ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 22, 2026
Reading Time: 1 min read
A A
0
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

RELATED POSTS

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

New Logo Smal 1 | ASSAM TIMES POST

ৰিহাবাৰীত চেইন থপিয়াই নি ধাৰাপুৰত গোল্ড লোণ লৈছিল চিলনী চোৰ বিৰুল হুছেইনে। মহানগৰ আৰক্ষীৰ মূৰৰ কামোৰণি আছিল চিলনী চোৰটো। মহানগৰীৰ বিভিন্ন থানাত একাধিক চেইন থপিয়াই নিয়াৰ গোচৰ বিৰুলৰ বিৰুদ্ধে।

পূৰ্বেও ১২ বাৰকৈ জেইল গৈয়ো সংশোধন নহল কুখ্যাত চোৰটোৰ চৰিত্ৰ। পল্টনবজাৰ আৰক্ষীয়ে দক্ষিণ শৰণীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে বিৰুলক। সোমাবাৰে পুৱা ৰিহাবাৰীৰ এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন থপিয়াই নিছিল বিৰুলে।

ph 3 | ASSAM TIMES POST
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাক লৈ পল্টনবজাৰ থানাত দাখিল কৰিছিল এজাহাৰ। আৰক্ষীয়ে CCTV VISUALS নিৰীক্ষণ কৰি গ্ৰেপ্তাৰ কৰে বিৰুলক। বিৰুলৰ স্বীকাৰোক্তিত আৰক্ষীয়ে ফাইনেন্স কোম্পানীটোৰ পৰা উদ্ধাৰ কৰে মহিলা গৰাকীৰ চেইন ডাল। ফাইনেন্স কোম্পানীটোত চেইনডাল দি গোল্ড লোণ লৈছিল বিৰুলে।

ইফালে বিৰুলৰ স্বীকাৰোক্তিত আন এজন গহনা ব্যৱসায়ীক গ্ৰেপ্তাৰ। হাজোৰ পৰা সোনাৰী ৰাইজুদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পূৰ্বে গুৱাহাটীত চুৰি কৰা সোণৰ সামগ্ৰী সোণাৰী ৰাইজুদ্দীনক বিক্ৰী কৰি আহিছিল বিৰুলে। একেসময়তে বিৰুলৰ হাজোৰ বায়েকৰ ঘৰতো অভিযান চলাই পল্টন বজাৰ আৰক্ষীয়ে। বিৰুলৰ চুৰি ঘটনাৰে জড়িত ভিনীয়েকে নুৰ মহম্মদকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কুখ্যাত চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ । লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এখন চুৰি স্কুটিও জব্দ কৰে আৰক্ষীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d