ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
October 30, 2026
Reading Time: 1 min read
A A
0
Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

RELATED POSTS

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

New Logo Smal 1 | ASSAM TIMES POST

পত্নী আৰু নাবালক সন্তানৰ খৰচৰ ব্যৱস্থা কৰা, তেওঁলোকৰ ৰক্ষণাবেক্ষণ প্ৰতিজন স্বামীৰ ‘পবিত্ৰ কৰ্তব্য’। সেই কৰ্তব্য পূৰণ কৰিবই লাগিব। শেহতীয়াকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰত এই মন্তব্য কৰিছে। ইয়াৰ সমান্তৰালকৈ পত্নীক পোহপাল দিয়াৰ আইনী বাধ্যবাধকতাৰ কথাও স্বামীক সোঁৱৰাই দিয়া হৈছে।

উত্তৰ প্ৰদেশৰ বাসিন্দা পিংকি বাৰ্মাই স্বামীৰ পৰা ভৰণ-পোষণৰ বাবে ধন দাবী কৰিছিল। কানপুৰ চহৰৰ এখন পৰিয়াল আদালতে ৰক্ষণাবেক্ষণৰ পৰিমাণ নিৰ্ধাৰণ কৰে। কিন্তু ৰক্ষণাবেক্ষণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ পিংকিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে। শুনানিৰ সময়ত ন্যায়াধীশে মনুস্মৃতিৰ ১১নং অধ্যায়ৰ ১০নং পদ উদ্ধৃত কৰে।

all | ASSAM TIMES POST
পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

তেওঁ কয় যে প্ৰাচীন গ্ৰন্থখনৰ মতে নাবালক সন্তান, পত্নী আৰু বৃদ্ধ পিতৃ-মাতৃ যদি আৰ্থিকভাৱে দুৰ্বল হয়, তেন্তে জীৱন-যাপনৰ খৰচৰ যোগান ধৰাটো যিকোনো সক্ষম ব্যক্তিৰ ‘পবিত্ৰ কৰ্তব্য’। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কথাও উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে। ২০২২ চনৰ অঞ্জু গাৰ্গ বনাম দীপক কুমাৰ গাৰ্গ গোচৰত উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে, “পত্নী আৰু নাবালক সন্তানক আৰ্থিক সাহায্য প্ৰদান কৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য।” এই ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। এলাহাবাদ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে এবাৰ বিবাহক আইনগতভাৱে স্বীকৃতি দিয়াৰ পিছত যদি পত্নীয়ে নিজৰ জীৱন-যাপনৰ খৰচ পূৰণ কৰিবলৈ অক্ষম বুলি প্ৰমাণ কৰিব পাৰে, তেন্তে স্বামীয়ে তেওঁৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’ব লাগিব।

এই ক্ষেত্ৰত তেওঁৰ আইনী বাধ্যবাধকতা আছে। প্ৰচলিত পুৰণি ৰীতি-নীতি বা সামাজিক প্ৰথা যিয়েই নহওক কিয়, এই নিয়মত কোনো প্ৰভাৱ নপৰে বুলি ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে। স্বামীৰ অধিবক্তাই আদালতত কয় যে তেওঁৰ ক্লায়েণ্টে তেওঁৰ আয়ৰ ২৫ শতাংশ পত্নী আৰু নাবালক কন্যাৰ ভৰণ-পোষণৰ বাবে ব্যয় কৰিবলৈ ইচ্ছুক। ইয়াৰ পিছত ন্যায়াধীশে পৰিয়াল আদালতৰ নিৰ্দেশত কিছু সালসলনি কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AlahabadHighCourt
Share4Tweet3Send

Related Posts

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?
National-International

by News Desk
October 30, 2026
50
Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী
National-International

Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

by News Desk
October 30, 2026
50
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

by News Desk
October 29, 2026
51
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

52
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

ADVERTISEMENT
Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়
National-International

Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

October 30, 2026
50
Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?
National-International

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

October 30, 2026
50
Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী
National-International

Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

October 30, 2026
50
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

Alahabad High Court : পত্নী-সন্তানৰ খৰচৰ যোগান ধৰাটো স্বামীৰ পবিত্ৰ কৰ্তব্য, এলাহাবাদ উচ্চ ন্যায়ালয়

October 30, 2026
Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

Iftikhar Ali Khan Pataudi : পত্নীক সন্তুষ্ট কৰিবলৈ ৮০০ কোটিৰ ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল ছৈফ আলী খানৰ ককাকে, কোন তেওঁ ?

October 30, 2026
Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

Bhutan flash flood : হিমবাহসৃষ্ট হ্ৰদ ভাঙি ভূটানত আকস্মিক বান, উত্তৰ বংগ-অসমত সতৰ্কবাণী

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d