ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

News Desk by News Desk
June 6, 2026
Reading Time: 1 min read
A A
0
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ (Demand for the resignation of the Union Education Minister) কৰিবই লাগিব। ‘ককৰোচ জনতা পাৰ্টী’ (cockroach janata party)ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে (Abhijit Dipake)য়ে শনিবাৰে দিল্লীৰ যন্তৰ-মন্তৰ (Jantar Mantar)ত থিয় হৈ এই দাবী উত্থাপন কৰে। তেওঁ কয় যে ককৰোচে ভয় নকৰে। তেওঁলোকৰ মৃত্যুও নহয়। গতিকে এই যুঁজখন অব্যাহত থাকিব। তেওঁ কয়, “মই ইয়ালৈ আহিছো সেই ভাই-ভনীসকলৰ বাবে, যিসকলে এতিয়াও স্কুলত পঢ়ি আছে।”

শনিবাৰে যন্তৰ-মন্তৰত চি জে পি দলৰ এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে আৰক্ষীয়ে। নীট (NEET) কেলেংকাৰীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমৰ্থকসকলে প্ৰতিবাদত যোগদান কৰে। চি জে পিয়ে কৈছিল অনুমতি নিদিলেও শান্তিপূৰ্ণভাৱে সমবেত হ’ব। ইয়াৰ বাবে সংগঠনটোৱে সমৰ্থকসকলক হাতত ৰাষ্ট্ৰীয় পতাকা আৰু কিতাপ লৈ তাত উপস্থিত হ’বলৈও আহ্বান জনায়। এই কাৰ্যসূচীৰ নেতৃত্ব দিবলৈ শুকুৰবাৰে নিশা দিল্লী বিমানবন্দৰত অৱতৰণ কৰে দীপকে। তাতেই তেওঁক সাক্ষাৎ কৰে দিল্লী আৰক্ষীৰ বিষয়াই। দিল্লী আৰক্ষীয়ে তেওঁক যন্তৰ-মন্তৰত এক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়ে। শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ এই কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিব।

cjp1 | ASSAM TIMES POST
যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

আৰক্ষীয়ে অনুমতি দিয়াৰ পাছত দীপকেয়ে সমৰ্থকসকলক পোনপটীয়াকৈ যন্তৰ-মন্তৰত হাজিৰ হ’বলৈ কয়। ইয়াৰ পূৰ্বে অৱশ্যে তেওঁ সমৰ্থকসকলক পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত সমবেত হৈ অনুমতি ল’বলৈ কৈছিল। সংবিধানৰ প্ৰতিষ্ঠাপক বি আৰ আম্বেদকাৰৰ আত্মজীৱনী লৈ বিমানবন্দৰৰ পৰা ওলাই অহা দেখা যায় দীপকেক। ককৰোচ দলৰ কাৰ্যসূচীৰ বাবে যন্তৰ-মন্তৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষীয়ে। তাত কমেও দুহেজাৰ আৰক্ষী জোৱান আছে। সংগঠনটোৱে সমৰ্থকসকলক জনোৱা মতে, অনুষ্ঠানস্থলীত হোৱা সকলো পদক্ষেপ ভিডিঅ’ কৰিব লাগিব। যদি আৰক্ষীৰ কোনো সন্দেহজনক গতিবিধি দেখা যায় তেন্তে ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব।

ইয়াৰ লগতে সমৰ্থকসকলক কিতাপ আৰু ৰাষ্ট্ৰীয় পতাকা লৈ যন্তৰ-মন্তৰত উপস্থিত হ’বলৈ কোৱা হয়। সকলোৰে বাবে শিক্ষাৰ দাবীত কিতাপবোৰ হাতত ৰাখিবলৈ কোৱা হৈছে। অনুষ্ঠানটো শান্তিপূৰ্ণ হ’ব বুলিও সংগঠনটোৱে অৱগত কৰে। আনহাতে, অকলে অহাতকৈ বন্ধু-বান্ধৱী আৰু পৰিয়ালক লগত লৈ যন্তৰ-মন্তৰলৈ আহিবলৈ কোৱা হয়। দীপকেৰ বাৰ্তা হ’ল, “আমি কোনো ট্ৰ’ল বা উচটনি নিদিয়াকৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব লাগে।” লগতে কোৱা হয় যে গৰমৰ পৰা হাত সাৰিবলৈ আমি প্ৰতিবাদস্থলী পোৱাৰ আগতে ছানস্ক্ৰীণ লগাই পানী খাব লাগে। পেট পূৰাই খায়ো আহিব লাগিব।

Tags: DelhiCJPrally
Share4Tweet3Send

Related Posts

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

by News Desk
August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx