ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 26, 2026
Reading Time: 1 min read
A A
0
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

RELATED POSTS

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

New Logo Smal 1 | ASSAM TIMES POST

গুৱাহাটী মহানগৰীৰ ধাৰাপুৰৰ বাসিন্দা দ্বীপ ঠাকুৰীয়াৰ জ্যেষ্ঠ কন্যা নিমিষা ঠাকুৰীয়াৰ (Nimisha Thakuriya) ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰায় ২২ বছৰীয়া নিমিষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী আছিল।পৰিয়ালৰ ভাষ্য অনুসৰি, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫ বজাত খাবলৈ যোৱাৰ কথা কৈ নিমিষা ঘৰৰ পৰা ওলাই গৈছিল। নিশা তেওঁ বান্ধৱীৰ সৈতে হোষ্টেলত থাকিব বুলি পৰিয়ালক জনাইছিল।
 গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

নিমিষাৰ পিতৃয়ে প্ৰকাশ কৰা মতে, নিশা প্ৰায় ২ বজাত নিমিষাই অসহায় অৱস্থাত মাতৃলৈ ফোন কৰি কৈছিল—“মা, ইহঁতে মোক বুকুত গুৰিয়াইছে। মই উশাহ ল’ব পৰা নাই।” তাৰ পাছতে তেওঁৰ মাত বন্ধ হৈ পৰে আৰু ফোনযোগেও যোগাযোগ কৰিব পৰা নগ’ল। ফোনটোৰ আনটো মূৰত দুজনমান যুৱকৰ কথা-বতৰাও শুনিবলৈ পোৱা বুলি পিতৃয়ে দাবী কৰিছে।

পৰিয়ালে ততালিকে আজাৰা আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ সবিশেষ জনায়। আৰক্ষীয়ে গড়লৰ এখন চিকিৎসালয়লৈ আহত অৱস্থাত এগৰাকী যুৱতীক লৈ অহাৰ কথা পৰিয়ালক অৱগত কৰে। পৰিয়ালৰ লোকে চিকিৎসালয়ত অক্সিজেন লৈ থকা অৱস্থাত নিমিষাক দেখা পায়। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পৰিয়ালৰ মতে, তিনিজনমান যুৱকে নিমিষাক গড়লৰ চিকিৎসালয়খনলৈ লৈ আহিছিল। গড়লস্থিত RUDREAS KITCHEN নামৰ এটা হোমষ্টেৰ সৈতে ঘটনাটোৰ সম্পৰ্ক থকাৰ তথ্যও পোহৰলৈ আহিছে। পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত বলেন দেউৰীয়ে জনোৱা মতে, নিশা প্ৰায় ৪ বজাত ঘটনাটো সংঘটিত হৈছিল।

ঘটনা সন্দৰ্ভত মূল অভিযুক্ত যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত জেৰা চলাই থকা হৈছে। প্ৰাথমিক তথ্য অনুসৰি, গ্ৰেপ্তাৰ কৰা যুৱকজন আচিক আলী আৰু তেওঁৰ ঘৰ গাড়ীগাঁৱত। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত হোমষ্টেৰ মালিক জয়ন্ত চাকীকো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

নিমিষাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে মৃত্যুৰ সঠিক কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনাটো আক্ৰমণ, দুৰ্ঘটনা নে আন কোনো কাৰণত সংঘটিত হ’ল—সেয়া নিৰ্ণয় কৰিবলৈ আৰক্ষীয়ে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Student'smysteriousdeath
Share4Tweet3Send

Related Posts

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

by News Desk
September 25, 2026
51
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

by News Desk
September 24, 2026
52
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

by News Desk
September 23, 2026
54
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

by News Desk
September 22, 2026
52
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

by News Desk
September 18, 2026
53
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

by ASSAM TIMES POST
September 18, 2026
54
ADVERTISEMENT
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
50
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
50
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ
Guwahati

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026
50
Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

Student’s mysterious death : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰীৰ ৰহস্যজনক মৃত্যু, এজন যুৱক গ্ৰেপ্তাৰ, হত্যাৰ দাবী পৰিয়ালৰ

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d