ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Staff Reporter by Staff Reporter
May 27, 2026
Reading Time: 1 min read
A A
0
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Oplus_131072

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

ছিংগাপুৰৰ এখন আদালতে আদালত অৱমাননাৰ অপৰাধত বাইজুচৰ প্ৰতিষ্ঠাপক বাইজু ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

Byjus founder jail I
আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড:

জানিব পৰা মতে, ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা বাইজুৰ সম্পত্তিৰ সৈতে জড়িত কেইবাটাও আদালতৰ আদেশ অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিত শেহতীয়াকৈ বাইজুচৰ প্ৰতিষ্ঠাপকক কাৰাদণ্ড বিহা হৈছে।

বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আদালতে বাইজুক সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে। একে সময়তে ৯০ হাজাৰ ছিংগাপুৰ ডলাৰ জমা দিবলৈও কোৱা হৈছে। অৱশ্যে বাইজু ছিংগাপুৰত আছে নে আন ঠাইত আছে সেয়া স্পষ্ট হোৱা নাই।

২০০৮ চনৰ পৰা ২০০৯ চনৰ ভিতৰত বাইজুৱে ভিডিঅ’ কোচিং আৰম্ভ কৰিছিল আৰু অৱশেষত দুবছৰৰ পিছত তেওঁ পত্নীৰ সৈতে এটা ষ্টাৰ্টআপ কোম্পানী গঢ়ি তুলিছিল। তাৰ নাম ৰাখে ‘বাইজুচ’। উক্ত কোম্পানীটোৱে যথেষ্ট উন্নতি কৰে। কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হৈ পৰে বাইজুচ।

বিভিন্ন বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে। কিন্তু ২০২২ চনৰ ছেপ্টেম্বৰ মাহত বাইজুচৰ বৃহৎ লোকচানৰ খবৰ ৰাজহুৱা কৰা হয়। জানিব পৰা মতে, যোৱা বিত্তীয় বৰ্ষত বাইজুচৰ ৪,৫৮৮ কোটি টকা লোকচান হৈছে। কৰ্মচাৰীৰ দৰমহাও প্ৰভাৱিত হয়। বাইজুৱে ক্ষতি চম্ভালিবলৈ বহুত চেষ্টা কৰে।

কিন্তু বাইজুচৰ ক্ষতিক একোৱেই ৰোধ কৰিব নোৱাৰিলে। বাইজুৰ বিৰুদ্ধে ঋণ পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হয়। একেধৰণৰ অভিযোগৰ ভিত্তিত দাখিল কৰা গোচৰত ছিংগাপুৰৰ এখন আদালতে বাইজুচৰ প্ৰতিষ্ঠাপকক ছমাহৰ কাৰাদণ্ড বিহে।

Tags: আদালত অৱমাননাৰ অভিযোগতবাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড
Share4Tweet3Send

Related Posts

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত
National-International

by News Desk
May 27, 2026
50
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

by Staff Reporter
May 27, 2026
50
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

by Staff Reporter
May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

by Staff Reporter
May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

by Staff Reporter
May 27, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

May 27, 2026
50
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত
National-International

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

May 27, 2026
50
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 
National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

May 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

May 27, 2026
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

May 27, 2026
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT