
👍 বিলাসী বাহনত চোৰাং কৈ গৰু সৰবৰাহ।
👍 গোসাঁইগাঁবৰ কঠালগুৰিত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি বাহন।
👍অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা চাৰি চকীয়া বিলাসী বাহন দেখি ৰাইজৰ সন্দেহ হয়।
👍 ওবাগনাৰ বাহনখন খুলি তালাচী কৰাত গৰু দেখা পাই ৰাইজে ক্ষুব্ধ হৈ পৰে।
👍 ইয়াৰ সুযোগ গ্ৰহণ কৰি গৰু সৰবৰাহকাৰী পলাই যায়।
👍 ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৰুসহ গাড়ীখন গোসাঁইগাঁও থানা লৈ নিয়ে।
👍 গাড়ীৰ ভিতৰৰ পৰা ভৰি বন্ধা আৰু মুখ বান্ধি ৰখা ৫ টা কৈ গৰু উদ্বাৰ কৰে।
👍 চোৰাং কৈ গৰু সৰবৰাহ কৰা বিলাসী বাহনৰ নম্বৰ আছিল AS01BX 5050.












