ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Medicine price hike I ৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ

Staff Reporter by Staff Reporter
June 1, 2026
Reading Time: 1 min read
A A
0
Duplicate Medicine : ‘পান ডি’ৰ পৰা ‘শ্বেলকাল ৫০০’; ৭১ বিধ নিম্নমানৰ ঔষধৰ তালিকা প্ৰকাশ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ (Medicine price hike) কৰ্তৃপক্ষই বজাৰত ৩০ বিধ ঔষধৰ খুচুৰা মূল্য নিৰ্ধাৰণ কৰিছে। এই তালিকাত হৃদৰোগৰ ঔষধৰ পৰা আৰম্ভ কৰি এণ্টিবায়টিক, মধুমেহৰ ঔষধ, ভিটামিন পৰিপূৰকলৈকে বিভিন্ন ঔষধ সন্নিবিষ্ট কৰা হৈছে। শেহতীয়াকৈ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ ঔষধ বিভাগে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে।

Medicine price hike I
৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ:

বিভিন্ন ঔষধ প্ৰস্তুতকাৰী কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ খুচুৰা মূল্য উক্ত কোম্পানীসমূহৰ নাম উল্লেখ কৰি নিৰ্ধাৰণ কৰা হৈছে। এই অধিসূচনা অনুসৰি ‘ফাৰ্মা চিন্থ ফৰ্মুলেচনছ’ৰ দ্বাৰা নিৰ্মিত ক’লেকেলচিফেৰল অৰেল ছলিউচনৰ (৬০,০০০ আই ইউ) মূল্য প্ৰতি মিলিলিটাৰত ১৫.৮৮ টকা নিৰ্ধাৰণ কৰা হৈছে।

একেদৰে তিৰুপতি মেডিকেয়াৰে প্ৰস্তুত কৰা ভিটামিন ডি ৩ অৰেল ছলিউচনৰ (৬০,০০০ আই ইউ) মূল্য প্ৰতি মিলিলিটাৰত ১৪.৯১ টকা নিৰ্ধাৰণ কৰা হৈছে। ভিটামিন ডি ৩ ঔষধৰ উপৰি এনপিপিএয়ে কেলচিয়াম, মিথাইলকোবালামিন, এল-মিথাইলফ’লেট কেলচিয়াম আৰু পাইৰিড’ক্সেল-৫ যুক্ত ঔষধৰ মূল্যও নিৰ্ধাৰণ কৰিছে। সাধাৰণতে হাড়ৰ ক্ষয়, ভিটামিনৰ অভাৱ আৰু স্নায়ুৰ সমস্যা ৰোধৰ বাবে এই ঔষধ দিয়া হয়।

ইয়াৰ উপৰি শৰীৰত লিপিডৰ মাত্ৰা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা Atorvastatin আৰু Fenofibrate টেবলেটৰ মূল্য ১৮.৪৬ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। এলাৰ্জীৰ চিকিৎসাত ব্যৱহাৰ কৰা বিলাষ্টিন আৰু মণ্টেলুকাষ্ট টেবলেট ২১.২২ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। ৰক্তচাপ আৰু হৃদৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা বাইছ’প্ৰ’লল ফুমেৰেট আৰু এম্লোডিপিন টেবলেটৰো মূল্য ৯.৪০ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি ডায়েবেটিছৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এম্পাগ্লিফ্ল’জিন, চিটাগ্লিপ্টিন আৰু মেটফৰ্মিন এক্সটেণ্ডেড ৰিলিজ টেবলেটৰ খুচুৰা মূল্য প্ৰতি টেবলেট ১৪.৮৮ টকা নিৰ্ধাৰণ কৰা হৈছে।

অধিসূচনাত কোৱা হৈছে যে এই মূল্যত জিএছটি যোগ কৰা হোৱা নাই। যদি কোম্পানীসমূহ জিএছটিৰ অধীনত আছে, তেন্তে এই সৰ্বোচ্চ মূল্যৰ লগতে সংশ্লিষ্ট কোম্পানীয়ে প্ৰয়োজনীয় জিএছটি ল’ব পাৰিব। ইয়াৰ উপৰি নিৰ্ধাৰিত মূল্যতকৈ মূল্য বেছি হ’লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছে।

Tags: সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I৩০ বিধ অত্যাৱশ্যকীয় ঔষধৰ
Share4Tweet3Send

Related Posts

US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

by Staff Reporter
June 2, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

by News Desk
June 1, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

by News Desk
June 1, 2026
50
Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি
National-International

Appointment of Judge : উচ্চতম ন্যায়ালয়ত পাঁচজন ন্যায়াধীশ নিযুক্তি

by News Desk
June 1, 2026
50
BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি
National-International

BJP : বিজেপি ত্যাগ কৰাৰ সম্ভাৱনা কে আন্নামালাৰ : আৰম্ভ কৰিব নিজৰ পাৰ্টি

by News Desk
June 1, 2026
50
Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫
National-International

Myanmar explosion : ম্যানমাৰৰ বিদ্ৰোহী নিয়ন্ত্রিত গাঁৱত ভয়ংকৰ বিস্ফোৰণ, মৃত্যু কমেও ৫৫

by News Desk
June 1, 2026
50
ADVERTISEMENT
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx