ প্ৰকাশ কৰিছোঁ…।”

ইয়াৰ পিছতে ৭ মিনিট ৩৮ ছেকেণ্ডৰ অডিঅ’ৰ আৰম্ভণিতে পশ্চিমবংগৰ যুৱক-যুৱতীসকলৰ ‘উন্নয়ন ৰোডমেপ’ দাঙি ধৰে মোদীয়ে। লগতে বংগৰ নিৰ্বাচনী প্ৰচাৰত এক বেলেগ ধৰণৰ শক্তি অনুভৱ কৰা বুলিও কয়।

তেওঁ কয়, “মোৰ বংগৰ এই নিৰ্বাচনী প্ৰচাৰত মই একেবাৰেই ভাগৰুৱা অনুভৱ কৰা নাছিলোঁ। মই অনুভৱ কৰিছিলোঁ যে মই তীৰ্থযাত্ৰাত আছোঁ। যেতিয়া মই মা কালীৰ ভক্তসকলৰ মাজলৈ গৈছিলোঁ, তেতিয়া হয়তো মা কালীয়ে নিজেই মোক নতুন শক্তিৰে ভৰাই তুলিছিল।”

মোদীয়ে দাবী কৰে যে অযোধ্যাৰ ৰামলালা মন্দিৰত প্ৰতিমা প্ৰতিষ্ঠা কৰাৰ পূৰ্বে ব্ৰত পালন কৰাৰ সময়ত ‘ভগৱান ৰামচন্দ্ৰ’ই তেওঁক অপৰিসীম শক্তি প্ৰদান কৰিছিল। এইবাৰ বংগৰ জনসাধাৰণৰ মুখামুখি হৈ তেওঁ একে শক্তি লাভ কৰিলে।

উন্নত আৰু বিকশিত পশ্চিমবংগ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দি তেওঁ কয়, “বংগৰ যুৱক-যুৱতীসকলে আগবাঢ়ি যাবলৈ মুকলি ঠাই বিচাৰে। বংগৰ নাগৰিকে নিৰাপত্তা বিচাৰে। এতিয়া আমি ইয়াক সলনি কৰিহে এৰিব লাগিব।” ইয়াৰ লগতে অডিঅ’ ভাষণত তেওঁ তৃণমূল কংগ্ৰেছৰ নাম নলোৱাকৈ দোষাৰোপ কৰি কয়, ”তেওঁলোকে বহুত ভয় দেখুৱাইছে, এতিয়া মই বিশ্বাস বিচাৰোঁ, ভয় নহয়। বাংলাক সুৰক্ষিত কৰি ৰখাটো মোৰ পৰম দায়িত্ব।”

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ইতিহাস ৰচনা কৰি আছে বুলি দাবী কৰি মোদীয়ে দ্বিতীয় পৰ্যায়ৰ ভোটাৰসকলক আহ্বান জনায়, ”২৯ এপ্ৰিলত আপোনালোকে গণতন্ত্ৰৰ মন্দিৰত বিজয়ৰ পতাকা উত্তোলন কৰাৰ এক আচৰিত সুযোগ আপোনালোকৰ সন্মুখত আহিছে।”

Tags: অন্তত মোদীৰ বাৰ্তাএইটো মোৰ বাবে তীৰ্থযাত্ৰাৰ দৰেপশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰৰ
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx