ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Staff Reporter by Staff Reporter
July 14, 2026
Reading Time: 1 min read
A A
0
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ ভাৰত চৰকাৰে ইৰাণৰ এজন কূটনীতিবিদক তলব কৰিছে। দিল্লীত থকা ইৰাণৰ দূতাবাসৰ উপ-ৰাষ্ট্ৰদূতক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মাতি অনা হৈছে।

Strait of Hormuz I
ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ:

ইৰাণে মঙলবাৰে পুৱা হৰমুজ প্ৰণালীত দুখন তেল টেংকাৰলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। এই আক্ৰমণত নিহত হয় এজন ভাৰতীয় নাৱিক। আহত হয় আৰু ৬ জন ভাৰতীয়। উক্ত আক্রমণৰ পাছতেই নৰেন্দ্র মোদী চৰকাৰে ইৰাণৰ উপ-ৰাষ্ট্রদূতক মাতি পঠিয়ায় ৷

ইৰাণে দেওবাৰেও ভাৰতীয় নৌসেনাৰ এখন জাহাজক আক্ৰমণ কৰে। জাহাজখনত আছিল ১১ জন ভাৰতীয় নাৱিক। ইয়াৰে ১০ জনক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত উদ্ধাৰ কৰা হয়। উক্ত আক্ৰমণৰ লগে লগে নতুন দিল্লীয়ে এই আক্ৰমণক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰে। ভাৰত চৰকাৰে কয় যে বাণিজ্যিক জাহাজত অবিৰত আক্ৰমণ অতি উদ্বেগজনক।

অৱশ্যে আক্ৰমণৰ পিছত ইৰাণৰ কোনো দূতাবাসৰ বিষয়াক মাতি অনাৰ কোনো খবৰ প্ৰকাশ্যে অহা নাই। এই আক্ৰমণৰ দুদিন পিছত নতুন দিল্লীয়ে ভাৰতীয় নৌসেনাৰ জাহাজত পুনৰ আক্ৰমণৰ পিছত আৰু কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে।

দিল্লীত থকা ইৰাণৰ দূতাবাসৰ ডেপুটী চিফ অব মিছন মহম্মদ জাভাদ হোছেইনীক মাতি পঠোৱা হয়। এই চমনৰ পৰা স্পষ্ট হৈ পৰিছে যে নতুন দিল্লী তেহৰানৰ প্ৰতি এই একেৰাহে কৰা আক্ৰমণৰ বাবে অসন্তুষ্ট। অৱশ্যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

মঙলবাৰে পুৱা তেহৰানে দুখন তেল টেংকাৰ মোম্বাছা আৰু আল বাহিয়াক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ইউ এ ইয়ে জনোৱা মতে, আক্ৰমণৰ সময়ত জাহাজ দুখন ওমানৰ জলসীমাত আছিল। তাতেই আক্ৰমণ কৰা হয়। ইৰাণৰ আক্ৰমণত নিহত ভাৰতীয় নাৱিকজন মোম্বাছা জাহাজত আছিল। আহত ছয়জন কোনখন জাহাজত আছিল সেয়া প্ৰাথমিকভাৱে জানিব পৰা হোৱা নাই।

আক্ৰমণৰ পিছত ইৰাণৰ সেনাই এক বিবৃতিত দাবী কৰে যে জাহাজসমূহে সতৰ্কবাণীৰ পিছতো হৰমুজ প্ৰণালীৰ মাজেৰে আগবাঢ়ে। টেংকাৰ দুখনে নিজৰ নেভিগেচন ছিষ্টেম নিষ্ক্ৰিয় কৰি মাইনফিল্ডৰ মাজেৰে পাৰ হ’বলৈ চেষ্টা কৰিছিল। সেয়ে তাৰ ওপৰত আক্ৰমণ কৰি অচল কৰি তোলা হয়।

Tags: ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু
Share4Tweet3Send

Related Posts

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

by News Desk
July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

by News Desk
July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

by News Desk
July 14, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । ৰাম মন্দিৰৰ চুৰিকাণ্ডত উত্তৰ প্ৰদেশ চৰকাৰ আৰু ট্ৰাষ্টলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ, এছআইটিৰ পৰা ৰিপ’ৰ্ট তলব

by Staff Reporter
July 14, 2026
50
Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক
National-International

Sonam Wangshuk । ১৬ দিনত আঠ কেজিৰো অধিক ওজন কমিছে, শৰীৰ ভাঙি পৰিছে; তথাপি অনশনত অটল সোণম ৱাংচুক

by Staff Reporter
July 14, 2026
50
Rajya Sabha Elections I ২৭ ফেব্ৰুৱাৰীত ৫৬ খন ৰাজ্যসভা আসনৰ নিৰ্বাচন
National-International

Rajya Sabha I আৰু মাত্ৰ ৬ সাংসদ, চাৰি দশকৰ পাছত পুনৰ ৰাজ্যসভাত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বিজেপিয়ে

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
National-International

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
50
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ
National-International

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
50
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ
National-International

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026
50
Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ
National-International

Adulterated Milk : বজাৰৰ গাখীৰ খায় নেকি ? সাৱধান, থাকিব পাৰে ডিটাৰজেণ্ট পাউডাৰ, পাম অইল, ৰাসায়নিক পদাৰ্থ

July 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

Bhojshala Temple controversy : ভোজশালাৰ সমীপতে শুকুৰবাৰৰ নামাজ পঢ়িব পাৰিব, চৰকাৰক স্থান দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

July 14, 2026
Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

Gujarat Temple controversy : অযোধ্যা, বদ্ৰীনাথৰ পিছত এইবাৰ গুজৰাটৰ মন্দিৰত দান চুৰিৰ অভিযোগ

July 14, 2026
Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

Strait of Hormuz I ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, ইৰাণৰ উপ-ৰাষ্ট্ৰদূতক তলব ভাৰতৰ

July 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT