ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

News Desk by News Desk
November 11, 2026
Reading Time: 1 min read
A A
0
Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

RELATED POSTS

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

Road accident I মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে ৬ মৰমৰ বন্ধুক, শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চল

New Logo Smal 1 | ASSAM TIMES POST

দীপাৱলীৰ আগৰ নিশা আৰু পিছদিনা দিল্লীৰ প্ৰদূষণৰ (Delhi pollution) মাত্ৰা অতি বেয়া স্তৰত উপনীত হয়। অৱশ্যে বুধবাৰে পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে। প্ৰদূষণৰ সমান্তৰালকৈ ধোঁৱাও বিৰাজ কৰিছে। বুধবাৰেও ৰাজধানী ধোঁৱাৰ আৱৰণেৰে আৱৰি ধৰে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, বুধবাৰে পুৱা ৭ বজাত দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (AQI) ‘বেয়া’ৰ পৰা ‘অতি বেয়া’লৈ গতি কৰে। সেই সময়ত একিউআই আছিল ২৯৯। কিন্তু এতিয়াও কেইবাঠাইতো একিউআই ‘অতি বেয়া’ স্তৰত আছে।

Delhi pollution I
দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি:

চিপিচিবিয়ে কয় যে ৰাজধানীত থকা ৫৮টা প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰৰ ভিতৰত ২৮টাত বায়ুৰ গুণাগুণ ‘অতি বেয়া’। আনহাতে, ৩০টা নিৰীক্ষণ কেন্দ্ৰৰ বায়ুৰ গুণাগুণ ‘বেয়া’ স্তৰত আছে। চান্দনী চকত প্ৰদূষণৰ মাত্ৰা সৰ্বাধিক। তাত বায়ুৰ গুণাগুণ ৩৭৯। ইয়াৰ পিছতে আছে আইআইটি দিল্লী আৰু দিল্লী টেকন’লজিকেল ইউনিভাৰ্চিটি (৩৭৫)। আইটিঅ’ত ৩৬৭ আৰু বুৰাৰী ক্ৰছিঙত একিউআই ৩৬২। পুছা আৰু পাঞ্জাবী বাগৰ বায়ুৰ গুণাগুণো ৩০০ৰ ওপৰত। এই দুই স্থানৰ একিউআই ক্ৰমে ৩৫৯ আৰু ৩৪১। ইণ্ডিয়া গে’টত ২৪২, আনন্দ বিহাৰত ৩০৩, দিল্লী কেণ্টনমেণ্টত ১১৭।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে ০-৫০ একিউআই ‘ভাল’, ৫১-১০০ ‘সন্তোষজনক’, ১০১-২০০ ‘মধ্যমীয়া’, ২০১-৩০০ ‘বেয়া’, ৩০১-৪০০ ‘অতি বেয়া’ আৰু ৪০১-৫০০ ‘গুৰুতৰ’। সোমবাৰে ৰাজধানীৰ বায়ুৰ গুণাগুণ ৩০০ৰ ওপৰত আছিল যদিও মঙলবাৰৰ পৰা হ্ৰাস পাবলৈ আৰম্ভ কৰে। মঙলবাৰৰ বায়ুৰ গুণাগুণ আছিল ২৯৯। আগন্তুক কেইদিনমানৰ ভিতৰত প্ৰদূষণৰ ছবিখনৰ কিছু পৰিৱৰ্তন হ’ব বুলি বতৰ বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: দিল্লীৰ সামগ্ৰিকবায়ুৰ গুণাগুণৰ সামান্য উন্নতি
Share4Tweet3Send

Related Posts

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ
National-International

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

by News Desk
November 11, 2026
50
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু
National-International

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

by News Desk
November 11, 2026
50
Tragedy Strikes Bongaigaon: Teacher and Daughter Killed in Heartbreaking Road Accident
National-International

Road accident I মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে ৬ মৰমৰ বন্ধুক, শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চল

by News Desk
November 10, 2026
50
Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ
National-International

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

by News Desk
November 10, 2026
50
UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ
National-International

UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

by News Desk
November 10, 2026
50
Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন
National-International

Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন

by News Desk
November 10, 2026
50
ADVERTISEMENT
Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি
National-International

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

November 11, 2026
50
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ
National-International

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

November 11, 2026
50
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু
National-International

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

November 11, 2026
50
Arunachal I ANSU, ANYA Launch Indefinite Blockade Over Nyishi Attacks
NORTHEAST

Arunachal I ANSU, ANYA Launch Indefinite Blockade Over Nyishi Attacks

November 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

November 11, 2026
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

November 11, 2026
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

November 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d