ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Staff Reporter by Staff Reporter
July 10, 2026
Reading Time: 1 min read
A A
0
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

নয়ডা, দিল্লী, গাজিয়াবাদৰ দৰে চহৰবোৰ ধাৰাসাৰ বৰষুণৰ (Delhi flood) কবলত। বৃহস্পতিবাৰে দিল্লী আৰু গাজিয়াবাদত পানীৰে ভৰা পথত দুটি শিশু উটি যায়। ইফালে সমতল পথতো সংঘটিত হয় ভূমিস্খলন। প্ৰচণ্ড যান-জঁটৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ ৰাইজ আৰু যাতায়াত কৰা লোকসকল।

Delhi flood I
গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ:

গাজিয়াবাদৰ বিজয়নগৰত নিজ ঘৰৰ সন্মুখৰ পানীত বুৰ যোৱা পথত উটি যায় তিনি বছৰীয়া শিশু পল্লৱী । তেওঁৰ পিতৃয়ে জনোৱা মতে, ঘৰৰ সন্মুখৰ ৰাস্তাৰ কাষৰ নলাটো বৰষুণৰ পানীৰে উপচি পৰিছিল। হঠাৎ পল্লৱী পিছলি তাতেই পৰে।

প্ৰায় লগে লগেই তেওঁক উঠাই অনা হয় যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। বিজয়নগৰৰ এচিপি উপাসনা পাণ্ডেয়ে কয় যে আৰক্ষীয়ে ঘটনাটো পঞ্জীয়ন কৰিছে। সঠিক তদন্তৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে মৃতকৰ পৰিয়াললৈ সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হ’ব।

দিল্লীৰ সৌমীপুৰ বদলী অঞ্চলতো সংঘটিত হৈছে একেধৰণৰ ঘটনা। খালী ঠাইত জমা হোৱা বৰষুণৰ পানীত উটি যায় এটি সাত বছৰীয়া শিশু। সৰু ভাতৃৰ লগত খেলিবলৈ যোৱা তৃতীয় শ্ৰেণীৰ ছাত্ৰীগৰাকীক প্ৰায় দুঘণ্টা ধৰি বিচাৰি অভিযান চলোৱা হয়। পিছত জমা হোৱা পানীৰ পৰা উদ্ধাৰ কৰা হয়।

চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। আকস্মিক মৃত্যু বুলি দাবী কৰিছে আৰক্ষীয়ে। প্ৰাথমিকভাৱে আন কোনো সম্ভাৱনা নুই কৰা হৈছে। দীৰ্ঘদিন ধৰি পথটোত জমা হোৱা পানীৰ প্ৰতি প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি আহিলেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে।

আনহাতে, বৃহস্পতিবাৰে পুৱা গাজিয়াবাদৰ ১৩ নং বসুন্ধৰা ব্লকত এটা পথ ভাঙি পৰে। ভূমিস্খলনৰ ফলত পথৰ এক বৃহৎ অংশ ডুব যায়। কিন্তু কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।

কিন্তু ভূমিস্খলনৰ ফলত পথত ৰখাই থোৱা এখন চাৰিচকীয়া বাহন আৰু এখন স্কুটাৰ ক্ষতিগ্ৰস্ত হয়। দুয়োখন গাঁতত সোমাই যায়। গাড়ীখনৰ মালিকে থানাত লিখিত এজাহাৰ দাখিল কৰিছে। তেওঁৰ মতে, যাৱতীয় অনুমতি অবিহনে পথৰ কাষত ২০ ফুট দ বেছমেণ্ট নিৰ্মাণ কৰা হৈছিল। ফলত পথটো দুৰ্বল হৈ পৰে।

বৰষুণৰ পানীৰ বাবে মাটি কোমল হৈ পৰে, যাৰ ফলত মাটি খহি যায়। তদুপৰি নয়ডা, দিল্লী আৰু গাজিয়াবাদৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ ডুব যোৱাৰ ফলত পুৱাৰে পৰা যাতায়াতৰ সমস্যাৰ সৃষ্টি হয়। পানীত বহু গাড়ী বিকল হৈ পৰে।

Tags: কাঢ়িলে দুই শিশুৰ প্ৰাণগাজিয়াবাদ-দিল্লীত বৰষুণেপথত ভূমিস্খলনত যাতায়াত ব্যাহত
Share4Tweet3Send

Related Posts

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

by News Desk
July 9, 2026
50
Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ
National-International

Social Media : অষ্ট্ৰেলিয়াৰ কিশোৰসকলৰ ওপৰত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ

by News Desk
July 9, 2026
50
Material-First Product Architecture : Scaling IP-Driven Hardware Brands
National-International

Material-First Product Architecture : Scaling IP-Driven Hardware Brands

by News Desk
July 9, 2026
50
US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ
National-International

US attact Iran : ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত বোমাবৰ্ষণ আমেৰিকাৰ

by News Desk
July 9, 2026
50
Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা
National-International

Delhi rain : দিল্লীত ধাৰাসাৰ বৰষুণ, পথ জলমগ্ন : ১০ জুলাইলৈকে বৰষুণৰ সম্ভাৱনা

by News Desk
July 9, 2026
50
ADVERTISEMENT
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx