ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

নিউজ ডেস্কঃ

News Desk by News Desk
September 2, 2026
Reading Time: 1 min read
A A
0
Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

RELATED POSTS

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

New Logo Smal 4 | ASSAM TIMES POST

কেব চালকসকলৰ (Cab protest) সৈতে পৰিবহণ বিভাগৰ আলোচনা সম্পন্ন হোৱাৰ পিছতে সাময়িকভাৱে স্থগিত (Temporarily suspended) ৰখা হৈছে কেব চালকসকলৰ প্ৰতিবাদ। বৈঠকৰ পিছত আজিৰ পৰা পুনৰ চলাচল কৰিব OLA, UBER আৰু RAPIDOকে ধৰি অনলাইন কেব সেৱা।

প্ৰাপ্ত তথ্য অনুসৰি, কেব চালকসকলৰ বিভিন্ন দাবী আৰু সমস্যাক লৈ পৰিবহণ বিভাগৰ সৈতে হোৱা বৈঠকৰ পিছতে ১৭ ছেপ্টেম্বৰলৈ প্ৰতিবাদ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ghy1 1 | ASSAM TIMES POST
কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত

ইফালে, ১৭ ছেপ্টেম্বৰৰ ভিতৰত চালকসকলৰ দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত পুনৰ বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে, OLA, UBER আৰু RAPIDO কৰ্তৃপক্ষই চালকসকলৰ দাবীসমূহ মানি নল’লে পৰৱৰ্তী সময়ত এপসমূহৰ সেৱা বন্ধ কৰাৰ দৰে কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী কেব চালকসকলে।

বৰ্তমানৰ বাবে কেব সেৱা স্বাভাৱিক হৈছে যদিও ১৭ ছেপ্টেম্বৰৰ পিছত বিষয়টোৰ পৰৱৰ্তী গতিবিধিৰ ওপৰত গুৰুত্ব থাকিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CabProtest
Share4Tweet3Send

Related Posts

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা
Guwahati

by News Desk
September 2, 2026
50
Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ
Guwahati

Guwahati landslide : গুৱাহাটীত ভয়ানক ভূমিস্খলনত প্ৰাণ গ’ল চাৰিজনৰ

by News Desk
September 1, 2026
51
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

September 2, 2026
50
Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা
Guwahati

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

September 2, 2026
50
Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা
Guwahati

Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

September 2, 2026
50
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী
Assam

Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

September 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

September 2, 2026
Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা,  য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

Zubeen Garg’s Case : জুবিন গাৰ্গ গোচৰ : আদালতত হাজিৰ পৰীক্ষিত শৰ্মা, য়টত উপস্থিতক শীঘ্ৰেই আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা

September 2, 2026
Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

Cab Protest : কেব চালকৰ প্ৰতিবাদ সাময়িক স্থগিত, পৰিবহণ বিভাগৰ সৈতে বৈঠকৰ পিছতে সিদ্ধান্ত; ১৭ ছেপ্টেম্বৰলৈ চলিব কেব সেৱা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d