ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

Staff Reporter by Staff Reporter
June 9, 2026
Reading Time: 1 min read
A A
0
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম তীখা উদ্যোগত দুৰ্ঘটনা (Visakhapatnam industrial accident)। গলিত তীখা কঢ়িয়াই নিয়া পাত্ৰত বিস্ফোৰণৰ ফলত কমেও ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আন বহুকেইজন গুৰুতৰভাৱে আহত হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

Visakhapatnam industrial accident I
বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু:

জানিব পৰা মতে, তীখা উদ্যোগটোৰ এছএমএছ-২ আৰু এছটিচি-৩ তাপ শক্তি কেন্দ্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। সোমবাৰে বিয়লি গলিত তীখা কঢ়িয়াই অনা এটা পাত্ৰত সংঘটিত হয় এক বিস্ফোৰণ। বিস্ফোৰণৰ ফলত কাৰখানাটোত আতংক বিয়পি পৰে। প্ৰাণ ৰক্ষাৰ বাবে দৌৰাদৌৰি কৰে শ্ৰমিকসকলে।

অৱশ্যে গলিত তীখাৰ ফলত বহুতেই জ্বলি যায়। কাৰোবাৰ গোটেই শৰীৰ জ্বলি গৈছে, আন কিছুমানৰ শৰীৰৰ বিভিন্ন অংশ জ্বলি গৈছে। এই পৰ্যন্ত মৃত্যু হোৱা আঠজনৰ ভিতৰত ৫জন কাৰখানাটোৰ স্থায়ী কৰ্মচাৰী। বাকী তিনিজনে ঠিকাভিত্তিত কাম কৰি আছিল।

নিহতসকলৰ ভিতৰত আছে এজন টেকনিচিয়ান, জেনেৰেল ফৰমেন, মেচিন ইনচাৰ্জ। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে কাৰখানাৰ শ্ৰমিকসকলে নিজেই উদ্ধাৰ অভিযান আৰম্ভ কৰে। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হয়।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ আৰ্থিক সাহায্যৰ কথাও ঘোষণা কৰিছে। মোদীৰ ঘোষণা অনুসৰি, প্ৰতিজন মৃত শ্ৰমিকৰ পৰিয়ালক ২ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়া হ’ব। প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ বাবেও ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।

Tags: কমেও ৮ জনৰ মৃত্যুকাৰখানাত দুৰ্ঘটনাবিশাখাপট্টনমৰ তীখা
Share4Tweet3Send

Related Posts

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে
National-International

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

by Staff Reporter
June 9, 2026
50
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

by Staff Reporter
June 9, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

by News Desk
June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

by News Desk
June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

by News Desk
June 8, 2026
50
Israel attack on Iran : সোনকালে ইৰাণ এৰক, পুনৰ সংঘাত আৰম্ভ হোৱাৰ পিছতে ভাৰতীয়লৈ পৰামৰ্শ কেন্দ্ৰৰ
National-International

Israel Iran war : ট্ৰাম্পৰ অনুৰোধক আওকাণ নেতানিয়াহুৰ, বিশ্বকাপৰ পূৰ্বে পুনৰ উত্তপ্ত মধ্যপ্ৰাচ্য

by News Desk
June 8, 2026
50
ADVERTISEMENT
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

June 9, 2026
50
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে
National-International

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

June 9, 2026
50
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

June 9, 2026
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

June 9, 2026
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx