ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত, সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ৰ উন্মোচনঃ

Staff Reporter by Staff Reporter
February 28, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত, সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ৰ উন্মোচনঃ

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

অজন্তা তালুকদাৰ, বোকাখাত, ২৮ ফেব্ৰুৱাৰীঃ যোৱা ১৬ ফেব্ৰুৱাৰীত বৃহত্তৰ বোকাখাত অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সংগঠক, বহুকেইখন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাপক সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ ৯৪ বছৰ বয়সত ৰজাবাৰী খতিয়াখলিৰ নিজা বাসভৱনত দেহাৱসান ঘটে। আজীৱন প্ৰগতিবাদী আদৰ্শক খামুচি ধৰি জীৱন আৰু উজ্বল কৰ্ম আদৰ্শেৰে সমাজক উত্তৰণৰ এটা নতুন দিশ প্ৰদান কৰোঁতা মহীৰূহ গৰাকীৰ জীৱন আৰু অসাধাৰণ কৰ্ম আদৰ্শক সাকাৰ ৰূপ দিয়াৰ প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা হয় সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ৰ। যোৱা ২৬ ফেব্ৰুৱাৰীত আদ্যশ্ৰাদ্ধ উপলক্ষ্যে প্ৰয়াত গৰাকীৰ গৃহত পৰিয়ালৰ লোকৰ লগতে যথেষ্ট সংখ্যক স্থানীয় লোক আৰু বিভিন্ন স্থানৰ পৰা অহা অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ক্ৰমে বুবুল দত্ত, অজন্তা তালুকদাৰ আৰু প্ৰাঞ্জল হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত ‘অস্তৰাগ’ৰ উন্মোচন কৰে বিশিষ্ট লেখক, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা প্ৰাক্তন ক্ৰীড়াবিদ গোলোক বৰাই। সোঁৱৰণি গ্ৰন্থ উন্মোচন কৰি প্ৰদান কৰা সংক্ষিপ্ত ভাষণত যথেষ্ট আবেগিক হৈ পৰা উন্মোচক গৰাকীয়ে বিশাল ব্যক্তিত্ব সম্পন্ন প্ৰয়াত হাজৰিকাৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰি সমাজ আৰু জাতিৰ স্বাৰ্থত তেওঁ দেখুৱাই যোৱা পথেৰে তৰুণ প্ৰজন্মক আগবাঢ়ি যাবলৈ উদ্বুদ্ধ কৰি তোলে।

WhatsApp Image 2020 02 28 at 12.27.14 1 | ASSAM TIMES POST

WhatsApp Image 2020 02 28 at 12.27.14 | ASSAM TIMES POST

উল্লেখ্য যে প্ৰয়াত সমাজ সুহৃদ গৰাকীৰ শৱদেহ ৭৫ ৰ অধিক দল-সংগঠন আৰু অগণন শোকাকুল ৰাইজে বৃহৎ সমদলেৰে হাজৰিকাৰ নশ্বৰদেহক তেওঁৰ তৎপৰতাত প্ৰতিষ্ঠা হোৱা ৰজাবাৰী হাইস্কুল, নুমলীগড় জুনিয়ৰ কলেজ, ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভা, কুৰুৱাবাহী সমবায় সমিতিকে আদি কৰি অনুষ্ঠান প্ৰতিষ্ঠান সমূহলৈ নি শ্ৰদ্ধাঞ্জলি যাচিছিল। অন্যান্য স্মৰণিকাৰ তুলনাত দলিল স্বৰূপ ১৪৪ পৃষ্ঠাৰ কলেৱৰৰ সোঁৱৰণি গ্ৰন্থ ‘অস্তৰাগ’ত সন্নিবিষ্ট হৈছে ৬০ টা বহু মূল্যবান লেখা, প্ৰয়াত হাজৰিকাৰ জীৱন কালৰ কিছু মূল্যবান ছবিৰ লগতে যথেষ্ট সংখ্যক শোকবাৰ্তা। ‘অস্তৰাগ’ৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই আঁট ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত গ্ৰন্থখনৰ লেখক সকলৰ ওপৰিও উপস্থিত আছিল তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা।

Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx