ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

নিউজ ডেস্কঃ

News Desk by News Desk
August 18, 2026
Reading Time: 1 min read
A A
0
Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

মাৰ্চৰ পৰা জুলাইৰ ভিতৰত বিভিন্ন ছ’চিয়েল মিডিয়া কোম্পানী (Social media company)লৈ প্ৰায় ১.৯৫ লাখ ব্লক অৰ্ডাৰ প্ৰেৰণ (1.95 lakh block orders sent) কৰা হৈছে। অৰ্থাৎ কোম্পানীসমূহে প্ৰতি ৬৮ ছেকেণ্ডত গড়ে এটাকৈ ব্লক অৰ্ডাৰ লাভ কৰিছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে এই পাঁচ মাহত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়সীমাও অন্তৰ্ভুক্ত (Includes the period of student protests) আছে।

কেন্দ্ৰই অনলাইনত যিকোনো ব্যক্তিৰ বিৰুদ্ধে ডীপফেক বা বিকৃত বিষয়বস্তু আৰু ইচ্ছাকৃতভাৱে অপপ্ৰচাৰ ৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ কেন্দ্ৰই প্ৰযুক্তি কোম্পানী মেটাৰ সৈতে হোৱা বৈঠকতো এই বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। এইবাৰ চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ কৰিছে যে বিগত পাঁচ মাহত প্ৰায় ১.৯৫ লাখ ব্লক অৰ্ডাৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে মেটাৰ মালিকানাধীন অনলাইন প্লেটফৰ্ম দুটাত (ফেচবুক আৰু ইনষ্টাগ্ৰাম) সৰ্বাধিক প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, প্ৰতি ১০টা ব্লক অৰ্ডাৰৰ ভিতৰত ৯টা ব্লক অৰ্ডাৰ মেটাৰ অধীনত এই দুটা প্লেটফৰ্মলৈ প্ৰেৰণ কৰা হৈছে।

social1 | ASSAM TIMES POST
বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

ইনষ্টাগ্ৰামত সৰ্বাধিক ব্লক অৰ্ডাৰ লাভ কৰিছে। কোৱা হৈছে যে যোৱা পাঁচ মাহত তেওঁলোকে প্ৰায় ১ লাখ ব্লক অৰ্ডাৰ লাভ কৰিছে। ইয়াৰ উপৰি প্ৰায় ৮০ হাজাৰ ব্লক অৰ্ডাৰ ফেচবুক কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয় আৰু প্ৰায় ১৫ হাজাৰ ব্লক অৰ্ডাৰ ইউটিউব কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে তাত কোনো মাহেকীয়া পৰিসংখ্যাৰ কথা উল্লেখ কৰা হোৱা নাই। দিল্লীৰ যন্তৰ-মন্তৰত যোৱা জুন মাহত আৰম্ভ হৈছিল ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছত ২৫ জুলাইত এই আন্দোলন প্ৰত্যাহাৰ কৰা হয়।

দৰাচলতে এনেধৰণৰ ব্লক অৰ্ডাৰৰ অধিকাংশই কেন্দ্ৰই মুকলি কৰা সহযোগ পৰ্টেলৰ জৰিয়তে প্ৰেৰণ কৰা হয়। এটা ব্লক অৰ্ডাৰত এটাতকৈ অধিক বিষয়বস্তুৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা উল্লেখ থাকিব পাৰে। অৱশ্যে কেৱল কেন্দ্ৰীয় চৰকাৰেই নহয় ৰাজ্য চৰকাৰেও সেই পৰ্টেলৰ জৰিয়তে ব্লক অৰ্ডাৰ প্ৰেৰণ কৰে। ফলত কেন্দ্ৰই কিমান ব্লক অৰ্ডাৰ প্ৰেৰণ কৰিছিল আৰু কিমানটা বিভিন্ন ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছিল সেয়া স্পষ্ট হোৱা নাই।

যোৱা বছৰৰ ডিচেম্বৰ মাহতো ব্লক অৰ্ডাৰৰ প্ৰতিবেদন ৰাজহুৱা কৰা হৈছিল। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ২০২৪ চনৰ অক্টোবৰৰ পৰা ২০২৫ চনৰ অক্টোবৰলৈকে বিভিন্ন অনলাইন প্লেটফৰ্মলৈ কিমান ব্লক অৰ্ডাৰ প্ৰেৰণ কৰা হৈছে সেই বিষয়ে জানিবলৈ অনুৰোধ কৰা হৈছিল। তাত দেখা গৈছিল যে সেই এটা বছৰৰ ভিতৰত ৱাটছএপ, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামকে ধৰি মুঠ ১৯টা অনলাইন প্লেটফৰ্মলৈ ২,৩১২টা ব্লক অৰ্ডাৰ প্ৰেৰণ কৰা হৈছিল। বেছিভাগেই সেই সময়ত ৱাটছএপ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছিল।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ২০২৪-২৫ বৰ্ষৰ প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ মাৰ্চ পৰ্যন্ত ১ লাখ ১১ হাজাৰৰো অধিক ‘সন্দেহজনক অনলাইন কনটেণ্ট’ ব্লক কৰা হৈছিল।

Tags: SocialMediaPostBlock
Share4Tweet3Send

Related Posts

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

by News Desk
August 18, 2026
50
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী
National-International

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

by News Desk
August 18, 2026
50
Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা
National-International

Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

by News Desk
August 18, 2026
50
Terrorist arrested : ১৫ আগষ্টৰ পূৰ্বে ২ শতাধিক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, আক্ৰমণৰ পৰিকল্পনা বিফল; অমিত শ্বাহ

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

ADVERTISEMENT
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

August 18, 2026
50
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী
National-International

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

August 18, 2026
50
Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক
National-International

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

August 18, 2026
50
Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা
National-International

Jharkhand exam cancelled : অৱশেষত প্ৰতিবাদত সেও মানিলে ছোৰেণ চৰকাৰে, অনিয়মৰ অভিযোগ উঠা পৰীক্ষা বাতিলৰ ঘোষণা

August 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

August 18, 2026
Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

Supreme Court of India : ১৪ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক অভিযোগ, শীৰ্ষত তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী

August 18, 2026
Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

Social Media Post : বিগত পাঁচ মাহত গড়ে প্ৰতি মিনিটত এটাকৈ পোষ্ট ব্লক, ইনষ্টাগ্ৰামত সৰ্বাধিক

August 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT