ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

Staff Reporter by Staff Reporter
May 12, 2026
Reading Time: 1 min read
A A
0
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

মঙলবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই (HBS 2.0)।

HBS 2.0 I
লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ:

এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ কেইবাগৰাকীও ভিভিআইপি তথা ভিআইপি। ইয়াৰ উপৰি ২২ খন এনডিএ-শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীকে ধৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ উদ্যোগপতি উপস্থিত থাকে।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আন চাৰিগৰাকী মন্ত্ৰী ক্ৰমে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱেও শপত গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীৰ লগতে তিনিগৰাকী মন্ত্ৰীয়ে অসমীয়া ভাষাত আৰু চৰণ বড়োৱে বড়ো ভাষাত শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।

উল্লেখ্য যে এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰো উপস্থিত থাকে।

Tags: চাৰি মন্ত্ৰীৰ শপত গ্ৰহণলক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ
Share4Tweet3Send

Related Posts

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

by News Desk
May 9, 2026
50
Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
ADVERTISEMENT
TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ
National-International

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
50
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা
EDUCATION

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026
50
Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ
National-International

Gold custom duty hike : সোণ-ৰূপৰ বজাৰত লাগিব জুই, সোণ-ৰূপৰ আমদানি শুল্ক আঢ়ৈগুণ বৃদ্ধি কেন্দ্ৰৰ

May 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

TN CM Vijay : মিত্ৰ দলৰ আপত্তিত জয়ৰ ভৱিষ্যদ্বাণী কৰা জ্যোতিষীক অ’এছডিৰ পৰা অপসাৰণ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ

May 13, 2026
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

May 13, 2026
CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSE 12th result : চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

May 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx