ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

নিউজ ডেস্কঃ

News Desk by News Desk
June 10, 2026
Reading Time: 1 min read
A A
0
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

কেতিয়াবা ছবিয়েও কথা কয়। ৰাজ্যসভাৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী (TMC leader) সুস্মিতা দেৱে পদত্যাগ (Sushmita Devi’s resignation) কৰাৰ খবৰ পোৱাৰ কিছু মিনিটৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে (With Himanta Biswa Sharma photo) তেওঁৰ এখন ছবি ভাইৰেল (viral picture) হৈ পৰে। দুয়োগৰাকী নেতাই কেমেৰাৰ সন্মুখত হাঁহি থকা দেখা গৈছে। এই ছবিখন চালেই পৰিস্থিতি স্পষ্ট হৈ পৰে। আনহাতে, এই হঠাৎ দল পৰিৱৰ্তনৰ পিছত সুস্মিতা দেৱে হাঁহি মাৰি কয়, “ইয়াত কেৱল অসমৰ সংযোগ আছে।”

ৰাজনৈতিক ভৱিষ্যতৰ বিষয়ে সোধাত সুস্মিতা দেৱে কয় যে তেওঁক কোনো অনুমোদনৰ প্ৰয়োজন নাই আৰু ৰাজনৈতিক সিদ্ধান্ত লোৱাটো সম্পূৰ্ণ নিজৰ। তেওঁ জোৰ দি কয়, “মুক্ত আৰু গণতান্ত্ৰিক দেশত মই কোনটো দলক সমৰ্থন কৰিম, কেনেধৰণৰ ৰাজনীতি কৰিম বা আচলতে ৰাজনীতি কৰিম নে নাই সেইটো নিৰ্ণয় কৰাৰ অধিকাৰ মোৰ আছে।”

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সূত্ৰৰ মতে, সুস্মিতা দেৱে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাটো এতিয়া সময়ৰহে অপেক্ষা। এনডিটিভিৰ সূত্ৰ অনুসৰি, সুস্মিতাৰ তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্তত হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সুস্মিতা দেৱে নিজেই মুখ্যমন্ত্ৰীক তেওঁৰ ‘মেণ্টৰ’ বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ আগত কয়, “মই তেওঁৰ পৰা পৰামৰ্শ লৈছিলোঁ।”

tmc 1 | ASSAM TIMES POST
সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

সূত্ৰসমূহে লগতে প্ৰকাশ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৰাজনীতিত প্ৰত্যাৱৰ্তনৰ ৰোডমেপ সম্পৰ্কে আলোচনা কৰে। দুয়োগৰাকী নেতাৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। এটা দশকৰো অধিক পূৰ্বে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ নেতৃত্ব সলনিৰ আহ্বানক সমৰ্থন কৰা কংগ্ৰেছ বিধায়িকাসকলৰ ভিতৰত আছিল সুস্মিতা দেৱো অন্যতম।

সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুস্মিতা দেৱক প্ৰস্তাৱ দিছিল। সেই সময়ত জ্যোতিৰাদিত্য সিন্ধিয়াই দল সলনি কৰিছিল। কিন্তু সুস্মিতা দেৱে এই প্ৰস্তাৱ নাকচ কৰি কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত পৰাস্ত হয়। বিজেপি নেতাৰ ঘনিষ্ঠ মহলৰ পৰা পোৱা তথ্য অনুসৰি, সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰাৰ পূৰ্বেও হিমন্ত শৰ্মাৰ সৈতে কথা পাতিছিল। লগতে কোৱা হৈছে যে ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সময়ত সুস্মিতা দেৱে হিমন্তক সমগ্ৰ বিষয়টো অৱগত কৰিছিল। দলৰ অভ্যন্তৰৰ লোকৰ মতে, এসপ্তাহৰ ভিতৰত তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু অসমৰ বঙালী অধ্যুষিত বৰাক উপত্যকা অঞ্চলত দলৰ কাম-কাজৰ লগত জড়িত হ’ব।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আনুগত্যশীল কংগ্ৰেছ নেতাসকলে ইতিমধ্যে বিজেপিলৈ গমন কৰাৰ সময়তে সুস্মিতা দেৱৰ তৃণমূলৰ পৰা বাহিৰ হৈ বিজেপিত যোগদানৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে। বৰাক উপত্যকাৰ সুস্মিতা দেৱৰ গৃহ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন নেতা ৰাজদীপ গোৱালা আৰু কমলাক্ষ দে’ পুৰকায়স্থ ইতিমধ্যে বিজেপিত যোগদান কৰিছে। এতিয়া সুস্মিতা দেৱৰ যোগদানে এই পৰিক্ৰমা সম্পূৰ্ণ কৰিব।

Tags: SushmitaDevQuitTMC
Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
ADVERTISEMENT
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড
National-International

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

June 10, 2026
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx