ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

News Desk by News Desk
June 9, 2026
Reading Time: 1 min read
A A
0
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

প্ৰাক্তন ক্ৰিকেটাৰ তথা তৃণমূলৰ সাংসদ ইউছুফ পাঠানৰ আবেদন ইতিমধ্যে নাকচ কৰাৰ পিছত এইবাৰ গুজৰাট উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন, বেৰহামপুৰৰ সাংসদজনে এটকাও খৰচ নকৰাকৈ আৰু চৰকাৰী অনুমোদন নোলোৱাকৈ কেনেকৈ বদোদৰা পৌৰসভাৰ মাটি দখল কৰিলে? আদালতে নিজৰ পৰ্যবেক্ষণত কয়, “এইটো কৰিব নোৱাৰি ।”

ইয়াৰ সমান্তৰালকৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুনীতা আগৰৱাল আৰু ন্যায়াধীশ ডি এন ৰায়ৰ সংমণ্ডল বিচাৰপীঠে কয় যে আবেদনকাৰী (ইউছুফ) উক্ত সম্পত্তিৰ দখল আৰু ব্যৱহাৰৰ ক্ষতিপূৰণ দিবলৈ সাজু হ’ব লাগে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৫ জুনত হ’ব। উল্লেখ্য যে পাঠানে বদোদৰা পৌৰসভাৰ অধিকৃত ৯৭৮ বৰ্গমিটাৰ মাটি লৈছিল।

pathan1 | ASSAM TIMES POST
ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ জাননী

পৌৰসভাই অভিযোগ উত্থাপন কৰে যে তেওঁ উক্ত মাটিত দেৱাল স্থাপন কৰি সংশ্লিষ্ট অঞ্চলটোক নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল, যিটো অবৈধ। কিন্তু ২০১২ চনত পৌৰসভা কৰ্তৃপক্ষই পাঠানক প্ৰস্তাৱ দিয়ে। তেওঁলোকে কয়, “মাটি কিনি লওক, প্ৰাক্তন ক্ৰিকেটাৰ । ইয়াৰ বাবে কোনো নিলাম নহ’ব।” প্ৰতি বৰ্গমিটাৰত ৫৭,২৭০ টকা দিয়াৰ প্ৰস্তাৱো উত্থাপন কৰা হয়।

কিন্তু ২০১৪ চনত গুজৰাট চৰকাৰে পৌৰসভাৰ অনুমোদন বাতিল কৰে। তদানীন্তন বিজেপিৰ কাউন্সিলাৰ বিজয় পাৱাৰে পাঠানে অবৈধভাৱে মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে ইমান বছৰে এই মাটি ব্যৱহাৰ কৰি আহিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। ইয়াৰ মাজতে ২০২৪ চনৰ লোকসভা নিৰ্বাচপ্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে বংগৰ বেৰহামপুৰ সমষ্টিৰ পৰা তৃণমূলৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰে। বিদায়ী কংগ্ৰেছৰ সাংসদ অধীৰ চৌধুৰীক পৰাস্ত কৰি তেওঁ সাংসদ হয়। সেই সময়ত বদোদৰাৰ কেইবাজনো কাউন্সিলাৰে পুনৰবাৰ পাঠানৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছিল। উল্লেখ্য যে পৌৰসভাই পাঠানক জাননী জাৰি কৰি মাটি খালী কৰিবলৈ কয়। যাৰ পৰিপ্ৰেক্ষিতত তৃণমূলৰ সাংসদগৰাকী উচ্চ ন্যায়ালয়লৈ যায়। কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে যোৱা ছেপ্টেম্বৰ মাহত বদোদৰা পৌৰসভাৰ জাননীক প্ৰত্যাহ্বান জনাই কৰা পাঠানৰ আবেদন খাৰিজ কৰে।

Tags: UsufPathan
Share4Tweet3Send

Related Posts

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

by News Desk
June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

by News Desk
June 9, 2026
50
Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব
National-International

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

by News Desk
June 9, 2026
50
Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে
National-International

Israel Iran conflict I নেতানিয়াহুৱে ইৰাণ আক্ৰমণৰ সিদ্ধান্তক সমৰ্থন নকৰে ট্ৰাম্পে

by Staff Reporter
June 9, 2026
50
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

by Staff Reporter
June 9, 2026
50
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু
National-International

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

by Staff Reporter
June 9, 2026
50
ADVERTISEMENT
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
50
Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব
National-International

Ujjwala Gas : আৰু হ্ৰাস পালে উজলাত ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা, বছৰি মাত্ৰ চাৰিটা চিলিণ্ডাৰহে লাভ কৰিব

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT