ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 3, 2026
Reading Time: 1 min read
A A
0
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

RELATED POSTS

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

New Logo Smal 2 | ASSAM TIMES POST

জ্ঞানেশ কুমাৰৰ (Gyanesh Kumar) পদত্যাগৰ দাবীত (Demand for resignation) ককৰোচ জনতা পাৰ্টীয়ে (CJP) মুম্বাইত প্ৰতিবাদ সাব্যস্ত (Protests organized in Mumbai) কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় এজন লোকৰ। শিৱাজী পাৰ্ক আৰক্ষীয়ে জনোৱা মতে, নিহত লোকজনৰ নাম গোপালকৃষ্ণ চুব্বাইয়া পিল্লাই। তেওঁৰ বয়স আছিল ৭৫ বছৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, গোপালকৃষ্ণ থানেৰ বাসিন্দা আছিল।

mumbai | ASSAM TIMES POST
চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত তেওঁ শিৱাজী পাৰ্কৰ চিজেপি প্ৰতিবাদস্থলীত উপস্থিত হয়। সন্ধিয়া ৫ বজালৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। বন্ধু-বান্ধৱী আৰু আৰক্ষীয়ে তেওঁক ওচৰৰ চিকিৎসালয় এখনলৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। চিকিৎসকে জনোৱা মতে, হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাৰ পৰা মুম্বাইত আৰম্ভ হয় চিজেপিৰ প্ৰতিবাদ। সেই সময়ত গৰম আছিল। অভিযোগ অনুসৰি, আৰক্ষীৰ অনুমতি অবিহনে শিৱাজী পাৰ্কত সমবেত হয় হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। গৰম আৰু জনসমাগমৰ বাবে গোপালকৃষ্ণ অসুস্থ হৈ পৰে বুলি ধাৰণা কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPprotesterdeath
Share4Tweet3Send

Related Posts

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

by News Desk
October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

by News Desk
October 3, 2026
50
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই
National-International

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

by News Desk
October 3, 2026
50
FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী
National-International

FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী

by News Desk
October 3, 2026
50
Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ
National-International

Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
51
Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
National-International

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

by News Desk
October 2, 2026
51
ADVERTISEMENT
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d