ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
August 22, 2026
Reading Time: 1 min read
A A
0
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

RELATED POSTS

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

New Logo Smal 2 | ASSAM TIMES POST

জাতীয় গীত বন্দে মাতৰমৰ (Vande Mataram) মৰ্যাদা আৰু পৰম্পৰা (Dignity and Tradition)ক লৈ কোনো আপোচ কৰা নহ’ব। শনিবাৰে দিল্লীত বিজেপিৰ সৰ্বভাৰতীয় বিষয়ববীয়াৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মহাত্মা গান্ধীৰ চিন্তা-চৰ্চা (Thoughts and Discussions of Mahatma Gandhi) আৰু বন্দে মাতৰমৰ ((Vande Mataram) বিষয়ত তেওঁৰ বক্তব্য দেশজুৰি প্ৰচাৰ কৰাৰ সিদ্ধান্তও গেৰুৱা শিবিৰে গ্ৰহণ কৰিছে।

শেহতীয়াকৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ৱৰ্কিং কমিটীৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে তেওঁলোকে দলীয় কাৰ্যসূচীত বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গাব। ইয়াৰ ফলত বিতৰ্কৰ সৃষ্টি হয়। এই সিদ্ধান্তৰ ব্যাখ্যা দিওঁতে কংগ্ৰেছে মহাত্মা গান্ধীৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকৰ মতে, ১৯৩৭ চনত কলকাতাত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেলকে ধৰি কেইবাজনো শীৰ্ষ নেতাই বন্দে মাতৰমৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্ত লয়।

rahul 2 | ASSAM TIMES POST
বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

এইবাৰ বিজেপিয়ে কংগ্ৰেছক প্ৰত্যুত্তৰ দিবলৈ মহাত্মা গান্ধীৰ বক্তব্য প্ৰচাৰ কৰাৰ সিদ্ধান্ত লয়। গেৰুৱা শিবিৰে নিজৰ প্ৰস্তাৱত কয় যে মহাত্মা গান্ধীৰ এই বক্তব্য আছিল, সাম্ৰাজ্যবাদৰ বিৰুদ্ধে প্ৰবল জাতীয়তাবাদী আৱেগৰ দ্বাৰা অনুপ্ৰাণিত এক শ্লোগান বন্দে মাতৰম। বিজেপিয়ে তেওঁৰ বক্তব্য সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে। একে সময়তে কংগ্রেছৰ শেহতীয়া ৰাষ্ট্রীয় ৱৰ্কিং কমিটীৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্তক বিজেপিয়ে গৰিহণা দিছে৷ দলটোৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত জাতীয় গীতৰ সম্পূৰ্ণ সংস্কৰণৰ মৰ্যাদা ৰক্ষাৰ প্ৰস্তাৱো গৃহীত হয়।

কংগ্ৰেছ দলৰ কাৰ্যসূচীত জাতীয় গীতৰ প্ৰথম দুটা স্তৱক গোৱাৰ সিদ্ধান্তৰ বিৰোধিতা আৰম্ভণিৰে পৰাই কৰি আহিছে বিজেপিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ কণ্ঠস্বৰ অমিত শ্বাহে কংগ্ৰেছৰ এই সিদ্ধান্তক ‘ৰাষ্ট্ৰ বিৰোধী’ বুলি অভিহিত কৰে। কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰি তুষ্টিকৰণৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে। এইবাৰ বিজেপিৰ ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ বৈঠকত গৃহীত প্ৰস্তাৱটোত ‘তুষ্টিকৰণৰ ৰাজনীতি’ৰ বিৰুদ্ধে থিয় দিব বুলিও উল্লেখ কৰা হৈছে। ৰাজনৈতিক লাভালাভৰ বাবে বা সন্তুষ্টিৰ বাবে বন্দে মাতৰমৰ মৰ্যাদা আৰু পৰম্পৰাৰ সৈতে কোনো আপোচ সহ্য কৰা নহ’ব বুলি গেৰুৱা শিবিৰে কয়। এনে পৰিস্থিতিত বিজেপি নেতৃত্বই জাতীয় গীতৰ ইতিহাস আৰু গৌৰৱময় পৰম্পৰাক দেশৰ চুকে-কোণে লৈ যোৱাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BJPonVandeMataram
Share4Tweet3Send

Related Posts

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

by News Desk
August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

by News Desk
August 22, 2026
50
Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ
National-International

Maharashtra iphone case : আইফোনৰ বাবেই নিঃশেষ হ’ল এটা পৰিয়াল, পিতা-পুত্ৰ খাৱৈত পৰাৰ পিছত মাতৃয়েও দিলে জাঁপ

by News Desk
August 22, 2026
50
MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ
National-International

MP DSP controversy : পুনৰ বিতৰ্কত মধ্যপ্ৰদেশৰ সুন্দৰী ডিএছপি নেহা, কোটি টকীয়া ভূমি জালিয়াতিৰ অভিযোগত গোচৰ

by News Desk
August 21, 2026
51
Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী
National-International

Rewant Reddy : তেলেংগানাৰ মুখ্যমন্ত্ৰীক আমেৰিকালৈ যোৱাত বাধা কেন্দ্ৰৰ, লণ্ডনৰ পৰাই দেশলৈ উভতিল ৰেৱন্ত ৰেড্ডী

by News Desk
August 21, 2026
51
Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু
National-International

Sajjan Kumar dies : তিহাৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা প্ৰাক্তন সাংসদ সজ্জন কুমাৰৰ মৃত্যু

by News Desk
August 21, 2026
51
ADVERTISEMENT
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
50
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
50
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
50
Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?
National-International

Sugar price hike : দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে চেনিৰ মূল্য, কেন্দ্ৰৰ যুক্তি কি?

August 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d