ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

নিউজ ডেস্কঃ

News Desk by News Desk
September 24, 2026
Reading Time: 1 min read
A A
0
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

RELATED POSTS

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

New Logo Smal 1 | ASSAM TIMES POST

চলিত বৰ্ষৰ মে’ মাহত সমাপ্ত হোৱা পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৫২৯ কোটি টকা ব্যয় কৰিছে। কেৱল পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনতে ২৮৬ কোটি টকা ব্যয় হৈছিল। শেহতীয়াকৈ বিজেপিয়ে সাধাৰণ পদ্ধতি অনুসৰি নিৰ্বাচনী ব্যয়ৰ হিচাপ নিৰ্বাচন আয়োগক দাখিল কৰে। তাৰ পৰাই এই পৰিসংখ্যা লাভ কৰা হৈছে। পশ্চিমবংগৰ সমান্তৰালকৈ অসম, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। বিজেপিয়ে আয়োগক দাখিল কৰা হিচাপ অনুসৰি, বিজেপিয়ে অসমৰ বাবে ৯৬.২৬ কোটি, কেৰালাৰ বাবে ৮২.৬৭ কোটি, তামিলনাডুৰ বাবে ৫১.৫৬ কোটি আৰু পুডুচেৰীৰ বাবে ১১.৮৯ কোটি টকা ব্যয় কৰা হয়। মুঠ ব্যয় হৈছে ৫২৯.৩৮ কোটি টকা।

bjp1 | ASSAM TIMES POST
২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

২০৭ খন আসন লাভ কৰি পশ্চিমবংগত প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহিছে বিজেপি। ৰাজ্যথনত দলৰ সামগ্ৰিক প্ৰচাৰত ২১৭.১৬ কোটি টকা ব্যয় কৰিছে আৰু প্ৰাৰ্থীৰ ওপৰত ৬৯.৮৩ কোটি টকা। মুঠ ৫৮.৮০ কোটি টকা প্ৰাৰ্থীসকলক প্ৰচাৰৰ খৰচৰ বাবে দিয়া হৈছিল।

বিজেপিয়ে কয় যে পাঁচখন ৰাজ্যৰ নিৰ্বাচনী খৰচৰ পিছত তেওঁলোকৰ দলৰ পুঁজি ৭৬৮৯.০৬ কোটি টকা। এই ধনৰ কিছু অংশ বেংকত জমা হয় আৰু কিছু হাতত থাকে। নিৰ্বাচনৰ সময়ত বিজেপিয়ে অনুদান হিচাপে লাভ কৰিছিল ১,৪৯৪ কোটি টকা।

নিৰ্বাচন আয়োগে এজন প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ ব্যয়ৰ সীমা নিৰ্ধাৰণ কৰিছে। কিন্তু ৰাজনৈতিক দলৰ বাবে তেনে কোনো বাধা বা নিয়ন্ত্ৰণ নাই। নিয়ম অনুসৰি ৰাজনৈতিক দলসমূহে প্ৰতিটো নিৰ্বাচনৰ পিছত নিজৰ নিৰ্বাচনী খৰচৰ বিশদ হিচাপ আয়োগক দাখিল কৰিব লাগে। এই ব্যয়ৰ ভিতৰত প্ৰাৰ্থীসকলৰ ভ্ৰমণ, বিজ্ঞাপন, সভা আৰু ৰেলী আদি অন্তৰ্ভুক্ত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BJPelection
Share4Tweet3Send

Related Posts

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

by News Desk
September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

by News Desk
September 24, 2026
50
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
52
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
ADVERTISEMENT
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু
National-International

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
50
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি
National-International

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026
50
Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

September 24, 2026
BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d