ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

News Desk by News Desk
May 27, 2026
Reading Time: 1 min read
A A
0
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

গুজৰাটৰ (Gujarat) সন্ত্ৰাসবাদ বিৰোধী শাখা আৰু ক’ষ্ট গাৰ্ডে গুজৰাট উপকূলৰ (Gujarat coast) পৰা ১১৫০ কোটি টকাৰ ড্ৰাগছ জব্দ (Drugs seized) কৰিছে। সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, মুণ্ড্ৰা উপকূলৰ ওচৰত সন্দেহজনকভাৱে চলাচল কৰা এখন জাহাজক ক’ষ্ট গাৰ্ডে খেদি গৈ জাহাজখন জব্দ কৰে। ইয়াৰ পিছত ৰাজ্যখনৰ সন্ত্ৰাসবাদ বিৰোধী শাখাক অৱগত কৰা হয়। লগতে তিনিজন সৰবৰাহকাৰীক চমজাই দিয়া হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দুদিন পূৰ্বে ৰাজ্যখনৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই গুজৰাট উপকূলৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ দেশত প্ৰৱেশ কৰিব পাৰে বুলি চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছত সন্ত্ৰাসবাদ বিৰোধী শাখাই উপকূলীয় আৰক্ষী থানা আৰু উপকূলৰক্ষীক সতৰ্ক কৰি দিয়ে।

drug | ASSAM TIMES POST
গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

যোৱা দুদিন ধৰি উপকূলত কঠোৰ চোৰাংচোৱাগিৰি অব্যাহত আছিল। বুধবাৰে পুৱা ক’ষ্ট গাৰ্ডে মুণ্ড্ৰা বন্দৰৰ পৰা কিছু দূৰৈত এখন জাহাজ খেদি খেদি ধৰে। জাহাজখন জব্দ কৰি আৰক্ষীক খবৰ দিয়ে।

ৰাজ্যিক আৰক্ষীৰ সঞ্চালক প্ৰধান কে এল এন ৰাৱে জনোৱা মতে, মুণ্ড্ৰা বন্দৰৰ সমীপত এখন জাহাজ জব্দ কৰা হৈছে। ইয়াৰ পৰা উদ্ধাৰ হৈছে ১১৫ কেজি কোকেইন। তিনিজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, এই ড্ৰাগছ দিল্লীত তাঞ্জানিয়া আৰু উগাণ্ডাৰ দুই নাগৰিকক যোগান ধৰাৰ কথা আছিল। আটক কৰা লোকসকলৰ পৰা চেটেলাইট ফোন আৰু কিছু অত্যাধুনিক সা-সৰঞ্জাম উদ্ধাৰ কৰা হৈছে। ধৃত লোকসকলক সোধা-পোছা কৰাৰ পিছত জাহাজখন কেইবাখনো দেশৰ মাজেৰে ব্ৰাজিল হৈ পাকিস্তান পোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে। তাৰ পৰা গুজৰাটলৈ আহে। জব্দ কৰা জাহাজখনৰ নাম হৈছে এম ভি ইউৰোপ। তাত ছয়টা বেগৰ পৰা উদ্ধাৰ হৈছে ১১৮ কেজি কোকেইন।

Tags: GujratDrugsseized
Share4Tweet3Send

Related Posts

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 
National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

by Staff Reporter
May 27, 2026
50
Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ
National-International

Karnataka political crisis I কৰ্ণাটকত মুখ্যমন্ত্ৰী পৰিৱৰ্তনৰ সম্ভাৱনা, শিৱকুমাৰ যাব সিদ্দাৰমাইয়াৰ ঘৰলৈ

by Staff Reporter
May 27, 2026
50
ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান
National-International

ED raid I কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰত ইডিৰ তালাচী অভিযান

by Staff Reporter
May 27, 2026
50
Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ
National-International

Husband sold woman I ৫০ হাজাৰ টকাত পত্নীক বিক্ৰী, বন্দী কৰি মহিলাক দলবদ্ধ ধৰ্ষণ

by Staff Reporter
May 27, 2026
50
India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া
National-International

India China conflict I চীন-পাকিস্তানৰ যৌথ বিবৃতিত জম্মু-কাশ্মীৰ প্ৰসংগ, ভাৰতৰ প্ৰতিক্ৰিয়া

by Staff Reporter
May 27, 2026
50
Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ
National-International

Hardware Start-up : আঠ বছৰ বয়সতে অভিলেখ, দেশৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক লক্ষ্মীবীৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

May 27, 2026
50
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত
National-International

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

May 27, 2026
50
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 
National-International

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

May 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

May 27, 2026
Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

Drugs seized : গুজৰাট উপকূলত জব্দ ১১০০ কোটিৰ ড্ৰাগছ, ব্ৰাজিল হৈ কেইবাখনো দেশ ঘূৰি উপস্থিত হৈছিল মুণ্ড্ৰাত

May 27, 2026
Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

Byjus founder jail I আদালত অৱমাননাৰ অভিযোগত বাইজুচৰ প্ৰতিষ্ঠাপক ৰবিন্দ্ৰনক ৬ মাহৰ কাৰাদণ্ড 

May 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx