ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2026
Reading Time: 1 min read
A A
0
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

RELATED POSTS

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

New Logo Smal | ASSAM TIMES POST

কেৰালামত (Keralam) সংঘটিত এক মৰ্মান্তিক গাড়ী দুৰ্ঘটনাত (tragic acciden) ইঞ্জিনিয়াৰিঙৰ ৮ গৰাকী ছাত্ৰৰ মৃত্যু (Death of 8 students) হয়। তেওঁলোক তামিলনাডুৰ পৰা কেৰালামলৈ গৈ আছিল। শুকুৰবাৰে নিশা তেওঁলোকৰ গাড়ীখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। ফলত গাড়ীখন ছিন্নভিন্ন হৈ পৰে। এই দুৰ্ঘটনাত ৬ জন ছাত্ৰৰ থিতাতে মৃত্যু হয়। বাকী দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। তামিলনাডুৰ পৰা তেওঁলোক কিয় কেৰালামলৈ গৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পৰিয়ালৰ তৰফ পৰাও এই সন্দৰ্ভত কোনো তথ্য দিব পৰা নাই।

কেৰালামৰ ত্ৰিশূৰত ৰাষ্ট্ৰীয় ঘাইপথ ৬৬ৰ এফালে এখন ট্ৰাক ৰখাই থোৱা আছিল। আৰক্ষীৰ মতে, পথত অবৈধভাৱে ৰখাই থোৱা আছিল ট্ৰাকখন। ঘটনাৰ পিছৰে পৰা পলাতক চালকজন। মহাৰাষ্ট্ৰৰ পৰা আহিছিল ট্ৰাকখন। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে শুকুৰবাৰে নিশা প্ৰায় ১১.৪০ বজাত ছাত্ৰসকলৰ গাড়ীখনে ট্ৰাকখনত খুন্দা মাৰে। আৰক্ষীয়ে জনোৱা মতে, গুৰুৱায়ুৰ মন্দিৰৰ দিশৰ পৰা গাড়ীখন কোডুংগালুৰ অভিমুখে গৈ আছিল। প্ৰথম অৱস্থাত এই ঘটনাৰ পিছতে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। তাত অবৈধভাৱে পাৰ্কিং কৰাৰ অভিযোগ উত্থাপন হৈছে ট্ৰাকচালকজনৰ বিৰুদ্ধে। তদুপৰি ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত চালকজনৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

ka 1 | ASSAM TIMES POST
মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ এফালে সংস্কাৰৰ কাম চলি আছিল। ৰাস্তাত বেৰিকেড আছিল। তাৰ ওচৰতে সোঁফালে ট্ৰাকখন ৰখাই থোৱা আছিল। তীব্ৰ বেগেৰে গৈ আছিল ছাত্ৰসকলৰ গাড়ীখন। নিশাৰ আন্ধাৰত পথৰ বেৰিকেড চালকজনে দেখা নাপালে বুলি অনুমান কৰা হৈছে। আন কোনো কাৰণত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাইছে নেকি সেই তদন্তও অব্যাহত ৰাখিছে আৰক্ষীয়ে।

নিহত আটাইকেইজনেই তামিলনাডুৰ ডিণ্ডিগুল চহৰৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল। ছয়জনৰ পৰিচয় জানিব পৰা গৈছে। ইয়াৰ ভিতৰত সূৰ্য, যুৱসঞ্জিত, বিশ্ব আৰু জাহুৱা ডিণ্ডিগুলৰ বাসিন্দা। সন্তোষ আৰু প্ৰসন্নৰ ঘৰ মাদুৰাইত। বাকী দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। মহাবিদ্যালয়ৰ পৰিচয়-পত্ৰ চাই মৃতকৰ পৰিয়ালৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰিছে। তেওঁলোকৰ বহুতৰে পৰিয়ালে গম পোৱা নাছিল যে তেওঁলোক কেৰালামলৈ গৈছে। পৰিয়ালৰ লোক ত্ৰিশূৰ মেডিকেল কলেজ পোৱাৰ লগে লগে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Keralamtragicaccident
Share4Tweet3Send

Related Posts

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

by News Desk
September 5, 2026
50
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

by News Desk
September 5, 2026
50
CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ
National-International

CJP protest : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক লৈ আশ্চৰ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

by News Desk
September 5, 2026
50
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ
National-International

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

by News Desk
September 4, 2026
52
ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ
National-International

ISRO : পাক-চীন সীমান্তৰ নিৰীক্ষণৰ উপৰি হিমবাহৰ ওপৰতো চকু ৰাখিব পৰা নতুন উপগ্ৰহ উৎক্ষেপণ ইছৰোৰ

by News Desk
September 4, 2026
51
Yasin Malik case : বিচাৰ নহয়, ফাঁচি লাগে; কাশ্মীৰী পণ্ডিত নাৰ্ছৰ হত্যাত অভিযুক্ত য়াছিন মালিকৰ দাবী
National-International

Yasin Malik case : বিচাৰ নহয়, ফাঁচি লাগে; কাশ্মীৰী পণ্ডিত নাৰ্ছৰ হত্যাত অভিযুক্ত য়াছিন মালিকৰ দাবী

by News Desk
September 4, 2026
51
ADVERTISEMENT
Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান
Assam

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

September 5, 2026
50
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

September 5, 2026
50
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

September 5, 2026
50
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

September 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

Teachers Day 2026 : গুৱাহাটীত কেন্দ্ৰীয় শিক্ষক দিৱসৰ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষক, এনচিচি বিষয়াক শিক্ষামন্ত্ৰীৰ বঁটা প্ৰাদান

September 5, 2026
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

September 5, 2026
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

September 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d