ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2026
Reading Time: 1 min read
A A
0
Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

RELATED POSTS

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

New Logo Smal | ASSAM TIMES POST

আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে শিক্ষক দিৱস (Teachers Day)। এইবাৰৰ শিক্ষক দিৱসত ৰাজ্যৰ বিভিন্ন স্থানৰ ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাজ্যৰ শিক্ষা বিভাগৰ কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠান। এই অনুষ্ঠানত বঁটাপ্ৰাপকসকলক বঁটা প্ৰদানৰ লগতে সম্বৰ্ধনা জনায় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। ইয়াৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰা ১২ খন মহাবিদ্যালয়ৰ লগতে ১৪ গৰাকী এনচিচি বিষয়া, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত পেটেণ্ট লাভ কৰা ৪ গৰাকী শিক্ষক আৰু আদৰ্শ বিদ্যালয় সংগঠন, অসমৰ অধীনৰ ৫ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।

এইবাৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাপ্ৰাপকসকল হৈছে-

যোৰহাটৰ মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলিমা বৰা

কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক

নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী

ডিব্ৰুগড়ৰ পিএমশ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া

শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰবীণ কোচ

বৰপেটাৰ পিএমশ্রী ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস

ধুবুৰীৰ পিএমশ্রী জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আজিজুৰ ৰহমান

নগাঁৱৰ বাৰপুজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাণিক চন্দ্র নাথ

কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বি বি প্রসাদ ব্রহ্ম

গোলাঘাটৰ চৌকীয়াল নিম্ন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কা ৰাজখোৱা

হোজাইৰ হাতীখালি অসমীয়া নিম্ন প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া

ডিব্ৰুগড়ৰ ফটিকাছোৱা অভয়পুৰীয়া এমভি স্কুলৰ সহকাৰী শিক্ষক দিতিমণি দত্ত

দৰঙৰ ১৮২ নম্বৰ গোবিন্দধাম নিম্ন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া

কাছাৰৰ ৫৭ নম্বৰ টিকালপাৰ চাহবাগান নিম্ন প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক স্বস্ত্যায়ন দেৱ

কাৰ্বি আংলঙৰ বকলিয়াঘাট চৰকাৰী এমভি স্কুলৰ প্ৰধান শিক্ষক কামসিং হান্সে।

আনহাতে, এনচিচিৰ বঁটাপ্ৰাপক বিষয়াসকল হৈছে-

লেফটেনেণ্ট ডঃ কাঞ্চন কোঁৱৰ (সহযোগী এনচিচি বিষয়া, ডিগবৈ মহাবিদ্যালয়)
লেফটেনেণ্ট ডঃ অনন্ত পেগু (সহযোগী এনচিচি বিষয়া, কে চি দাস কমাৰ্চ কলেজ গুৱাহাটী)
লেফটেনেণ্ট ডঃ দীপকজ্যোতি মহন্ত (সহযোগী এনচিচি বিষয়া, গোৰেশ্বৰ মহাবিদ্যালয়)
ফ্লায়িং অফিচাৰ পল্লৱ দত্ত (সহযোগী এনচিচি বিষয়া, প্ৰাগজ্যোতিষ মহাবিদ্যালয়)
ফ্লাইট লেফটেনেণ্ট পুলক মিলি (সহযোগী এনচিচি বিষয়া, এলচিবি কলেজ)
কেপ্টেইন আৰাফা বেগম (সহযোগী এনচিচি বিষয়া, শিৱসাগৰ বালিকা মহাবিদ্যালয়, শিৱসাগৰ)
লেফটেনেণ্ট কমী নোকজা (সহযোগী এনচিচি বিষয়া, এইচপিবি বালিকা মহাবিদ্যালয়)
লেফটেনেণ্ট ক্ষীৰোদ দেউৰী (সহযোগী এনচিচি বিষয়া, দেৱৰাজ ৰয় কলেজ)
কেপ্টেইন বিপ্লৱ কান্তি পাল (সহযোগী এনচিচি বিষয়া, নীলাম বজাৰ মহাবিদ্যালয়)
কেপ্টেইন কুলোৰাম মিলি (সহযোগী এনচিচি বিষয়া, দৰং মহাবিদ্যালয়)
লেফটেনেণ্ট চম্পক তালুকদাৰ (সহযোগী এনচিচি বিষয়া, বিহালী ডিগ্ৰী কলেজ)
লেফটেনেণ্ট জ্যোতিৰূপা ডেকা (সহযোগী এনচিচি বিষয়া, কামপুৰ কলেজ)
লেফটেনেণ্ট কোকিল শইকীয়া (সহযোগী এনচিচি বিষয়া, ডিফু চৰকাৰী মহাবিদ্যালয়)
লেফটেনেণ্ট দিলীপ কুমাৰ সোণোৱাল (সহযোগী এনচিচি বিষয়া, কলিয়াবৰ কলেজ)

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: TeachersDay2026
Share4Tweet3Send

Related Posts

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ
Assam

World Heritage site : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশে ৰংপুৰ-শিৱসাগৰ

by News Desk
September 5, 2026
50
ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান
Assam

ASSAM POLICE RAID : ৰাজ্যজুৰি অসম আৰক্ষীৰ বৃহৎ অভিযান

by News Desk
September 5, 2026
50
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

by News Desk
September 4, 2026
51
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
53
Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ
Assam

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

by News Desk
September 3, 2026
51
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
60
ADVERTISEMENT
Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান
Assam

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

September 5, 2026
50
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

September 5, 2026
50
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

September 5, 2026
50
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

September 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

September 5, 2026
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

September 5, 2026
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

September 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d