ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

নিউজ ডেস্কঃ

News Desk by News Desk
August 14, 2026
Reading Time: 1 min read
A A
0
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

স্বাধীনতা দিৱস (Independence Day)ৰ এদিন পূৰ্বে বোমা বিস্ফোৰণৰ ভাবুকি (Threat of a bomb explosion)ত দিল্লীত আতংকৰ (Panic in Delhi) সৃষ্টি হৈছে। সূত্ৰ অনুসৰি, শুকুৰবাৰে স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজধানীৰ দিল্লী উচ্চ ন্যায়ালয় আৰু ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বিস্ফোৰণৰ ভাবুকি আহিছে। উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা ইমেইলত লালকিল্লাক লক্ষ্য কৰি লোৱাৰ কথাও উল্লেখ কৰা হৈছে। ভাবুকি পোৱাৰ পিছত সেই স্থানসমূহত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

ইতিমধ্যে স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ ৰাজধানীত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ ৰাজধানীখন কটকটীয়া নিৰাপত্তাৰক্ষীৰে ঘেৰি ৰখা হৈছে। সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা ১১.৪৩ বজাত দিল্লী উচ্চ ন্যায়ালয়ে ইমেইল ভাবুকি (Email threat in Delhi High Court) লাভ কৰে। ইয়াত ১৫ আগষ্টৰ কথা উল্লেখ কৰা হৈছে আৰু কোৱা হৈছে যে লালকিল্লাক লক্ষ্য কৰি লোৱা হ’ব।

delhi 1 | ASSAM TIMES POST
স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

সূত্ৰ অনুসৰি, ইমেইলটোত এইটোও কোৱা হৈছে যে যিসকলক বোমা বিস্ফোৰণৰ বাবে নিযুক্তি দিয়া হৈছে তেওঁলোক সকলোৱে খাকী ৰঙৰ ইউনিফৰ্ম পিন্ধিব। ইমেইল লাভ কৰাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। দিল্লী উচ্চ ন্যায়ালয়ত বৃদ্ধি পায় নিৰাপত্তা। বোমা স্কোৱাড আহি পুংখানুপুংখ তালাচী চলোৱা হয়। অৱশ্যে সূত্ৰ অনুসৰি সন্দেহজনক একো পোৱা নগ’ল। ইমেইলটোত ‘খালিস্তান’ৰ নাম উল্লেখ কৰা বুলি সূত্ৰটোৱে দাবী কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ দিল্লীৰ পৰা ‘পাকিস্তানী সমৰ্থিত’ শ্বাহজাদ ভাট্টি মডিউলৰ ৯ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। অস্ত্ৰ-শস্ত্ৰসহ আটক কৰে সন্ত্ৰাসবাদীকেইটাক। তদন্তত প্ৰকাশ পাইছে যে দিল্লীৰ এটা বিখ্যাত মন্দিৰ আৰু হাৰিয়ানাৰ এটা সেনা শিবিৰত আক্ৰমণৰ পৰিকল্পনা আছিল। তেতিয়াৰে পৰাই দিল্লী আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগে সন্ত্ৰাসবাদ মডিউলৰ শ্লীপাৰ চেল বিচাৰি ফুৰিছে। ইফালে স্বাধীনতা দিৱসৰ পূর্বে ৰাজধানীৰ বিভিন্ন প্রান্তত বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰাত নিৰাপত্তা কটকটীয়া কৰা হৈছে৷

Tags: DelhiBombThreat
Share4Tweet3Send

Related Posts

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

by News Desk
August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

by News Desk
August 14, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
ADVERTISEMENT
Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
National-International

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
50
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা
National-International

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
50
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু
National-International

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026
50
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

Delhi bomb threat : স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লা, দিল্লী বিমানবন্দৰসহ‌ বহু ঠাই বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

August 14, 2026
NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

NEET Row : নীট প্ৰশ্নকাকত ফাদিল গোচৰত ফাষ্ট ট্ৰেক আদালতত গৃহীত চিবিআইৰ অভিযোগনামা

August 14, 2026
Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

Uttarakhand tunnel accident : উত্তৰাখণ্ডত আন এক সুৰংগ দুৰ্ঘটনাত কমেও ৭ জনৰ মৃত্যু

August 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT