ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2026
Reading Time: 1 min read
A A
0
Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল

RELATED POSTS

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

New Logo Smal 1 | ASSAM TIMES POST

অৱশেষত সপ্তাহৰ প্রথম তিনিটা দিনত গ্ৰহণ কৰা ধর্মঘটৰ (Bank strike) সিদ্ধান্ত শেষ মুহূর্তত উঠাই লৈছে বেংক ইউনিয়নবোৰে। বেংক কৰ্মচাৰী-বিষয়াৰ সাতটা সংগঠনৰ যৌথ মঞ্চ ইউনাইটেড ফ’ৰাম অব বেংক ইউনিয়নে দেওবাৰে নিশা বিবৃতি দি জনাইছে যে সম্প্ৰতি ধর্মঘট নহয়। ফলত ২৮ ছেপ্টেম্বৰ, সোমবাৰৰ পৰা ৩০ ছেপ্টেম্বৰ, বুধবাৰলৈ বেংক খোলা থাকিব। কিন্তু শেষ মুহূর্তত কিয় সংগঠনটোৱে ধর্মঘটৰ সিদ্ধান্ত উঠাই ল’লে?

ইণ্ডিয়ান বেংক এছোচিয়েচনৰ সৈতে দেওবাৰে নিশা জৰুৰী বৈঠকত বহে ইউএফবিইউ। ইউএফবিইউয়ে জনোৱা মতে, বেংক কর্মচাৰীসকলৰ দাবী সম্পর্কত তেওঁলোকে নির্দিষ্ট কিছু আশ্বাস লাভ কৰিছে। সেই কাৰণেই সম্প্ৰতি ধর্মঘটৰ সিদ্ধান্ত স্থগিত ৰখা হয়। দাবী পূৰণৰ বাবে আলোচনা হ’ব। অৱশ্যে ইয়াৰ পিছত যদি দাবী মানি নলয় তেন্তে আগন্তুক সময়ত পুনৰ আন্দোলনৰ পথত নামিব পাৰে বেংক কৰ্মচাৰীৰ সংগঠনকেইটা।

bank | ASSAM TIMES POST
শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট

উল্লেখযোগ্য যে বেংক কৰ্মচাৰীসকলৰ মূল দাবী আছিল সপ্তাহত পাঁচ দিন কৰ্মদিন আৰু দুদিন ছুটি নিশ্চিত কৰিব লাগিব। এতিয়ালৈকে প্রতি মাহৰ দ্বিতীয় আৰু চতুর্থ শনিবাৰে বেংক বন্ধ থাকে। কিন্তু বেংক কৰ্মচাৰীসকলে দেওবাৰৰ লগতে প্রতি শনিবাৰেও ছুটি বিচাৰিছে। দীর্ঘদিন ধৰি এই দাবী পূৰণ হোৱা নাই। সম্প্রতি তেওঁলোকে ইয়াৰ দাবীত বৃহত্তৰ আন্দোলনৰ সিদ্ধান্ত লয়। ইয়াৰ উপৰি অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ পেঞ্চন, মহার্ঘ ভাট্টা সম্পৰ্কীয় কিছু দাবীও আছিল। দেওবাৰে নিশাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি শনিবাৰৰ দিনটো ছুটি ঘোষণা কৰাৰ দাবী পৰ্যালোচনাৰ বাবে আইবিএ আৰু ইউএফবিইউৰ প্রতিনিধিক লৈ এখন উচ্চ স্তৰীয় কমিটি গঠন কৰা হ’ব। তাত ইয়াৰ সম্ভাব্য বিকল্পসমূহ আলোচনা হ’ব।
বেংক ইউনিয়নবোৰৰ আৰু এটা দাবী হ’ল, স্কেল ৪ আৰু তাৰ ওপৰৰ পদমর্যাদাৰ বিষয়াসকলৰ বাবে কর্মদক্ষতাৰ ভিত্তিত ইনছেনটিভ ব্যৱস্থা (পিএলআই) আৰম্ভ কৰা। এই সন্দৰ্ভতো যোৱা নিশাৰ বৈঠকত আলোচনা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bankstrike
Share4Tweet3Send

Related Posts

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

by News Desk
September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

by News Desk
September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
50
10 Injured as Under-Construction Building Collapses Near Ambala
National-International

10 Injured as Under-Construction Building Collapses Near Ambala

by News Desk
September 28, 2026
50
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
52
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
ADVERTISEMENT
Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ
Sports News

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
50
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’
Guwahati

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
50
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026
50
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

Virat Kohli : অভিলেখৰ আন এটা নাম বিৰাট কোহলী, শতকীয় ইনিংছেৰে এদিনতে গঢ়িলে আন ৭টা অভিলেখ

September 28, 2026
Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

Himanta on Gauhati Student Nimisha’s Death : ‘Guilty Will Be Punished’

September 28, 2026
Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

Delhi rape cases : দিল্লীত ধাৰাবাহিক ধৰ্ষণৰ ঘটনাত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d