ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajasthan murder I প্রাক্তন পঞ্চায়ত সভাপতি, দ্বিতীয় পত্নীসহ চাৰিজনক হত্যা; গাড়ীৰ পৰা উদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ

Staff Reporter by Staff Reporter
May 29, 2026
Reading Time: 1 min read
A A
0
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ

ৰাজস্থানৰ আজমীৰৰ প্রাক্তন পঞ্চায়ত সভাপতি, তেওঁৰ দ্বিতীয় পত্নী, মাতৃ আৰু ভতিজা ছোৱালীৰ মৃতদেহ উদ্ধাৰ এখন অগ্নিদগ্ধ গাড়ীৰ পৰা (Rajasthan Murder) । প্রাথমিক অনুসন্ধানত আৰক্ষীৰ অনুমান, পাৰিবাৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত পঞ্চায়ত সভাপতিজনৰ প্রথম পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে।

Rajasthan murder I
প্রাক্তন পঞ্চায়ত সভাপতি, দ্বিতীয় পত্নীসহ চাৰিজনক হত্যা:

ৰাস্তাৰ কাষৰ এখন খেতিপথাৰত অগ্নিদগ্ধ গাড়ীখন স্থানীয় লোকে প্ৰত্যক্ষ কৰে। তেওঁলোক ওচৰলৈ গৈ দেখে যে ভিতৰত যাত্রী আছে। স্থানীয় লোকৰ দাবী অনুসৰি, গাড়ীখনৰ ভিতৰৰ পৰা চাৰিটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাটো বৃহস্পতিবাৰে আজমীৰৰ পৰা ৬০ কিলোমিটাৰ নিলগৰ শ্রীৰামপুৰা গাঁৱত সংঘটিত হয়।

প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীয়ে এইটো কোনো দুর্ঘটনা বুলি অনুমান কৰিছিল। কিন্তু কেইবাটাও সূত্রৰ ভিত্তিত তদন্তকাৰীসকল নিশ্চিত হয় যে এইটো কোনো দুর্ঘটনা নহয়। তাৰ পিছতেই এটি হত্যাৰ গোচৰ ৰুজু কৰা হয়।

জানিব পৰা মতে, মৃত চাৰিগৰাকী হৈছে পঞ্চায়ত সভাপতি ৰাম সিং চৌধৰী, তেওঁৰ মাতৃ, পত্নী সূর্যজ্ঞান দেৱী আৰু ভতিজী মহিমা চৌধৰী। তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে ৰাম সিঙে দুবাৰ বিয়া কৰাইছিল। তেওঁ দুই পত্নী আৰু সন্তানসকলৰ সৈতে একেলগে বাস কৰিছিল।

২০০৫ চনত তেওঁ সুনীতাক বিয়া কৰাইছিল। তেওঁৰ ভাগৰ দুটা সন্তান। ইয়াৰ পিছত ২০১৯ চনত সূর্যজ্ঞানক বিয়া কৰায়। এই বিয়াত সুনীতাই আপত্তি কৰিছিল। কিন্তু সেই আপত্তিক গুৰুত্ব নিদি ৰাম সিঙে দ্বিতীয় বিবাহ কৰিছিল।

ধৃতসকলক কৰা জেৰাত আৰক্ষীয়ে জানিব পাৰিছে যে সুৰাসক্ত অৱস্থাত ৰাম সিঙে প্রতিদিনে সুনীতা আৰু তেওঁৰ সন্তানকেইটাক মাৰধৰ কৰিছিল। বৃহস্পতিবাৰে সেই অশান্তি চৰম সীমাত উপনীত হয়।

তাৰ পিছতেই ৰাম সিঙক সুনীতাৰ পুত্ৰই ঘপিয়াই হত্যা কৰাৰ অভিযোগ। এই ঘটনা সূর্যজ্ঞানে প্ৰত্যক্ষ কৰাত তেওঁকো হত্যা কৰা হয়। আনহাতে, চিৎকাৰৰ শব্দ শুনি ৰাম সিঙৰ মাতৃ আৰু ভতিজী ওলাই অহাত তেওঁলোককো হত্যা কৰাৰ অভিযোগ। তাৰ পিছত প্রমাণ নষ্ট কৰিবলৈ এখন গাড়ীত উঠাই লৈ কিছুদূৰ লৈ গৈ গাড়ীখনত জুই জ্বলাই দিয়ে।

Tags: গাড়ীৰ পৰা উদ্ধাৰ অগ্নিদগ্ধ মৃতদেহদ্বিতীয় পত্নীসহ চাৰিজনক হত্যা;প্রাক্তন পঞ্চায়ত সভাপতি
Share4Tweet3Send

Related Posts

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

by News Desk
May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

by News Desk
May 29, 2026
50
Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ
National-International

Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ

by News Desk
May 29, 2026
50
Illegal alcohol consumption : পুণেত অবৈধ সুৰা সেৱনৰ ফলত ৪৮ ঘণ্টাত ১৮ জন লোকৰ মৃত্যু
National-International

Illegal alcohol consumption : পুণেত অবৈধ সুৰা সেৱনৰ ফলত ৪৮ ঘণ্টাত ১৮ জন লোকৰ মৃত্যু

by News Desk
May 29, 2026
50
UP storm I উত্তৰ প্ৰদেশত প্রবল ধুমুহাত ভাঙি পৰিল নির্মীয়মাণ সেতু, নিহত ৬ শ্রমিক
National-International

UP storm I উত্তৰ প্ৰদেশত প্রবল ধুমুহাত ভাঙি পৰিল নির্মীয়মাণ সেতু, নিহত ৬ শ্রমিক

by Staff Reporter
May 29, 2026
50
BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু দিল্লীত নতুন সভাপতিৰ নাম ঘোষণা ভাৰতীয় জনতা পাৰ্টিৰ

by Staff Reporter
May 28, 2026
50
ADVERTISEMENT
Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ
National-International

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
50
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে
National-International

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

May 29, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

May 29, 2026
50
Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ
National-International

Rooftop Solar Scheme : কেন্দ্ৰৰ ফ্লেগশ্বিপ ৰুফটপ সৌৰ আঁচনি পিএম সূৰ্য ঘৰ : মুফত বিজলী যোজনাৰ অধীনত ৪০ লাখতকৈও অধিক পৰিয়ালক সংযোগ

May 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

Rocket explosion : আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ ৰকেট পৰীক্ষাৰ সময়ত বিস্ফোৰণ

May 29, 2026
India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

India’s mango : আলফনছ’-লাংৰা পৰীক্ষাত ‘অনুত্তীৰ্ণ’: ভাৰতৰ আম আমদানি নিষিদ্ধ কৰিলে জাপানে

May 29, 2026
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

May 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx