ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

News Desk by News Desk
June 2, 2026
Reading Time: 1 min read
A A
0
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে (Central Govt.) সংশোধন কৰিছে প্ৰব্ৰজনৰ নিয়ম (Correction Rules of Migration)। যোৱা মাহত ২০০৯ চনৰ নাগৰিকত্ব আইন সংশোধন কৰাৰ পিছত এইবাৰ ২০২৫ চনৰ প্ৰব্ৰজন আৰু বিদেশী আইনখনো সংশোধন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰা বাংলাদেশী অনুপ্ৰৱেশকাৰী (Bangladeshi illegal immigrant) আৰু অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ চেষ্টা চলাইছে। দেশখন অনুপ্ৰৱেশমুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। পশ্চিমবংগত নতুন চৰকাৰ গঠন হোৱাৰ পাছত বিভিন্ন জিলাত অনুপ্ৰৱেশকাৰীক ৰখাৰ বাবে ‘হোল্ডিং চেণ্টাৰ’ মুকলি কৰা হৈছে। এনে পৰিস্থিতিত সোমবাৰে গৃহ মন্ত্ৰালয়ে প্ৰব্ৰজনৰ নিয়ম সংশোধন কৰে।

কেন্দ্ৰীয় অধিসূচনাত কোৱা হৈছে যে যদি ১৮০ দিন বা তাতকৈ কম সময়ৰ ভিছা লৈ ভাৰতলৈ অহা বিদেশীয়ে বৈধতাৰ সময়সীমা শেষ হোৱাৰ পিছত যদি ভাৰতত থাকিব বিচাৰে তেন্তে ম্যাদ উকলি যোৱাৰ আগতেই তেওঁ নিজৰ পঞ্জীয়ন কৰিব লাগিব। পূৰ্বে এনে ভিছাৰ নিয়ম আছিল যে ১৮০ দিনৰ বৈধতাৰ সময়সীমা শেষ হোৱাৰ ১৪ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। এইবাৰ এই নিয়ম সলনি কৰা হৈছে। সংশোধিত নিয়ম অনুসৰি বৈধতাৰ সময়সীমা উকলি যোৱাৰ পূৰ্বে বিদেশীজনে প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগিব। গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়ে পৃথকে উল্লেখ কৰা হোৱা নাই। এই নিয়ম ভাৰতলৈ অহা সকলো বিদেশী লোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। কিন্তু বৰ্তমানৰ পৰিস্থিতিত কেন্দ্ৰৰ এই পদক্ষেপ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

rule | ASSAM TIMES POST
প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

যোৱা মাহত কেন্দ্রই ২০০৯ চনৰ নাগৰিকত্ব বিধি সংশোধন কৰে৷ ইয়াত উল্লেখ আছে যে ভাৰতৰ নাগৰিক হ’ব বিচৰা কোনো বাংলাদেশী, পাকিস্তানী বা আফগান লোকৰ নিজৰ দেশৰ কোনো বৈধ বা ম্যাদ উকলি যোৱা পাছপ’ৰ্ট থাকিব নালাগিব। যদি কোনো আবেদনকাৰীৰ বৈধ পাছপ’ৰ্ট থাকে তেন্তে তেওঁ পাছপ’ৰ্টৰ নম্বৰ, কেতিয়া জাৰি কৰা হৈছিল, কিমান দিন বৈধ এই সকলো তথ্য জমা দিব লাগিব। এইবাৰ কেন্দ্ৰই ভাৰতলৈ বিদেশী নাগৰিকৰ প্ৰব্ৰজন সম্পৰ্কীয় নিয়মৰ সংশোধন কৰে।

সংশোধিত নিয়ম অনুসৰি, ১৮০ দিনতকৈ অধিক সময়ৰ বাবে বৈধ ভিছা থকাসকলে এটা সময়ত ১৮০ দিনতকৈ অধিক সময় ভাৰতত থাকিব নোৱাৰিব। যদি তেওঁলোকে বছৰৰ যিকোনো সময়তে বা আচলতে দেশত থকাৰ সময় বৃদ্ধি কৰিব বিচাৰে তেন্তে ১৮০ দিনৰ সময়সীমা শেষ হোৱাৰ আগতেই তেওঁলোকে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ উপৰি কোৱা হৈছে যে এনে আবেদন “কেৱল জৰুৰীকালীন পৰিস্থিতিত” মঞ্জুৰ কৰা হ’ব।

Tags: NewImmigrationrules
Share4Tweet3Send

Related Posts

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

by News Desk
June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

by Staff Reporter
June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

by Staff Reporter
June 2, 2026
50
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

by Staff Reporter
June 2, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

by News Desk
June 1, 2026
50
ADVERTISEMENT
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

June 2, 2026
50
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

June 2, 2026
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT